• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মন খুলি হাঁহক, দৈনিক ১০ মিনিট হাঁহিলে শৰীৰ আৰু মনৰ কি কি উপকাৰ হয় শুনিলে চমকি উঠিব আপুনিও

মন খুলি হাঁহক, দৈনিক ১০ মিনিট হাঁহিলে শৰীৰ আৰু মনৰ কি কি উপকাৰ হয় শুনিলে চমকি উঠিব আপুনিও

2 years ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

27 minutes ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

1 hour ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

2 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

2 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

3 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

4 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

5 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

5 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

6 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

6 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

7 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মন খুলি হাঁহক, দৈনিক ১০ মিনিট হাঁহিলে শৰীৰ আৰু মনৰ কি কি উপকাৰ হয় শুনিলে চমকি উঠিব আপুনিও

মন খুলি হাঁহক, দৈনিক ১০ মিনিট হাঁহিলে শৰীৰ আৰু মনৰ কি কি উপকাৰ হয় শুনিলে চমকি উঠিব আপুনিও

editor by editor
August 12, 2024
in জীৱনশৈলী, স্বাস্থ্য
0
মন খুলি হাঁহক, দৈনিক ১০ মিনিট হাঁহিলে শৰীৰ আৰু মনৰ কি কি উপকাৰ হয় শুনিলে চমকি উঠিব আপুনিও
0
SHARES
182
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাঁহিত কৃপণালী কৰে নেকি? হাঁহিয়ে শৰীৰ আৰু মন ভালে ৰখাত সহায় কৰে৷ মানসিক চাপ কৰে৷ হাৰ্টৰ স্বাস্থ্যও ভালে থাকে৷ চিকিৎসকে কয়, ‘হাঁহিৰ মাধ্যমেৰে মানসিক চাপ কমাব পাৰিলে হাৰ্ট ভালে থাকে৷ ৰক্তচাপ ঠিকে থাকে৷ আনকি দিনত যদি ১০ মিনিটো মন খুলি হাঁহে তেন্তে কোনোধৰণৰ স্নায়বিক সমস্যাই দেখা নিদিয়ে৷

বৰ্তমান চৌদিশে গঢ়ি উঠিছে লাফিং ক্লাব৷ তাতেই হাঁহিৰ ব্যায়ামৰ ওপৰিও প্ৰাণায়াম, ধ্যানো শিকোৱা হয়৷ প্ৰাণখোলি হাঁহিলে বহু শাৰীৰিক আৰু মানসিক সমস্যা প্ৰতিকাৰ হয়৷ হাঁহিৰ উপকাৰিতা কেৱল হাৰ্টৰ সমস্যা দূৰ কৰাতেই সীমাবদ্ধ নহয়৷ হাঁহিলে আন কেইবাটাও সুফল পোৱা যায়৷

মনৰ চাপ কমে

প্ৰাণখোলা হাঁহিয়ে মানসিক চাপ, উদ্বেগ, উৎকণ্ঠা কমাই৷ জীৱনত হাজাৰটা চিন্তা৷ প্ৰতিযোগীতাত টিকি থকাৰ যুঁজে মনৰ ওপৰত চাপ পেলায়৷ সংসাৰ আৰু পেছাগত জীৱনত উদ্বেগৰ সীমা নাই৷ এই পৰিস্থিতিত মন ভাল ৰখাটোৱেই সকলোতকৈ ডাঙৰ চেলেঞ্জ৷ চিকিৎসকৰ মতে, হাঁহিলে ষ্ট্ৰেছ হৰমন, কাৰ্টিছোল আৰু এপিনেফ্ৰিনৰ ক্ষৰণ কমি যায়৷ ইয়াৰ সলনি সুখী হৰমণৰ ক্ষৰণ বাঢ়ে৷ ফলত মানসিক চাপ স্বাভাৱিকভাৱেই কমি যায়৷

অক্সিজেনৰ মাত্ৰা বাঢ়ে

হাঁহি একধৰণৰ ব্যায়াম, যিয়ে শৰীৰত অক্সিজেনৰ মাত্ৰা বঢ়ায়৷ শৰীৰৰ কোষ আৰু কলাসমূহত অক্সিজেন সৰবৰাহ বাঢ়ে৷ বিশেষকৈ হাওঁফাওঁ আৰু হাৰ্টত অক্সিজেনৰ সৰবৰাহ হয়৷ হাওঁফাওঁত অক্সিজেন সৰবৰাহ সঠিক হ’লে শ্বাসজনিত সমস্যাৰ পৰা ৰেহাই পোৱা যায়৷ ইয়াৰোপৰি সংক্ৰমণজনিত অসুখবিসুখৰ পৰাও ৰেহাই পোৱা যায়৷ হৃদৰোগৰ আশংকাও কমি যায়৷

বিষ বেদনা কমে

গৱেষকৰ মতে হাঁহি থাকিলে এণ্ডৰফিনৰ ক্ষৰণ বাঢ়ে, যিয়ে পেশীৰ শক্তি বঢ়ায়৷ এণ্ডৰফিনৰ ক্ষৰণ বাঢ়িলে সহ্যশক্তি বাঢ়ে, গাঁঠিৰ বিষ কমে, মানসিক চাপো কমি যায়৷

হৃদৰোগৰ আশংকা কমে

হাৰ্টত তেজ আৰু অক্সিজেনৰ চলাচল সঠিক কৰাত হাঁহিয়ে সহায় কৰে৷ হৃদপেশীসমূহৰ ব্যায়াম হয়৷ ফলত হাৰ্টৰ ৰোগৰ আশংকা বহু পৰিমানে কমি যায়৷ ৰক্তচাপো নিয়ন্ত্ৰণত থাকে৷

ওজন কমায়

চিকিৎসকৰ মতে, দৈনিক ১০ৰ পৰা ১৫ মিনিট যদি আপুনি হাঁহি থাকে তেন্তে ৪০ কেলৰি ফেট বাৰ্ণ হয়৷ শাৰীৰিক কছৰতৰ তুলনাত এই কেলৰি কমাবলৈ হাঁহিৰ ভীষণ প্ৰয়োজন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

October 18, 2026
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ
জীৱনশৈলী

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

October 18, 2026
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ
জীৱনশৈলী

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

October 18, 2026
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
Next Post
ব্ৰহ্মা যোগত কাইলৈ সাহস আৰু সম্পদ বাঢ়িব ৫ৰাশিৰ, পাব বজৰংবলীৰ কৃপা

ব্ৰহ্মা যোগত কাইলৈ সাহস আৰু সম্পদ বাঢ়িব ৫ৰাশিৰ, পাব বজৰংবলীৰ কৃপা

বাংলাদেশত কমিছে দুৰ্গাপুজাৰ ছুটী! বাংলাদেশত হিন্দুৰ সৈতে চলিছে কি?

বাংলাদেশত কমিছে দুৰ্গাপুজাৰ ছুটী! বাংলাদেশত হিন্দুৰ সৈতে চলিছে কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.