• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংলাদেশত কমিছে দুৰ্গাপুজাৰ ছুটী! বাংলাদেশত হিন্দুৰ সৈতে চলিছে কি?

বাংলাদেশত কমিছে দুৰ্গাপুজাৰ ছুটী! বাংলাদেশত হিন্দুৰ সৈতে চলিছে কি?

2 years ago
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

19 minutes ago
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

1 hour ago
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

2 hours ago
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

3 hours ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

4 hours ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

5 hours ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

5 hours ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

6 hours ago
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

7 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

8 hours ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

16 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাংলাদেশত কমিছে দুৰ্গাপুজাৰ ছুটী! বাংলাদেশত হিন্দুৰ সৈতে চলিছে কি?

বাংলাদেশত কমিছে দুৰ্গাপুজাৰ ছুটী! বাংলাদেশত হিন্দুৰ সৈতে চলিছে কি?

editor by editor
August 12, 2024
in জীৱনশৈলী, বিশ্ব
0
বাংলাদেশত কমিছে দুৰ্গাপুজাৰ ছুটী! বাংলাদেশত হিন্দুৰ সৈতে চলিছে কি?
0
SHARES
140
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পূৰ্বেও বহুবাৰ বাংলাদেশৰ হিন্দু আৰু মন্দিৰৰ ওপৰত আক্ৰমণ চলিছে৷ শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত তাত নতুনকৈ ধৰ্মীয় সংখ্যালঘুৰ  উপৰত আক্ৰমণ আৰম্ভ হৈছে৷ ইয়াৰ প্ৰতিবাদত ৰাস্তাত নামিছে বাংলাদেশৰ হিন্দুসকল৷ এই আক্ৰমণৰ প্ৰতিবাদত পূৰ্বেও মিছিল কৰিছে ঢাকা আৰু চট্টগাওঁত৷ এই হিন্দুৰ ওপৰত নিৰ্যাতন, আক্ৰমণ, মঠ মন্দিৰ আৰু ঘৰবাৰী ভাঙি আৰু অগ্নিসংযোগৰ প্ৰতিবাদত মানব শৃংখল কৰা হৈছে টাঙ্গাইলৰ ভূঞাপুৰত৷ ইয়াৰ সৈতে বিভিন্ন দাবী জনাইছে বাংলাদেশৰ হিন্দু সংগঠনসমূহে৷

এই পৰিস্থিতিত মঙলবাৰে বিয়লি হিন্দু সম্প্ৰদায়সমূহে এক বিশেষ বৈঠকৰ আয়োজন কৰিছে বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ প্ৰধান উপদেষ্টা মুহাম্মদ ইউনূছে৷ তেওঁ হিন্দুধৰ্মৰ মানুহৰ সৈতে আলোচনাত বহিবলৈ সাজু হোৱাৰ কথা জনাইছে ধৰ্মমন্ত্ৰণালয়ৰ উপদেষ্টা আফম খালিদ হুছেইনে৷ তাৰ চৰকাৰে বাংলাদেশৰ সংখ্যালঘূৰ কাষত থিয় হ’বলৈ সাজু বুলিও জনাইছে খালিদ হুছেইনে৷ ইউনূছৰ সৈতে বৈঠকত বহাৰ পূৰ্বে একাধিক দাবীৰ কথা উল্লেখ কৰিছে হিন্দু সংগঠনসমূহে৷ তাত যেনেকৈ হিন্দুৰ ওপৰত আক্ৰমণ চলিছে বিষয়টোক লৈ তেওঁলোকো যথেষ্ট উদ্বিগ্ন হৈ পৰিছে৷

বাংলাদেশৰ সংখ্যালঘু গোষ্ঠীসমূহে তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ বাবে এখন সংখ্যালঘু সুৰক্ষা আইন আৰম্ভ কৰাৰ দাবী কৰিছে৷ ভাইৰেল খবৰ অনুসৰি ইউনূছৰ ওচৰত তেওঁলোকে ৮দফীয়া এখন দাবীৰ তালিকা তৈয়াৰ কৰি উলিয়াইছে এটা হিন্দু ছাত্ৰ সংগঠনে৷ হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ গোচৰসমূহৰ দ্ৰুত বিচাৰৰ বাবে এখন দ্ৰুত বিচাৰ ট্ৰাইবুনেল প্ৰতিষ্ঠা, সংখ্যালঘু সুৰক্ষা আইন প্ৰণয়ন, হিন্দু ধৰ্মীয় কল্যাণ ট্ৰাষ্টক এটা ফাউণ্ডেছনলৈ উন্নীত কৰাৰ দাবীও কৰা হৈছে৷ বাংলাদেশৰ স্বৰাষ্ট্ৰ উপদেষ্টা ব্ৰিগেডিয়াৰ জেনেৰেল এম ছাখাউট হোছেইনে জনোৱা অনুসৰি তেওঁলোকে দুৰ্গাপূজাৰ সময়ত ৩ দিন ছুটীৰ বিষয়টোও বিবেচনা কৰি চাব৷

উল্লেখ্য যে জনসংখ্যাৰ ৰিপৰ্ট অনুসৰি, বাংলাদেশত প্ৰায় ১.৩৫ কোটি হিন্দুৱে বাস কৰে৷ তাত মুঠ বাসিন্দাৰ প্ৰায় ৮শতাংশ হিন্দু৷ ১৯৫১ চনত হিন্দু জনসংখ্যা আছিল প্ৰায় ২২ শতাংশ৷ ইয়াৰপাছতই কমিব ধৰিছে হিন্দুৰ সংখ্যা৷ তাৰ পৰা বহু হিন্দুৱে পলাই ভাৰতলৈকো আহিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে
ভাৰত

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

July 25, 2026
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়
জীৱনশৈলী

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

July 25, 2026
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী
বিবিধ

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

July 25, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 25, 2026
Next Post
কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

২০২৫লৈকে দেৱগুৰুৰ আশীৰ্বাদ থাকিব তিনি ৰাশিৰ ওপৰত, বিদেশ যাত্ৰাৰ যোগ, কেৰিয়াৰতো উন্নতি

২০২৫লৈকে দেৱগুৰুৰ আশীৰ্বাদ থাকিব তিনি ৰাশিৰ ওপৰত, বিদেশ যাত্ৰাৰ যোগ, কেৰিয়াৰতো উন্নতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.