• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰহ্মা যোগত কাইলৈ সাহস আৰু সম্পদ বাঢ়িব ৫ৰাশিৰ, পাব বজৰংবলীৰ কৃপা

ব্ৰহ্মা যোগত কাইলৈ সাহস আৰু সম্পদ বাঢ়িব ৫ৰাশিৰ, পাব বজৰংবলীৰ কৃপা

2 years ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

13 minutes ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

8 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

8 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

8 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

9 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

9 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

10 hours ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

10 hours ago
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

11 hours ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

11 hours ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

13 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্ৰহ্মা যোগত কাইলৈ সাহস আৰু সম্পদ বাঢ়িব ৫ৰাশিৰ, পাব বজৰংবলীৰ কৃপা

ব্ৰহ্মা যোগত কাইলৈ সাহস আৰু সম্পদ বাঢ়িব ৫ৰাশিৰ, পাব বজৰংবলীৰ কৃপা

editor by editor
August 12, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ব্ৰহ্মা যোগত কাইলৈ সাহস আৰু সম্পদ বাঢ়িব ৫ৰাশিৰ, পাব বজৰংবলীৰ কৃপা
0
SHARES
832
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৩ আগষ্ট ২০২৪ মঙলবাৰে চন্দ্ৰই ৰঙা গ্ৰহ মঙলৰ ৰাশি বৃশ্চিকত গোচৰ  কৰিব৷ শাওন মাহৰ শুক্লপক্ষৰ অষ্টমী তিথি৷ কাইলৈ শাওন মাহৰ শেষ মঙলবাৰে পালিত হ’ব মঙলা গৌৰী ব্ৰত৷ তাৰ সৈতে কাইলৈ পালিত হ’ব মাহেকীয়া দুৰ্গাষ্টমী৷ জ্যোতিষ গণনা অনুসৰি ব্ৰহ্মা যোগ এৰাৰ পাছতেই থাকিব ইন্দ্ৰ যোগৰ প্ৰভাৱ৷ সূৰ্যই এতিয়া অৱস্থান কৰিছে কৰ্কট ৰাশিত৷ ইয়াৰোপৰি কাইলৈ থাকিব বিশাখা নক্ষত্ৰৰ প্ৰভাৱ৷ সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত মঙলবাৰে হ’ল সংকটমোচন হনুমানৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

​কাইলৈ ১৩ আগষ্ট দিনটো বিশেষ হ’ব বৃষ ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ মনত সাহস আৰু আত্মবিশ্বাসেৰে পূৰ্ণ থাকিব৷ নিজৰ সাহসেৰে কাইলৈ দিনটো আপোনাৰ বাবে সকলো ফালেই সুন্দৰ হ’ব৷ কাইলৈ মঙলবাৰে দিনটো আপুনি বেছ আনন্দেৰে কটাব৷ পৰিয়ালৰ সৈতে শ্বপিং কৰিব পাৰে৷ ব্যৱসায়ীসকলে কাইলৈ ভাল লাভ কৰাৰ সম্ভাৱনা আছে৷

সিংহ ৰাশি

ব্ৰহ্মা যোগৰ প্ৰভাৱত সিংহ ৰাশিৰ জাতকৰ কাইলৈ সকলো ফালেই কোনো ভাল খবৰ পাব৷ কাইলৈ দিনটো আপুনি পৰিয়ালৰ সকলোৰে সৈতে ভাল সময় কটাব৷ পেছাগত জীৱনত কাইলৈ আপোনাৰ আত্মবিশ্বাস আৰু এনাৰ্জি থাকিব৷ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ নিজৰ কেৰিয়াৰত কাইলৈ উন্নতি কৰাৰ বৃহৎ সুযোগ পাব সিংহ ৰাশিৰ জাতকে৷

তুলা ৰাশি

কাইলৈ ইন্দ্ৰ যোগৰ শুভ ফল লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ কাইলৈ পৰিয়ালৰ সকলোৰে সৈতে বেছ আনন্দেৰে কটাব আপুনি৷ ৰেস্তোৰাত বন্ধুৰ সৈতে বেছ মজাৰ সময় কটাবলৈ সুযোগ পাব৷ কাইলৈ দিনটো আপোনাৰ পেছাগত জীৱনত বেছ শুভ ফল পাব৷ কোনো প্রভাৱশালী ব্যক্তিৰ সৈতে কাইলৈ আপোনাৰ আলাপ হ’ব পাৰে তুলা ৰাশিৰ জাতকৰ৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকে কাইলৈ আৰ্থিকভাৱে লাভৱান হ’ব পাৰে৷ কোনো আইনী জটিলতাৰ পৰা মুক্তি পাব পাৰে৷ বিশাখা নক্ষত্ৰৰ প্ৰভাৱত শত্ৰুক কাইলৈ আপুনি পৰাজিত কৰিব পাৰে৷ অৰ্থ সংক্ৰান্তিয় কোনো ডাঙৰ সিদ্ধান্ত কাইলৈ ল’ব পাৰে৷ শুভ যোগৰ শুভ প্রভাৱত কাইলৈ নিজৰ সকলো সমস্যাৰ পৰা মুক্ত হ’ব পাৰিব ধনু ৰাশিৰ জাতকে৷ ব্যৱসায়ত কাইলৈ ডাঙৰ সাফল্য লাভ কৰিব৷

মকৰ ৰাশি

১৩ আগষ্ট লাভজনক দিন হ’ব মকৰ ৰাশিৰ জাতকৰ৷ স্বাস্থ্যৰো কাইলৈ উন্নতি হ’ব আপোনাৰ৷ মঙলবাৰে যি সাফল্যৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল সেই সফলতা আহিব৷ সংগীৰ সৈতে কাইলৈ বুজাপৰাৰ মাজেৰে দিনটো কটাব৷ একেলগে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

October 28, 2026
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী
ভাৰত

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

October 27, 2026
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

October 27, 2026
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?
ৰাজনীতি

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

October 27, 2026
Next Post
বাংলাদেশত কমিছে দুৰ্গাপুজাৰ ছুটী! বাংলাদেশত হিন্দুৰ সৈতে চলিছে কি?

বাংলাদেশত কমিছে দুৰ্গাপুজাৰ ছুটী! বাংলাদেশত হিন্দুৰ সৈতে চলিছে কি?

কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.