• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই বৰ্ষত উভতি অহাৰ আশা ক্ষীণ…! ৬০ দিন ধৰি মহাকাশত বন্দী সুনীতাক লৈ স্বামীৰ হতাশজনক বাৰ্তা

এই বৰ্ষত উভতি অহাৰ আশা ক্ষীণ…! ৬০ দিন ধৰি মহাকাশত বন্দী সুনীতাক লৈ স্বামীৰ হতাশজনক বাৰ্তা

2 years ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

2 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

3 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

3 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

3 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

4 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

5 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

6 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

7 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

8 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

9 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

10 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

এই বৰ্ষত উভতি অহাৰ আশা ক্ষীণ…! ৬০ দিন ধৰি মহাকাশত বন্দী সুনীতাক লৈ স্বামীৰ হতাশজনক বাৰ্তা

এই বৰ্ষত উভতি অহাৰ আশা ক্ষীণ...! ৬০ দিন ধৰি মহাকাশত বন্দী সুনীতাক লৈ স্বামীৰ হতাশজনক বাৰ্তা

editor by editor
August 12, 2024
in প্ৰযুক্তি, বিজ্ঞান
0
এই বৰ্ষত উভতি অহাৰ আশা ক্ষীণ…! ৬০ দিন ধৰি মহাকাশত বন্দী সুনীতাক লৈ স্বামীৰ হতাশজনক বাৰ্তা
0
SHARES
337
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাকাশলৈ মাত্ৰ ৮-৯ দিন থকাৰ বাবে যাত্ৰা কৰিছিল ভাৰতীয় বংশোদ্ভূতৰ নভোশ্চৰ সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহকাৰী বেৰি উইলমোয়ে৷ মাত্ৰ ৮-৯ দিনৰ বাবে গৈছিল অথচ আজিও মহাকাশতেই বন্দী হৈ আছে সুনীতা আৰু উইলমো৷ বৰ্তমান পৰ্যন্ত পৃথিৱীলৈ উভতি অহাৰ দিন ঠিক হোৱা নাই দুয়োৰে৷ বহুতেই দুয়োকে লৈ উৎকণ্ঠিত হৈ থকাৰ .সময়তে মুখ খুলিছে সুনীতাৰ স্বামীয়ে৷ মহাকাশত বন্দী হৈ সুনীতা আৰু তেওঁৰ সহকাৰীয়ে অৱসাদগ্ৰস্থ হৈ পৰাৰ সম্ভাৱনাইয়ো দেখা দিছে৷ মানসিকভাৱে ভাঙি পৰিব পাৰে সুনীতা৷ তাৰমাজতেই তেওঁৰ স্বামীয়ে জনাইছে যে, শৰীৰো ভাঙি পৰিছে সুনীতাৰ৷ মানসিক স্বাস্থ্যক লৈ অধিক উদ্বিগ্ন হৈ পৰিছে সুনীতাৰ স্বামী মাইকেল৷

তেওঁ কয়, ‘সুনীতাই মহাকাশত ভালপায়৷ সেয়ে মোৰ আশা তাই মহাকাশত থাকি ভাঙি নপৰে৷ মহাকাশ তাইৰ বাবে সুখৰ ঠাই৷ মই মোৰ সহধৰ্মিনীক যিমানদূৰ জানো তাই সহজে ভাঙি পৰা নাৰী নহয়৷’ মহাকাশত সুনীতাৰ কাৰ্যক্ৰমৰ তালিকাও প্ৰকাশ পাইছে ৱাল ষ্ট্ৰিট জাৰ্নেলত৷

আন্তৰ্জাতিক স্পেছ ষ্টেচনত থকা আৰু ৭জন মহাকাশচাৰীৰ সৈতে গৱেষণাৰ বিভিন্ন কাম কৰি আছে সুনীতাই৷ মহাকাশৰ পৰাই পঢ়ুৱৈসকলক লাইভ ভিডিঅ’ৰে মহাকাশ সম্পৰ্কীয় জ্ঞানো দিবলৈ যত্ন কৰিছে৷  হাড় আৰু পেশীৰ ক্ষয় ৰোধৰ বাবে প্ৰতিদিনে কেইবাঘণ্টাকৈ ব্যায়ামো কৰিছে দুয়ো৷ তেওঁলোকে নিজৰ স্বাস্থ্যৰ যত্ন নিজেই লৈছে যদিও আন্তৰ্জাতিক মহাকাশ ষ্টেচনত থকা চিকিৎসকেও তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিছে৷ ৰিপৰ্টমতে প্ৰতিদিনে কমেও ৮ঘণ্টা বিশ্ৰাম কৰিছে সুনীতা আৰু উইলমোৱে৷ ইচ্ছানুসৰি পৰিয়ালৰ সৈতে কথা পৰা বা মেইল কৰাৰ সুবিধাও লাভ কৰিছে৷ ক্ৰুবিহীন নৰ্থৰপ গ্ৰুমান কাৰ্গো মহাকাশযানৰ মাধ্যমেৰে তেওঁলোকলৈ খাদ্য প্ৰেৰণ কৰি থকা হৈছে৷ নাছাৰ তৰফৰ পৰা জনোৱা অনুসৰি পৰ্যাপ্ত খাদ্য সংৰক্ষিত হৈ আছে আন্তৰ্জাতিক স্পেছ ষ্টেচনত৷ আৰু কমেও ৪মাহৰ খাদ্য আৰু প্ৰয়োজনীয় সকলো সামগ্ৰী সংৰক্ষিত হৈ আছে চেণ্টাৰত৷ ৰিহাইড্ৰেটেড পেকেটত খাদ্যসমূহ পঠিওৱা হয় মহাকাশচাৰীৰ বাবে৷ কাৰ্গ মহাকাশযানে তাজা খাদ্য কঢ়িয়াই নিয়ে৷ কফি, আঙুৰ, ব্লুবেৰীসহ কামত প্ৰয়োজনীয় নানান যন্ত্ৰপাতি সহ ৮২্০০ পাউণ্ডৰ সামগ্ৰী কঢ়িয়াই নিয়ে কাৰ্গো যানে৷

সম্প্ৰতি নাছাৰ তৰফৰ পৰা জনোৱা হৈছে যে সুনীতাহঁত উভতি অহালৈ ২০২৫ চনৰ ফ্ৰেব্ৰুৱাৰী পৰ্যন্ত সময় লাগিব পাৰে৷ সকলো ঠিকে থাকিলে আগন্তুক বছৰতেই স্পেছ এক্সৰ ক্ৰু ড্ৰেগনে পৃথিৱীলৈ তেওঁলোকক উভতাই আনিব৷ নাছাই জনাইছে যে বোয়িং ষ্টাৰলাইন মহাকাশযান যদি উৰণৰ বাবে নিৰাপদ বিবেচিত নহয় তেন্তে মহাকাশতেই থাকিব লাগিব সুনীতা আৰু উইলমো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?
প্ৰযুক্তি

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

April 10, 2026
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

April 9, 2026
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
প্ৰযুক্তি

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 9, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে
জীৱনশৈলী

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

April 7, 2026
Next Post
খাদ্য খোৱাৰ পাছতে আপোনাৰো তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পাই নেকি, কিয় হয় এনে !

খাদ্য খোৱাৰ পাছতে আপোনাৰো তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পাই নেকি, কিয় হয় এনে !

কলিযুগৰ চৰম পৰ্যায়ত ঘটিব এই ঘটনা, এইকেইটা ঘটনা দেখিলে বুজিব কলিযুগ শেষ পৰ্যায়ত

কলিযুগৰ চৰম পৰ্যায়ত ঘটিব এই ঘটনা, এইকেইটা ঘটনা দেখিলে বুজিব কলিযুগ শেষ পৰ্যায়ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.