• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৭বছৰীয়া সংসাৰৰ সমাপ্তি! গোবিন্দৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ তুলি ডিভোৰ্ছৰ গোচৰ পত্নী সুনীতাৰ?

7 months ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

8 minutes ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

42 minutes ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

1 hour ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

2 hours ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

3 hours ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

4 hours ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

5 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩৭বছৰীয়া সংসাৰৰ সমাপ্তি! গোবিন্দৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ তুলি ডিভোৰ্ছৰ গোচৰ পত্নী সুনীতাৰ?

৩৭বছৰীয়া সংসাৰৰ সমাপ্তি! গোবিন্দৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ তুলি ডিভোৰ্ছৰ গোচৰ পত্নী সুনীতাৰ?

editor by editor
August 22, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
৩৭বছৰীয়া সংসাৰৰ সমাপ্তি! গোবিন্দৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ তুলি ডিভোৰ্ছৰ গোচৰ পত্নী সুনীতাৰ?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰায় ৩৭ বছৰ ধৰি সাংসৰিক জীৱন অতিবাহিত কৰিছে গোবিন্দ আৰু সুনীতা আহুজাই৷ ৰূপালী পৰ্দালৈ অহাৰ পূৰ্বেই সুনীতাক বিবাহ কৰাইছিল গোবিন্দই যদিও বহু বছৰ পাছত সেই বিবাহৰ খবৰ প্ৰকাশিত হৈছিল৷ কিন্তু বিগত কেইবামাহ ধৰি শুনিবলৈ পোৱা গৈছে যে গোবিন্দ আৰু সুনীতা একেলগে নাই৷

শেহতীয়াকৈ ভাইৰেল হোৱা খবৰ অনুসৰি বিগত বৰ্ষত ২০২৪ চনৰ ৫ ডিচেম্বৰত সুনীতাই বান্দ্ৰা পাৰিবাৰিক আদালতত বিবাহবিচ্ছেদৰ আবেদন জনাইছিল৷ সেই সময়ত অভিনেতাক তলব কৰা হলেও তেওঁ উপস্থিত হোৱা নাছিল আদালতত৷ কেৱল সেয়াই নহয় গোবিন্দই আদালতৰ কাউন্সেলিং অধিবেশনতো উপস্থিত থকা নাছিল৷ ইয়াৰ পৰাই বুজা যায় যে তেওঁলোকৰ দাম্পত্য জীৱনত ফাঁট মেলিবলৈ আৰম্ভ কৰিছে৷

হাউটাৰ ফ্লাইৰ প্ৰতিবেদনৰ পৰা জনা গৈছে যে গোবিন্দৰ বিৰুদ্ধে সুনীতাই প্ৰতাৰণাৰ অভিযোগ আনিছিল৷ সুনীতাৰ অভিযোগ অনুসৰি বিবাহ বহিৰ্ভূত সম্পৰ্কত আৱদ্ধ গোবিন্দ, যাৰ ফলত স্বামীৰ সৈতে আৰু তেওঁ থাকিব নোখোজে৷ আদালতে তলব কৰিলেও গোবিন্দ উপস্থিত নাথাকিলেও প্ৰতিবাৰেই আদালতত উপস্থিত আছিল সুনীতা৷

সুনীতাই গোবিন্দৰ বিবাহৰ বহিৰ্ভূত সম্পৰ্কক লৈ ভীষণ চিন্তিত তাৰ আভাস পোৱা গৈছিল সুনীতাৰ ইউটিউব চেনেলৰ পৰা৷ ইউটিউব চেনেলৰ ভিডিঅ’ৰ পৰাই৷ ইউটিউব চেনেলত ভিডিঅ’ কৰি সুনীতাই কৈছিল, ‘মই ঈশ্বৰৰ ওচৰত বাৰে বাৰে প্ৰাৰ্থনা কৰিছো যাতে আমাৰ বিবাহ বিচ্ছেদ নহয়৷ আমি ভালকৈ জীৱন যাপন কৰিব পাৰো৷ মই মাক সম্পূৰ্ণৰূপে বিশ্বাস কৰো আৰু মই জানো যে আমাৰ সংসাৰ যিয়ে ভাঙিব মা কালীয়ে তেওঁৰ ডিঙি কাটি দিব৷’

কান্দি কান্দি সুনীতাই কয়, ‘যিয়ে আমাৰ ঘৰ ভঙাৰ চেষ্টা কৰিব যিয়ে মোৰ মনক আঘাত কৰাৰ চেষ্টা কৰিব তেওঁৰ কাহানিও ভাল নহয়৷ এজন ভাল মানুহক এইধৰণে আঘাত কৰা উচিত নহয়৷ মই এতিয়া আৰু কাকোৱে বিশ্বাস নকৰো৷’ গোবিন্দৰ সৈতে বিবাহবিচ্ছেদৰ কথা প্ৰকাশ নকৰিলেও সুনীতাই বাৰে বাৰে কৈছিল যে তেওঁ কেইবামাহ ধৰি সন্তানক লৈ পৃথকে আছে৷ চলিত বছৰ জন্মদিনো সম্পূৰ্ণভাৱে অকলেই থাকি নিজক সময় দিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?
জীৱনশৈলী

March 31, 2026
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা
জীৱনশৈলী

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

March 31, 2026
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?
জীৱনশৈলী

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

March 31, 2026
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ
জীৱনশৈলী

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

March 31, 2026
Next Post
মাটি-সম্পত্তি ক্ৰয়ৰ যোগ! অহা মাহতেই ৩ ৰাশিৰ জীৱনত ধনৰ বৃষ্টি, লাভাম্বিত হ’ব কোন কোন ৰাশিৰ জাতক?

সন্তানৰ বাবে মাত্ৰ ১শতাংশ ৰাখি ২০ হাজাৰ কোটি ডলাৰ বিলাই দিয়াৰ সিদ্ধান্ত বিল গেটছৰ, কোনে কোনে পাব ধনকুবেৰৰ সম্পত্তি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন