• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ নিৰাশা, এতিয়াই উভতি আহিব নোৱাৰে সুনীতা উইলিয়ামছ

পুনৰ নিৰাশা, এতিয়াই উভতি আহিব নোৱাৰে সুনীতা উইলিয়ামছ

9 months ago
ডিচেম্বৰত ভয়ংকৰ শক্তি বাঢ়িব সূৰ্যৰ, বছৰৰ শেষ ৪ ৰাশিয়ে পাব চৰকাৰী চাকৰি

ডিচেম্বৰত ভয়ংকৰ শক্তি বাঢ়িব সূৰ্যৰ, বছৰৰ শেষ ৪ ৰাশিয়ে পাব চৰকাৰী চাকৰি

12 hours ago
দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা

দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা

14 hours ago
নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?

নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?

15 hours ago
আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি

আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি

15 hours ago
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

16 hours ago
বানত ভাঁহিছিল মঙ্গলো! কিমান দিনলৈকে প্ৰাণ আছিল পৃথিৱীৰ চুবুৰীয়া গ্ৰহ মঙ্গলত? নিশ্চিহ্ন হ’ল কেতিয়া? কি কৈছে নতুন গৱেষণাই?

বানত ভাঁহিছিল মঙ্গলো! কিমান দিনলৈকে প্ৰাণ আছিল পৃথিৱীৰ চুবুৰীয়া গ্ৰহ মঙ্গলত? নিশ্চিহ্ন হ’ল কেতিয়া? কি কৈছে নতুন গৱেষণাই?

17 hours ago
৫লাখ টকাত ক্ৰয় কৰিব খুজিছিল চাৰ্কাছ দলে, তিনি ফুটৰ গণেশ এতিয়া MBBS ডাক্তৰ! ৭২শতাংশ শাৰীৰিক অক্ষমতাৰে কেনেকৈ চিকিৎসক হ’ল গণেশ?

৫লাখ টকাত ক্ৰয় কৰিব খুজিছিল চাৰ্কাছ দলে, তিনি ফুটৰ গণেশ এতিয়া MBBS ডাক্তৰ! ৭২শতাংশ শাৰীৰিক অক্ষমতাৰে কেনেকৈ চিকিৎসক হ’ল গণেশ?

18 hours ago
পোষ্ট অফিচৰ এই স্কিমত ৰিটাৰ্ণ ১৭ লাখ, মাত্ৰ ১০০ টকাৰেই আৰম্ভ কৰক বিনিয়োগ

পোষ্ট অফিচৰ এই স্কিমত ৰিটাৰ্ণ ১৭ লাখ, মাত্ৰ ১০০ টকাৰেই আৰম্ভ কৰক বিনিয়োগ

1 day ago
শনিৰ প্ৰভাৱত ধন ৰাজযোগ, ঘটিব বিস্তৰ পৰিবৰ্তন, ধনসুখ পাব এই ৩ৰাশিয়ে

শনিৰ প্ৰভাৱত ধন ৰাজযোগ, ঘটিব বিস্তৰ পৰিবৰ্তন, ধনসুখ পাব এই ৩ৰাশিয়ে

1 day ago
কিমান দূৰত্বৰ বাবে সৰ্বাধিক কিমান টকা? ফ্লাইটৰ দাম বান্ধি দিলে কেন্দ্রই, জানি থওক হিঁচাপ

কিমান দূৰত্বৰ বাবে সৰ্বাধিক কিমান টকা? ফ্লাইটৰ দাম বান্ধি দিলে কেন্দ্রই, জানি থওক হিঁচাপ

2 days ago
এটা দুটা নহয় ৰাছিয়াৰ সৈতে ১৬টা বিশেষ চুক্তিত স্বাক্ষৰ মোদী চৰকাৰৰ! ভাৰতক ৰাছিয়াই দিবলগীয়া অতি শক্তিশালী ‘নিশব্দ ঘাতক’ কি?

এটা দুটা নহয় ৰাছিয়াৰ সৈতে ১৬টা বিশেষ চুক্তিত স্বাক্ষৰ মোদী চৰকাৰৰ! ভাৰতক ৰাছিয়াই দিবলগীয়া অতি শক্তিশালী ‘নিশব্দ ঘাতক’ কি?

2 days ago
ভাৰত-ৰাছিয়াৰ সম্পৰ্কক ভেটা দিয়াৰ অধিকাৰ কাৰো নাই, বিদেশমন্ত্ৰী জয়শংকৰৰ স্পষ্ট মত, পুটিনৰ ভাৰত ভ্ৰমণত ক্ষুদ্ধ নেকি আমেৰিকা?

ভাৰত-ৰাছিয়াৰ সম্পৰ্কক ভেটা দিয়াৰ অধিকাৰ কাৰো নাই, বিদেশমন্ত্ৰী জয়শংকৰৰ স্পষ্ট মত, পুটিনৰ ভাৰত ভ্ৰমণত ক্ষুদ্ধ নেকি আমেৰিকা?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, December 8, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পুনৰ নিৰাশা, এতিয়াই উভতি আহিব নোৱাৰে সুনীতা উইলিয়ামছ

editor by editor
March 13, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
পুনৰ নিৰাশা, এতিয়াই উভতি আহিব নোৱাৰে সুনীতা উইলিয়ামছ
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ নিৰাশা, এতিয়াই উভতি আহিব নোৱাৰে সুনীতা উইলিয়ামছ

ট্ৰাম্পৰ প্ৰতিশ্ৰুতিও কামত নাহিল, মহাকাশৰ পৰা উভতি আহিব লগা সুনীতা উইলিয়ামছ পুনৰ আবদ্ধ হৈ পৰিল, ক্ৰু-১০ উৎক্ষেপণ কৰিব নোৱাৰিলে।

মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰৰ পুনৰ পৃথিৱীলৈ ঘূৰি অহাৰ কাম স্তব্ধ হৈ পৰিছে। ৯ মাহ ধৰি মহাকাশত আবদ্ধ হৈ থকা সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰৰ উভতি অহাৰ বাবে যথেষ্ট আশাৰ সঞ্চাৰ হৈছিল। সুনীতাৰ উভতি অহাটো নিশ্চিত কৰিবলৈ আমেৰিকাৰ মহাকাশ সংস্থা নাছাই ক্ৰু-১০ নামৰ এখন মহাকাশযান উৎক্ষেপণ কৰিবলৈ ওলাইছিল।

কিন্তু কাৰিকৰী অসুবিধাৰ বাবে ক্ৰু-১০ৰ উৎক্ষেপণ পিছুৱাই দিবলগীয়া হ’ল। নাছাই কয় যে হাইড্ৰলিক ব্যৱস্থাৰ সমস্যাৰ বাবে ক্ৰু-১০ উৎক্ষেপণৰ কাম পিছুৱাই দিবলৈ বাধ্য হয়, যাৰ বাবে পুনৰ এবাৰ নিৰাশাই বিৰাজ কৰিছে সকলোফালে।

উল্লেখ্য যে, ৫ জুনত মাথো ১০ দিনৰ অভিযানত মহাকাশলৈ গৈ ৯ মাহ ধৰি মহাকাশতে আৱদ্ধ হৈ আছে সুনীতা আৰু বুচ। ষ্টাৰলাইনাৰৰ কাৰিকৰী দোষৰ বাবে দুয়োজনেই বৰ্তমানলৈ উভতি আহিব পৰা নাই।

২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত সুনিতা আৰু বুচ ঘূৰি অহাৰ কথা আছিল। কিন্তু পৰৱৰ্তী ক্ৰু লঞ্চত পলম হোৱাৰ বাবে দুয়োজনেই ঘূৰি আহিব নোৱাৰিলে। মঙলবাৰে নাছাই ঘোষণা কৰে যে দুয়োগৰাকী মহাকাশচাৰীয়ে মাৰ্চ মাহৰ শেষলৈকে মহাকাশতে থাকিব লাগিব।

অৱশ্যে আজি বৃহস্পতিবাৰ আৰু কাইলৈ শুকুৰবাৰেও ৰকেট নিক্ষেপ কৰাৰ সময় আছে। যদিহে ইলন মাস্কৰ স্পেচএক্সে হাইড্ৰলিক্সৰ সমস্যা সমাধান কৰে তেন্তে এই সপ্তাহত ফেলকন ৯ ৰকেট উৎক্ষেপণ কৰিব পৰা যাব। যদি ১৯ মাৰ্চৰ ভিতৰত সকলো ঠিকে থাকে তেন্তে স্পেচএক্স ক্ৰু ড্ৰেগনে মহাকাশত আবদ্ধ হৈ থকা সুনিতা উইলিয়ামছ আৰু বুচ উইলম’ৰক পৃথিৱীলৈ ঘূৰাই আনিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Butch WilmoreNASAspaceSunita and ButchSunita Williams
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা
জীৱনশৈলী

দিল্লী-মস্কোৰ বৈঠক বিশ্ববাসীৰ বাবে হ’ব নতুনৰ বাৰ্তা

December 7, 2025
নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?
জীৱনশৈলী

নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?

December 7, 2025
আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি
জীৱনশৈলী

আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি

December 7, 2025
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?
জীৱনশৈলী

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

December 7, 2025
Next Post
যুদ্ধ বিৰতিত সহমত হ’বনে পুটিন! ট্ৰাম্পৰ মন্তব্য সহমত ন’হলে ধ্বংস হ’ব ৰাছিয়া

যুদ্ধ বিৰতিত সহমত হ'বনে পুটিন! ট্ৰাম্পৰ মন্তব্য সহমত ন'হলে ধ্বংস হ'ব ৰাছিয়া

৩ মাহৰ ছুটিত ভাৰতীয় ক্ৰিকেট দল, এইবাৰ লক্ষ্য …

৩ মাহৰ ছুটিত ভাৰতীয় ক্ৰিকেট দল, এইবাৰ লক্ষ্য ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.