• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টকাই টকা, গণি শেষ কৰিব নোৱাৰি! মন্ত্ৰীৰ পিএৰ লগুৱাৰ ঘৰত ওলাল টকাৰ পাহাৰ

টকাই টকা, গণি শেষ কৰিব নোৱাৰি! মন্ত্ৰীৰ পিএৰ লগুৱাৰ ঘৰত ওলাল টকাৰ পাহাৰ

2 years ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

7 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

7 hours ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

8 hours ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

8 hours ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

9 hours ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

10 hours ago
সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

10 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

২০ বছৰ বয়সত কৰক এই কাম, সলনি হব আপোনাৰ ভৱিষ্যত!

11 hours ago
পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

12 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

অষ্টম দৰমহা আয়োগত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন বন্ধ হ’ব নেকি? NC-JCM এ প্ৰকাশ কৰিছে সম্পূৰ্ণ সত্য

13 hours ago
ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

13 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

টকাই টকা, গণি শেষ কৰিব নোৱাৰি! মন্ত্ৰীৰ পিএৰ লগুৱাৰ ঘৰত ওলাল টকাৰ পাহাৰ

editor by editor
May 6, 2024
in ভাৰত, ৰাজনীতি
0
টকাই টকা, গণি শেষ কৰিব নোৱাৰি! মন্ত্ৰীৰ পিএৰ লগুৱাৰ ঘৰত ওলাল টকাৰ পাহাৰ
0
SHARES
524
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টকাই টকা, গণি শেষ কৰিব নোৱাৰি! মন্ত্ৰীৰ পিএৰ লগুৱাৰ ঘৰত ওলাল টকাৰ পাহাৰ

এফালে নিৰ্বাচনী বতাহ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ দেশৰ বহু প্ৰান্তত ৰাজনৈতিক নেতা সকলৰ মাজত জয়-পৰাজয়ৰ শংকা। কোন জিকিব কোন হাৰিব, কোনে পাতিব চৰকাৰ তাকে লৈ হৈ চৈ। তাৰ মাজতে সন্ধান ওলাইছে টকাৰ পাহাৰ। এগৰাকী মন্ত্ৰীৰ পি এৰ লগুৱাৰ ঘৰত ওলাইছে টকাই টকা।

আজি সোমবাৰে পুৱাই ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ বিভিন্ন অঞ্চলত বলবৎকাৰী সঞ্চালকালয়(ED) এ অভিযান চলায়। সেই অভিযান কালতে ইডিয়ে উদ্ধাৰ কৰে বস্তাই বস্তাই টকা।

বীৰেন্দ্ৰ কে ৰাম গোচৰত ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সম্পাদক (personal secretary, পিএ) সঞ্জীৱ লালৰ ঘৰুৱা সহায়কৰ ঘৰৰ পৰা এই বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হয়।

এতিয়ালৈকে ৩০ কোটিতকৈ অধিক টকা উদ্ধাৰ কৰা হৈছে লগতে গণনা কৰা হৈছে। বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি বৰ্তমানেও গণনা চলি আছে।

ইডিয়ে ঝাৰখণ্ড গ্ৰামোন্নয়ন বিভাগৰ মুখ্য অভিযন্তা বীৰেন্দ্ৰ কে ৰামক ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল । একাংশ আঁচনি ৰূপায়ণত সংঘটিত হোৱা কথিত অনিয়মৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত গোচৰ ৰুজু কৰিছিল অভিযন্তা বীৰেন্দ্ৰ কে ৰামৰ বিৰুদ্ধে। তালাচীৰ সময়ত বীৰেন্দ্ৰ ৰামৰ ওচৰত ১৫০ কোটি টকাৰ সম্পত্তি লাভ কৰিছিল।

সেই একেটা গোচৰৰ বিষয়তে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই ঝাৰখণ্ড চৰকাৰৰ মন্ত্ৰী আলমগীৰ আলমক লক্ষ্য কৰি কৈছিল, ‘এয়া আলমগীৰ আলমৰ ধন, আন কাৰো টকা নহয় আৰু গণনা ৫০ কোটি টকাৰ ওপৰত হ’ব। হেমন্ত সোৰেন জেলত, এয়া ছিণ্ডিকেট অপৰাধ। বাংলাদেশীক নিমন্ত্ৰণ কৰি এই ঠাইখনৰ জনগাঁথনি সলনি কৰি আছে। এতিয়া ঝাৰখণ্ডত ৰাষ্ট্ৰপতিৰ শাসনৰ বাহিৰে আন কোনো বিকল্প নাই।’

https://x.com/ANI/status/1787317274535231860

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Alamgir Alamenforcement directoratejharkhandmoney launderingRanchi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
অসম

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

August 29, 2026
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা
বিশ্ব

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

August 29, 2026
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’
ভাৰত

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

August 28, 2026
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী
ভাৰত

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

August 27, 2026
Next Post
তৃতীয়বাৰৰ বাবে মহাকাশত উৰা মাৰিবলৈ সাজু ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছ, লগত নিব গণেশৰ মূৰ্তি

তৃতীয়বাৰৰ বাবে মহাকাশত উৰা মাৰিবলৈ সাজু ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছ, লগত নিব গণেশৰ মূৰ্তি

পত্নীৰ অকথ্য নিৰ্যাতন, অত্যাচাৰ সহিব নোৱাৰি পলাই আৰক্ষীৰ কাষ চাপিল স্বামী

পত্নীৰ অকথ্য নিৰ্যাতন, অত্যাচাৰ সহিব নোৱাৰি পলাই আৰক্ষীৰ কাষ চাপিল স্বামী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.