• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নীৰ অকথ্য নিৰ্যাতন, অত্যাচাৰ সহিব নোৱাৰি পলাই আৰক্ষীৰ কাষ চাপিল স্বামী

পত্নীৰ অকথ্য নিৰ্যাতন, অত্যাচাৰ সহিব নোৱাৰি পলাই আৰক্ষীৰ কাষ চাপিল স্বামী

2 years ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

16 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

16 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

17 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

18 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

18 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

19 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

19 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

20 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

20 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

21 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

21 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পত্নীৰ অকথ্য নিৰ্যাতন, অত্যাচাৰ সহিব নোৱাৰি পলাই আৰক্ষীৰ কাষ চাপিল স্বামী

editor by editor
May 6, 2024
in ভাৰত
0
পত্নীৰ অকথ্য নিৰ্যাতন, অত্যাচাৰ সহিব নোৱাৰি পলাই আৰক্ষীৰ কাষ চাপিল স্বামী
0
SHARES
366
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পত্নীৰ অকথ্য নিৰ্যাতন, অত্যাচাৰ সহিব নোৱাৰি পলাই আৰক্ষীৰ কাষ চাপিল স্বামী

ইমান দিনে শুনি আহিছিল স্বামীৰ অত্যাচাৰ পত্নীৰ ওপৰত। পাছে এইবাৰ পোহৰলৈ আহিছে স্বামীৰ ওপৰত অকথ্য নিৰ্যাতন চলালে পত্নীয়ে। অত্যাচাৰৰ সীমা ইমানেই বাঢ়ি যায় যে, কোনোমতে পলাই আহি আৰক্ষীৰ কাষ চাপে দু্ৰ্ভগীয়া স্বামী।

এই ঘটনা এইখন ভাৰতৰে। উত্তৰ প্ৰদেশৰ বিজনৌৰৰ পৰা আহিছে এই খবৰ। প্ৰেম বিবাহ কৰাৰ পাছতো প্ৰতাৰণাৰ সন্মুখিন স্বামী। বৰ্তমানে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত পত্নীগৰাকীক।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ২০২৩ৰ নৱেম্বৰ মাহত বিবাহ পাশত আৱদ্ধ হৈছিল দুয়ো। বিয়াৰ পাছতে পত্নীয়ে বিচৰামতে পৰিয়ালৰ পৰাও আঁতৰি গৈ বেলেগকৈ ঘৰ ভাড়া কৰি থাকে দুয়ো স্বামী-স্ত্ৰী।

কিন্তু তথাপি সুখি নাছিল পত্নী, নিতৌ কৰিছিল কাজিয়া। অৱশেষত ২৯ এপ্ৰিলৰ নিশা স্বামীৰ ওপৰত চলালে ভাবিব নোৱাৰা অত্যাচাৰ। গাখীৰৰ সৈতে কোনো নিচাৰ সামগ্ৰী মিহলাই খুৱাই দিয়ে স্বামীক। তাৰ পাছত হাত-ভৰি বান্ধি লৈ আৰম্ভ কৰে অত্যাচাৰ।

প্ৰথমে ডিঙিত চেপা মাৰে, চুৰিৰে ৰেপি দিয়ে। তাৰ পাছত স্বামীৰ গুপ্তাংগতো চুৰিৰে ৰেপি ৰেপি দিয়ে কেইবা ঠাইতো। লগতে নিজে চিগাৰেট খোৱাৰ উপৰি সেই চিগাৰেটেৰে স্বামীৰ গুপ্তাংগতো কেইবাঠাইত জ্বলাই দিয়ে। ৰেহাইৰ বাবে নিচাৰ জালতো কাকুটি-মিনতি কৰি থাকে স্বামী কিন্তু নিৰ্বিচাৰে অত্যাচাৰ চলাই যায় পত্নীয়ে।

পাশৱিকতাৰ সীমা চেৰাই যোৱা অত্যাচাৰ কৰি শেষত নিজে সুৰা পান কৰি শুই যায় স্বামীৰ কাষতে। পত্নী শুই যোৱাৰ পাছত বহু কষ্টৰে নিজক কোনোমতে মোকলাই সেই স্থানৰ পৰা পলায়ন কৰি পোনেই যায় আৰক্ষীৰ ওচৰলৈ।

আৰক্ষীয়ে পিছত প্ৰমাণৰ বাবে তদন্ত চলাওতে কোঠাৰ ভিতৰৰ চিচি টিভি ফুটেজ উদ্ধাৰ কৰে। সেই ভিডিঅ’তে পত্নীৰ সকলো অত্যাচাৰ পোহৰলৈ আহে, যি দেখি আৰক্ষীয়ো আচৰিত হৈ পৰে। বৰ্তমানে স্বামী হাস্পতালত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে অত্যাচাৰী পত্নী আৰক্ষীৰ জালত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BijnourMolestationMolestation Caseuttar pradeshwife Molestation
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী
শিক্ষা

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

October 11, 2026
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!
ৰাজনীতি

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

October 11, 2026
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?
বিনোদন

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

October 11, 2026
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?
প্ৰযুক্তি

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

October 11, 2026
Next Post
দিল্লীৰ পাছত পুনৰ আন এখন ৰাজ্যৰ বিদ্যালয়ত বোমাৰ আতংক, ৮খন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি

দিল্লীৰ পাছত পুনৰ আন এখন ৰাজ্যৰ বিদ্যালয়ত বোমাৰ আতংক, ৮খন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি

অতিকে শোকাবহ, ট্ৰেক্টৰ বাগৰি কৰুণ মৃত্যুক সাৱটিলে ৫জনে, ২ জন আহত

অতিকে শোকাবহ, ট্ৰেক্টৰ বাগৰি কৰুণ মৃত্যুক সাৱটিলে ৫জনে, ২ জন আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.