• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধ বিৰতিত সহমত হ’বনে পুটিন! ট্ৰাম্পৰ মন্তব্য সহমত ন’হলে ধ্বংস হ’ব ৰাছিয়া

যুদ্ধ বিৰতিত সহমত হ’বনে পুটিন! ট্ৰাম্পৰ মন্তব্য সহমত ন’হলে ধ্বংস হ’ব ৰাছিয়া

1 year ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

24 minutes ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

58 minutes ago
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

1 hour ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

2 hours ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

3 hours ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

3 hours ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

4 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

5 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

6 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

7 hours ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

9 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যুদ্ধ বিৰতিত সহমত হ’বনে পুটিন! ট্ৰাম্পৰ মন্তব্য সহমত ন’হলে ধ্বংস হ’ব ৰাছিয়া

editor by editor
March 13, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
যুদ্ধ বিৰতিত সহমত হ’বনে পুটিন! ট্ৰাম্পৰ মন্তব্য সহমত ন’হলে ধ্বংস হ’ব ৰাছিয়া
0
SHARES
434
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যুদ্ধ বিৰতিত সহমত হ’বনে পুটিন! ট্ৰাম্পৰ মন্তব্য সহমত ন’হলে ধ্বংস হ’ব ৰাছিয়া

ৰাছিয়াৰ সৈতে যুদ্ধবিৰতিৰ বাবে সাজু ইউক্ৰেইন। চৌদি আৰৱৰ জেদ্দাত ইউক্ৰেইন আৰু আমেৰিকাৰ প্ৰতিনিধিৰ সৈতে আলোচনাৰ পিছত ৰাষ্ট্ৰপতি ট্ৰাম্পে এই প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। ৰাষ্ট্ৰপতি ট্ৰাম্পে সদৰি কৰি কয় যে ইউক্ৰেইনে ৰাছিয়াৰ সৈতে ৩০ দিনীয়া যুদ্ধবিৰতি মানি ল’বলৈ ইচ্ছুক।

ইউক্ৰেইনৰ হৈ কিয়েভে চৌডিত অনুষ্ঠিত বৈঠকক “মাইলৰ খুঁটি” বৈঠক হিচাপে অবিহিত কৰিছে। য’ত আমেৰিকাই ইউক্ৰেইনৰ সৈতে সামৰিক সাহায্য আৰু চোৰাংচোৱাৰ ভাগ-বতৰা পুনৰ আৰম্ভ কৰিবলৈ সন্মত হৈছে। মঙলবাৰে ছৌদি আৰৱৰ জেদ্দাত ইউক্ৰেইন আৰু আমেৰিকাৰ বিষয়াসকলৰ সৈতে আঠ ঘণ্টাৰো অধিক আলোচনাৰ অন্তত কিয়েভে এই কথা ঘোষণা কৰে।

যৌথ বিবৃতিটোত কোৱা হৈছে যে ইউক্ৰেইনে তাৎক্ষণিক, অন্তৱৰ্তীকালীন ৩০ দিনৰ যুদ্ধবিৰতি কাৰ্যকৰী কৰাৰ বাবে আমেৰিকাৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে, যিটো পক্ষসমূহৰ পাৰস্পৰিক সহমতৰ দ্বাৰা বৃদ্ধি কৰিব পৰা যাব।

কিন্তু এতিয়া সকলোৰে দৃষ্টি এই সহমতৰ প্ৰস্তাৱ তথা চুক্তি ৰাছিয়াই মানি ল’ব নে নাই। এই চুক্তিখন মস্কোলৈ লৈ যাব বুলি কয় আমেৰিকাৰ বিষয়াসকলে।

অনাগত দিনত ট্ৰাম্পৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইক ৱাল্টজে ৰাছিয়াৰ সমকক্ষক সাক্ষাৎ কৰাৰ কথা আছে আৰু ট্ৰাম্পৰ বিশেষ দূত ষ্টিভ উইটকফে এই সপ্তাহত মস্কোলৈ গৈ পুটিনক সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছে। ট্ৰাম্পে এই সপ্তাহত পুটিনৰ সৈতে কথা পাতিব পাৰে বুলি উল্লেখ কৰি অনাগত দিনত স্থায়ী যুদ্ধবিৰতিৰ আলোচনা হ’ব বুলি আশা কৰে।

এই প্ৰস্তাৱৰ সন্দৰ্ভত পুটিনে কি সিদ্ধান্ত ল’ব সেয়া কোৱা টান। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে শান্তি নিষ্পত্তিৰ বিষয়ে আলোচনা কৰিবলৈ সাজু বুলি কয় যদিও তেওঁ আৰু তেওঁৰ কূটনীতিবিদসকলে বাৰে বাৰে কয় যে তেওঁলোকে যুদ্ধবিৰতিৰ বিৰোধী আৰু ইয়াৰ পৰিৱৰ্তে ৰাছিয়াৰ দীৰ্ঘম্যাদী নিৰাপত্তা সুৰক্ষিত কৰা চুক্তি বিচাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Donald TrumpRussia AmericaRussia Ukraine WarTrump
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

July 11, 2026
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি
বিশ্ব

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

July 11, 2026
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক
জীৱনশৈলী

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

July 11, 2026
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী
অসম

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

July 11, 2026
Next Post
৩ মাহৰ ছুটিত ভাৰতীয় ক্ৰিকেট দল, এইবাৰ লক্ষ্য …

৩ মাহৰ ছুটিত ভাৰতীয় ক্ৰিকেট দল, এইবাৰ লক্ষ্য ...

২৬ মাৰ্চত শেষ বাৰৰ বাবে শনি-চন্দ্ৰৰ সংযোগ, ৪ ৰাশিৰ জীনৱলৈ সোণালী সুযোগ

২৬ মাৰ্চত শেষ বাৰৰ বাবে শনি-চন্দ্ৰৰ সংযোগ, ৪ ৰাশিৰ জীনৱলৈ সোণালী সুযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.