• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

2 years ago
হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

8 minutes ago
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

33 minutes ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

1 hour ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

9 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

9 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

9 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

10 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

10 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

11 hours ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

11 hours ago
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

12 hours ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

editor by editor
August 12, 2024
in জীৱনশৈলী
0
কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য
0
SHARES
82
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰচলিত বিশ্বাস অনুসৰি উত্তৰাখণ্ডৰ কেদাৰনাথ আৰু তামিলনাডুৰ ৰামেশ্বৰম মন্দিৰৰ মাজত এক বিশেষ সংযোগ আছে। দেশৰ উত্তৰ আৰু দক্ষিণ দুই প্ৰান্তত থকা এই দুই মন্দিৰেই মহাদেৱৰ নামত নিবেদিত। এই দুটাই হৈছে জ্যোতিৰ্লিংগ। দ্বাদশ জ্যোতিৰ্লিঙ্গৰ মাজত অন্যতম দুই জ্যোতিৰ্লিঙ্গ হৈছে কেদাৰনাথ আৰু ৰামেশ্বৰম। উল্লেখযোগ্য বিষয় হৈছে যে দুই জ্যোতিৰ্লিঙ্গৰ দ্ৰাঘিমাংশ ৰেখাৰ ৭৯ ডিগ্ৰীত অৱস্থিত। কেদাৰনাথ আৰু ৰামেশ্বৰম এই দুই জ্যোতিৰ্লিঙ্গৰ মাজত এক সৰলৰেখাত অৱস্থিত আৰু ৫টা শিৱমন্দিৰ। এই ৫ শিৱমন্দিৰে সৃষ্টিৰ মূল পাঁচ উপাদানক প্ৰতিনিধিত্ব কৰে। এই পাঁচ শিৱমন্দিৰলৈ যিসকল যায় তেওঁলোকৰ সকলো মনোকামনা পূৰণ হয় বুলি বিশ্বাস। সৰলৰেখাত থকা ৫ শিৱমন্দিৰে যথাক্ৰমে ক্ষিতি, অপ, তেজ, মৰূৎ, পানী, বতাহ, জুই, আকাশ আৰু মাটিক প্ৰতিনিধিত্ব কৰে। কেনেকৈ একে সৰলৰেখাত ৭ শিৱমন্দিৰ অৱস্থিত?

একে সৰলৰেখাত থকা ৭টা শিৱমন্দিৰ হৈছে উত্তৰাখণ্ডৰ কেদাৰনাথ, তামিলনাডুৰ অৰুণাচলেশ্বৰ, থিল্লাই নটৰাজ, জম্বুকেশ্বৰ, একামবেশ্বৰনাথ, অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকালহস্তী আৰু শেষত আছে ৰামেশ্বৰম। ইয়াৰ মাজতেই শ্ৰীকালহস্তী শিৱ মন্দিৰে পানী বা জলক প্ৰতিনিধিত্ব কৰে। একামবেশ্বৰনাথ মন্দিৰে জুইক প্ৰতিনিধিত্ব কৰে, অৰুণাচলেশ্বৰে বতাহক প্ৰতিনিধিত্ব কৰে, জম্বুকেশ্বৰে মাটিক প্ৰতিনিধিত্ব কৰে আৰু থিল্লাই নটৰাজ মন্দিৰে আকাশক প্ৰতিনিধিত্ব কৰে। প্ৰতিটো মন্দিৰেই দ্ৰাঘিমাংশ ৰেখাৰ ৭৯ ডিগ্ৰীত অৱস্থিত। এই ৰেখাক শিৱ শক্তি অক্ষৰেখাও কোৱা হয়। এই মন্দিৰসমূহ প্ৰায় ৪০০০ বছৰ পূৰ্বেই নিৰ্মাণ কৰা হৈছিল। যেতিয়া অক্ষাংশ আৰু দ্ৰাঘিমাংশ জোখাৰ বাবে কোনোধৰণৰ চেটেলাইট প্ৰযুক্তিৰ অস্তিত্ব নাছিল। কেৱলমাত্ৰ গণিত গণনাৰ জোৰতেই নিৰ্ভুলভাৱে দেশৰ দুই প্ৰান্তক এক সৰলৰেখাত সংযোগ কৰি নিৰ্মাণ কৰা হৈছিৱ ৭টাকৈ শিৱমন্দিৰ। এই ৭টা মন্দিৰৰ কি কি বিশেষত্ব আছে?

কেদাৰনাথ ধাম
দ্ৰাঘিমাংশ ৰেখাৰ ৭৯.০৬৬৯ ডিগ্ৰীত অৱস্থিত কেদাৰনাথ মন্দিৰ। উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত অৱস্থিত কেদাৰনাথক অৰ্ধজ্যোতিৰ্লিংগ বুলিও কোৱা হয়। নেপালৰ পশুপতিনাথক ইয়াৰ পাছতেই অৰ্ধজ্যোতিৰ্লিংগৰ শাৰীত ধৰা হয়। মহাভাৰতৰ যুগত পাণ্ডৱে এই মন্দিৰ নিৰ্মাণ কৰা বুলি পুৰণি গ্ৰন্থসমূহত উল্লেখ আছে। পাছলৈ এই মন্দিৰ আদিশংকৰাচাৰ্যই পুনঃনিৰ্মাণ কৰিছিল।

শ্ৰীকালহস্তী মন্দিৰ
অন্ধ্ৰপ্ৰদেশৰ চিত্তোৰত অৱস্থিত এই মন্দিৰ তিৰুপতিৰ পৰা ৩৬ কিঃমিঃ দূৰত অৱস্থিত। দ্ৰাঘিমাংশ ৰেখাৰ ৭৯.৬৯৮৩ ডিগ্ৰীত এই মন্দিৰ অৱস্থিত।

একামবেশ্বৰনাথ মন্দিৰ
৭৯.৪২০০ ডিগ্ৰী দ্ৰাঘিমাংশ ৰেখাত অৱস্থিত একামবেশ্বৰনাথ মন্দিৰ। পল্লৱা ৰজাই এই মন্দিৰ নিৰ্মাণ কৰিছিল। পাছলৈ চোল বংশ আৰু বিজয়নগৰৰ ৰজাই মন্দিৰৰ পুনঃনিৰ্মাণ কৰে। এই মন্দিৰত পানীৰ সলনি মহাদেৱক তেল নিবেদন কৰা হয়।

অৰুণাচলেশ্বৰ মন্দিৰ
দ্ৰাঘিমাংশ ৰেখাত ৭৯.০৬৭৭ ডিগ্ৰীত অৱস্থিত এই মন্দিৰো চোলবংশী ৰজাই নিৰ্মাণ কৰিছিল।

জম্বুকেশ্বৰ মন্দিৰ
১৮০০ বছৰ পূৰণা এই মন্দিৰৰ গৰ্ভগৃহৰে পানীৰ সোঁত সকলোসময়তে প্ৰবাহিত হৈ থাকে।

থিল্লাই নটৰাজ মন্দিৰ
মহাদেৱৰ নটৰাজ ৰূপৰ পূজা কৰা হয় এই মন্দিৰত। এই মন্দিৰতেই মহাদেৱৰ সকলোতকৈ পুৰণি ১০৮টা নৃত্যৰত ৰূপৰ ছবি আছে।

ৰামেশ্বৰম জ্যোতিৰ্লিংগ
সীতাক উদ্ধাৰৰ বাবে লংকা অভিযানত যাওতে স্বয়ং ৰামচন্দ্ৰই এই মন্দিৰ স্থাপন কৰিছিল। দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম হৈছে ৰামেশ্বৰম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!
জীৱনশৈলী

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

October 28, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

October 28, 2026
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

October 27, 2026
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!
জীৱনশৈলী

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

October 27, 2026
Next Post
২০২৫লৈকে দেৱগুৰুৰ আশীৰ্বাদ থাকিব তিনি ৰাশিৰ ওপৰত, বিদেশ যাত্ৰাৰ যোগ, কেৰিয়াৰতো উন্নতি

২০২৫লৈকে দেৱগুৰুৰ আশীৰ্বাদ থাকিব তিনি ৰাশিৰ ওপৰত, বিদেশ যাত্ৰাৰ যোগ, কেৰিয়াৰতো উন্নতি

আজি ৰূপৰ পদক লাভ কৰিব নে বিনেশে, বিনেশৰ ঘটনাৰ পাছতে বিশ্ব মল্লযুঁজ সন্থাই সলাব এই নিয়ম

আজি ৰূপৰ পদক লাভ কৰিব নে বিনেশে, বিনেশৰ ঘটনাৰ পাছতে বিশ্ব মল্লযুঁজ সন্থাই সলাব এই নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.