• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলিযুগৰ চৰম পৰ্যায়ত ঘটিব এই ঘটনা, এইকেইটা ঘটনা দেখিলে বুজিব কলিযুগ শেষ পৰ্যায়ত

কলিযুগৰ চৰম পৰ্যায়ত ঘটিব এই ঘটনা, এইকেইটা ঘটনা দেখিলে বুজিব কলিযুগ শেষ পৰ্যায়ত

2 years ago
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

26 minutes ago
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

1 hour ago
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

2 hours ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

3 hours ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

4 hours ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

5 hours ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

6 hours ago
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

6 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

7 hours ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

15 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

16 hours ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কলিযুগৰ চৰম পৰ্যায়ত ঘটিব এই ঘটনা, এইকেইটা ঘটনা দেখিলে বুজিব কলিযুগ শেষ পৰ্যায়ত

কলিযুগৰ চৰম পৰ্যায়ত ঘটিব এই ঘটনা, এইকেইটা ঘটনা দেখিলে বুজিব কলিযুগ শেষ পৰ্যায়ত

editor by editor
August 12, 2024
in জীৱনশৈলী
0
কলিযুগৰ চৰম পৰ্যায়ত ঘটিব এই ঘটনা, এইকেইটা ঘটনা দেখিলে বুজিব কলিযুগ শেষ পৰ্যায়ত
0
SHARES
186
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কলি়যুগ কেতিয়া শেষ হ’ব, এই যুগত আৰু কি কি ঘটনা ঘটিব? এনে বিভিন্ন প্ৰশ্ন প্ৰত্যেকৰ মনতেই উৎপন্ন হৈ থাকে৷ ক্ৰমশ দুখ, কষ্ট, পাপ বৃদ্ধি হৈছে পৃথিৱীত৷ অনৈতিক আচৰণত লিপ্ত হৈছে বহু সংখ্যক পৃথিৱীবাসীয়েই৷ পুৰাণ অনুসৰি কলিযুগত যেতিয়া দুখ-কষ্টৰ অন্ধকাৰে সকলোকে হেঁচি ধৰিব তেতিয়াই কল্কি অৱতাৰ ধাৰণ কৰি মৰ্ত্যলৈ নামিব নাৰায়ণ৷ তাৰপাছতেই কলিযুগৰ সমাপ্তি ঘটিব৷ বিষ্ণু পুৰাণত কলিযুগৰ সমাপ্তিৰ ৰহস্য সম্পৰ্কে উল্লেখিত আছে৷ কলিযুগ কেতিয়া শেষ হ’ব এই সম্পৰ্কে সবিস্তাৰে প্ৰকাশ কৰিছে বিষ্ণুপুৰাণে৷

কলিযুগ কি?

দ্বাপৰ যুগৰ পাছতেই কলিযুগৰ আগমন হৈছে৷ প্ৰচলিত অনুসৰি কলিযুগৰ আগমনৰ ফলত মৰ্ত্যত পাপ বৃদ্ধি পাইছে৷ বিষ্ণু পুৰাণ, শ্ৰীমদ্ভাগৱত পুৰাণ, ভৱিষ্য পুৰাণতো কলিযুগৰ বাখ্যা আছে৷ কলিযুগৰ অৰ্থ ছায়া যুগ৷ এই যুগৰ কলা ছায়াত সমস্ত ৰং হেৰাই যাব আৰু সত্য কথাবোৰো মিছা প্ৰমাণিত হ’ব বুলি শাস্ত্ৰত উল্লেখ কৰা আছে৷ কলিযুগৰ অৰ্থ কলহৰ যুগ, এই যুগত সমস্ত প্ৰাণীৰ মনতেই অসন্তুষ থাকিব৷ সকলোৰে মনত এজনৰ প্ৰতি আনজনৰ বিদ্বেষো থাকিব৷

কলিযুগ কেতিয়া আৰম্ভ হৈছে?

মহাভাৰতৰ পাছতেই কলিযুগৰ পদধ্বনি শুনা আৰম্ভ হয়৷ কৃষ্ণৰ শৰীৰ ত্যাগ কৰি বৈকুণ্ঠ গমন, পাণ্ডৱৰ স্বৰ্গ যোৱা, যদুবংশৰ ধ্বংস কলিযুগৰ আগমনী বাৰ্তা দিয়ে৷ খ্ৰীষ্টপূৰ্ব ৩১০২ থকা কলিযুগৰ সূচনা হয়৷ শ্ৰীমদ্ভাগৱত পুৰাণ, বিষ্ণু পুৰাণ আৰু ভৱিষ্য পুৰাণ কলিযুগৰ সমাপ্তিৰ বৰ্ণনা কৰা হৈছে৷

কলিযুগ কেতিয়া শেষ হ’ব?

পুৰাণ অনুসৰি ৪লাখ ৩২ বছৰ পৰ্যন্ত কলিযুগ থাকিব৷ এতিয়া কলিযুগৰ প্ৰথম পৰ্যায় আছে৷ এতিয়া কেৱল ৫১২৬ বছৰ অতিক্ৰম হৈছে৷ এতিয়াও ৪২৬৮৮২ বছৰ অতিক্ৰম হোৱাৰ পাছতেই কলিযুগৰ সমাপ্তি ঘটিব৷ পুৰাণ অনুসৰি কলিযুগ সমাপ্ত হৈছে ইয়াতকৈ বেছি সময় অতিক্ৰান্ত হ’ব পাৰে৷ কাৰণ মৰ্ত্য আৰু স্বৰ্গলোকত পৃথক পৃথক গতিত সময় আগুৱাই যায়৷ মৰ্ত্যলোকৰ এমাহ পিতৃলোক এদিনৰ সমান৷ মৰ্ত্যৰ এবছৰ স্বৰ্গলোকৰ এদিনৰ সমকক্ষ৷ স

কলিযুগৰ চৰম পৰ্যায়ত কি কি হ’ব?

বিষ্ণু পুৰাণ ব্ৰহ্মবৈবৰ্ত পুৰাণত কলিযুগৰ চৰম সীমাৰ উল্লেখ আছে৷ পুৰাণ অনুসৰি-

কলিযুগৰ চৰম সীমাত মানুহৰ আয়ু কমি ২০ বছৰ হ’ব৷

পাঁচ বছৰ বয়সীয়া কন্যাও গৰ্ভৱতী হ’ব৷

মানুহ সৰু সৰু ৰোগৰ মোকাবিলা কৰিব পাৰিব নে তেওঁলোকৰ মৃত্যু হ’ব৷

বিষ্ণু পুৰাণৰ ভৱিষ্যদ্বাণী অনুসৰি এই সময়ত মৰ্ত্যৰ চাৰিওফালে খৰাঙে দেখা দিব৷ অন্ন থাকিবনে৷

খৰাঙে প্ৰখৰ ৰূপ ধাৰণ কৰিব৷ প্ৰচণ্ড গ্ৰীষ্ম, মুষলধাৰে বৃষ্টি হ’ব, হাড় হিম কৰা শীত পৰিব৷

পুৰাণ অনুসৰি এই ঘটনাসমূহ ঘটিলে বুজিব যে কলিযুগ শেষলগ্নত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে
ভাৰত

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

July 25, 2026
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়
জীৱনশৈলী

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

July 25, 2026
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী
বিবিধ

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

July 25, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 25, 2026
Next Post
মন খুলি হাঁহক, দৈনিক ১০ মিনিট হাঁহিলে শৰীৰ আৰু মনৰ কি কি উপকাৰ হয় শুনিলে চমকি উঠিব আপুনিও

মন খুলি হাঁহক, দৈনিক ১০ মিনিট হাঁহিলে শৰীৰ আৰু মনৰ কি কি উপকাৰ হয় শুনিলে চমকি উঠিব আপুনিও

ব্ৰহ্মা যোগত কাইলৈ সাহস আৰু সম্পদ বাঢ়িব ৫ৰাশিৰ, পাব বজৰংবলীৰ কৃপা

ব্ৰহ্মা যোগত কাইলৈ সাহস আৰু সম্পদ বাঢ়িব ৫ৰাশিৰ, পাব বজৰংবলীৰ কৃপা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.