• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুত্ৰৰ সৈতেই গোপনে কৰি আছিল এনে, স্বামীয়ে মনে মনে ভিডিঅ’ কৰি ৰাখি ভাইৰেল কৰি দিয়ে, তাৰ পাছত

পুত্ৰৰ সৈতেই গোপনে কৰি আছিল এনে, স্বামীয়ে মনে মনে ভিডিঅ’ কৰি ৰাখি ভাইৰেল কৰি দিয়ে, তাৰ পাছত

2 years ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

3 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

3 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

3 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

4 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

5 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

5 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

5 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

6 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

7 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

8 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

9 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

পুত্ৰৰ সৈতেই গোপনে কৰি আছিল এনে, স্বামীয়ে মনে মনে ভিডিঅ’ কৰি ৰাখি ভাইৰেল কৰি দিয়ে, তাৰ পাছত

editor by editor
May 5, 2024
in বিশ্ব, ৰাজনীতি
0
পুত্ৰৰ সৈতেই গোপনে কৰি আছিল এনে, স্বামীয়ে মনে মনে ভিডিঅ’ কৰি ৰাখি ভাইৰেল কৰি দিয়ে, তাৰ পাছত
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুত্ৰৰ সৈতেই গোপনে কৰি আছিল এনে, স্বামীয়ে মনে মনে ভিডিঅ’ কৰি ৰাখি ভাইৰেল কৰি দিয়ে, তাৰ পাছত

ৰাজনীতিৰ সৈতে জড়িত এগৰাকী মহিলা নেত্ৰীৰ কাণ্ড-কাৰখানাই তোলপাৰ লগাইছে এতিয়া। পুত্ৰৰ সৈতেই অভিসাৰত লিপ্ত হৈ আছিল মাতৃ। বহু দিনৰে পৰা এই সম্পৰ্ক চলি আছিল মাতৃ-পুত্ৰৰ। স্বামীয়ে সকলো জানিব পাৰি গোপনে ভিডিঅ’ কৰি ৰখাতহে পোহৰলৈ আহে সকলো।

স্বামীয়ে গোপনে কৰি ৰখা ভিডিঅ’ ভাইৰেল কৰি দিয়াতে মহিলাগৰাকীৰ এই নিকৃষ্ট কাণ্ডৰ বিষয়ে জানিব পাৰি লগে লগে সেই মহিলাগৰাকীক দলৰ পৰা বহিষ্কাৰ কৰি দিয়ে।

এই ঘটনা সংঘটিত হৈছে থাইলেণ্ডত। ৪৫ বৰ্ষীয় মাতৃয়ে গোপনে অভিসাৰত লিপ্ত হয় ২৪ বৰ্ষীয় দত্তক পুত্ৰৰ সৈতে। মহিলাগৰাকীৰ স্বামীয়ে সেই বিশেষ সময়ৰে গোপনে ভিডিঅ’ কৰি ৰাখে।

ঘটনা পোহৰলৈ অহাৰ পাছতে থাইলেণ্ডৰ ৰাজনীতিত তোলপাৰ লাগি যায়। বিগত বৰ্ষত ২৩ বছৰ বয়সত এক বৌধ মঠৰ পৰা তুলি লৈছিল পুত্ৰক। যি কাৰ্যৰ ওপৰত এতিয়া ধিক্কাৰ মহিলাগৰাকীৰ স্বামীৰ। বৌধ ভিক্ষু হিচাপে আছিল পুত্ৰ। পত্নীয়ে পুত্ৰক বিপথে পৰিচালিত কৰা বুলিও মন্তব্য স্বামীৰ।

মহিলাগৰাকীক থাইলেণ্ডৰ ‘মেডাম প্লী’ বুলি জনা যায়। তেখেতৰ প্ৰকৃত নাম প্ৰাপাপোৰ্ণ। থাইলেণ্ডত মেডাম প্লী খুবেই জনপ্ৰিয়। পাছে এই ঘটনা পোহৰলৈ অহাৰ পাছতে দলৰ পৰা বহিষ্কাৰ নেত্ৰীগৰাকীক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ThailandThailand Viral Videoviral videoViral Video Thailand
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’
ৰাজনীতি

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

September 19, 2026
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট
বিনোদন

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

September 18, 2026
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য
ভাৰত

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

September 18, 2026
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক
ভাৰত

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

September 18, 2026
Next Post
মহৌষধি নিমপাত, কি কি বেমাৰত ভাল, কিদৰে কৰিব ব্যৱহাৰ

মহৌষধি নিমপাত, কি কি বেমাৰত ভাল, কিদৰে কৰিব ব্যৱহাৰ

টকাই টকা, গণি শেষ কৰিব নোৱাৰি! মন্ত্ৰীৰ পিএৰ লগুৱাৰ ঘৰত ওলাল টকাৰ পাহাৰ

টকাই টকা, গণি শেষ কৰিব নোৱাৰি! মন্ত্ৰীৰ পিএৰ লগুৱাৰ ঘৰত ওলাল টকাৰ পাহাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.