• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাঁহি থকাৰ মাজতে হঠাতে কান্দি দিলে ববী দেউলে, ছানী দেউলৰো সেমেকি উঠিল চকু

হাঁহি থকাৰ মাজতে হঠাতে কান্দি দিলে ববী দেউলে, ছানী দেউলৰো সেমেকি উঠিল চকু

2 years ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

20 minutes ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

53 minutes ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

1 hour ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

2 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

2 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

3 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

4 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

4 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

5 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

5 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

6 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

হাঁহি থকাৰ মাজতে হঠাতে কান্দি দিলে ববী দেউলে, ছানী দেউলৰো সেমেকি উঠিল চকু

editor by editor
May 5, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন
0
হাঁহি থকাৰ মাজতে হঠাতে কান্দি দিলে ববী দেউলে, ছানী দেউলৰো সেমেকি উঠিল চকু
0
SHARES
303
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাঁহি থকাৰ মাজতে হঠাতে কান্দি দিলে ববী দেউলে, ছানী দেউলৰো সেমেকি উঠিল চকু

কপিল শৰ্মাৰ হাস্যমধুৰ অনুষ্ঠানত হাঁহি থকাৰ মাজতে হঠাতে কান্দি পেলালে দেউল ভাতৃয়ে। ববী দেউলে চকু পানী টোকাৰ বিপৰীতে জ্যোষ্ঠ ভাতৃ ছানী দেউলৰো সেমেকি উঠে চকু।

দ’ গ্ৰেট ইণ্ডিয়ান কপিল শৰ্মাৰ সদ্যহতে প্ৰসাৰিত হৈ যোৱা এক অনুষ্ঠানত আলহী হৈ আহিছিল দেউল ভাতৃ। সেই অনুষ্ঠানতে ছানী আৰু ববী দেউলে তেওঁলোকৰ ২০২৩ চনৰ সফলতাৰ কাহিনী কৈ আছিল। য’ত ছানী দেউলৰ গাদাৰ ২ ছবিখন ব্লকবাষ্টাৰ হৈছিল, আনহাতে এনিমেল ছবিখনত ববীৰ নেতিবাচক ভূমিকাই বহু খ্যাতি কঢ়িয়াই আনিছিল। ‘ৰ’কী ঔৰ ৰ’কী কি প্ৰেম কাহিনী’ চিনেমাখনৰো ধৰ্মেন্দ্ৰৰ চৰিত্ৰ বাতৰিৰ শিৰোনামত আছিল।

এই ক্ষেত্ৰতে ববী দেউলে অনুষ্ঠানটোত কৈ আছিল যে, “মই সুখী মোৰ দাদই গাদাৰৰ পিছত ২২ বছৰ ধৰি অপেক্ষা কৰি পুনৰ গাদাৰ ২ ত সেই সফলতা লাভ কৰি। সেই একেটা বৰ্ষতে দেউতাৰো সফল ছবি আহে। তাৰ পাছত মোৰো ছবি হিট হৈ পৰে। এনেদৰে একেলগে ঘৰলৈ সকলোৰে বাবে সফলতা আহে। বিশেষকৈ দেউতাই আমাৰ এই সফলতাক বহুত সুখি হয়।”

আনহাতে ছানী দেউলে কয় যে, ‘বহু বছৰ হ’ল আৰু এই সময়ছোৱাত বহু ঘটনা ঘটিছে। আমি যৎপৰোনাস্তি চেষ্টা কৰি আছিলো এনে সফলতাৰ বাবে। দেউতা ১৯৬০ চনৰ পৰাই বলীউডত আছে আৰু আমিয়ো বহু বছৰ বছৰ ধৰি বহু কাম কৰিলো। কিন্তু এইবাৰ আমি মানুহৰ পৰা ইমান মৰম পাই আছো, যেন হঠাতে ভগৱান নিজেই আবিৰ্ভাৱ হৈছে!’

এই কথা শুনিয়ে চকুপানী ওলাই পৰে ববী দেউলৰ আনহাতে ছানী দেউলৰো চকু সেমেকি উঠে। হাঁহিৰ মাজতে সুখৰ চকুলো নিগৰে দেউল ভাতৃদ্বয়ৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Boby deulComedy Showkapil sarmaKapil Sarma ShowSunny Deul
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি
জীৱনশৈলী

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

September 8, 2026
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?
বিনোদন

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

September 8, 2026
Next Post
অতিকে শোকাৱহ, গণেশ মন্দিৰ দৰ্শনৰ বাবে গৈছিল পৰিয়াল, পাছে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পৰিয়ালৰ ৬ জনে

অতিকে শোকাৱহ, গণেশ মন্দিৰ দৰ্শনৰ বাবে গৈছিল পৰিয়াল, পাছে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পৰিয়ালৰ ৬ জনে

পুত্ৰৰ সৈতেই গোপনে কৰি আছিল এনে, স্বামীয়ে মনে মনে ভিডিঅ’ কৰি ৰাখি ভাইৰেল কৰি দিয়ে, তাৰ পাছত

পুত্ৰৰ সৈতেই গোপনে কৰি আছিল এনে, স্বামীয়ে মনে মনে ভিডিঅ' কৰি ৰাখি ভাইৰেল কৰি দিয়ে, তাৰ পাছত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.