• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিনেমাই সফলতাৰ মুখ দেখিছে যদিও মানসিক অশান্তিয়ে কোঙা কৰিছে ছানী দেওলক! মূৰত এতিয়াও ৫৬ কোটিৰ ঋণ, অৱশেষত বাসগৃহও নিলামত দিছে অভিনেতা ছানি দেওলে

চিনেমাই সফলতাৰ মুখ দেখিছে যদিও মানসিক অশান্তিয়ে কোঙা কৰিছে ছানী দেওলক! মূৰত এতিয়াও ৫৬ কোটিৰ ঋণ, অৱশেষত বাসগৃহও নিলামত দিছে অভিনেতা ছানি দেওলে

3 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

3 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

3 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

3 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

3 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

4 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

4 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

7 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

8 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

9 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

10 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

10 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

চিনেমাই সফলতাৰ মুখ দেখিছে যদিও মানসিক অশান্তিয়ে কোঙা কৰিছে ছানী দেওলক! মূৰত এতিয়াও ৫৬ কোটিৰ ঋণ, অৱশেষত বাসগৃহও নিলামত দিছে অভিনেতা ছানি দেওলে

editor by editor
August 21, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
চিনেমাই সফলতাৰ মুখ দেখিছে যদিও মানসিক অশান্তিয়ে কোঙা কৰিছে ছানী দেওলক! মূৰত এতিয়াও ৫৬ কোটিৰ ঋণ, অৱশেষত বাসগৃহও নিলামত দিছে অভিনেতা ছানি দেওলে
0
SHARES
967
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গাদাৰ-২ মুক্তিৰ পাছৰে পৰাই বলীউডত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে ছানি দেওল। তেওঁৰ অভিনীত ছবি গাদাৰ-২য়ে বক্স অফিচত ব্যৱসায়ো কৰিছে। কিন্তু তাৰ মাজতেই শেহতীয়াকৈ ভাইৰেল হৈছে ছানি দেওলৰ আন এক খবৰহে। বেংক অৱ বৰোদাই ছানি দেওলৰ বিৰুদ্ধে দেওবাৰে জাৰি কৰিছে বিশেষ জাননী। জাননীত উল্লেখ থকামতে ৫৬ কোটি ঋণ পৰিশোধ কৰা নাই ছানি দেওলে। আগন্তুক ছেপ্টেম্বৰৰ ভিতৰত এই ঋণ পৰিশোধৰো সময়সীমা বান্ধি দিয়া হৈছে অভিনেতা ছানীক।

এই জাননী লাভ কৰাৰ পাছতেই ভাইৰেল হৈছে আন এক খবৰো। ছানী দেওলে তেওঁৰ জুহুত থকা বাংলোটো নিলামৰ ব্যৱস্থা কৰিছে। ই নিলামৰ ব্যৱস্থা কৰিছে অভিনেতা ছানীয়ে। গান্ধী গ্ৰাম ৰোডত থকা ছানী ভিলা নামৰ বাংলোটো নিলামত দিয়াৰ ব্যৱস্থা কৰিছে অভিনেতা ছানীয়ে। প্ৰায় ৫৫.৯ কোটি টকালৈকে দৰ উঠিছে তেওঁৰ বিশেষ বাংলোটোৰ। সূত্ৰৰ খবৰ অনুসৰি অভিনেতাজনে ঋণদাতাক এই ধনেই পৰিশোধ কৰি ঋণমুক্ত হ’বলৈ চেষ্টা কৰিছে।

জোনাল ষ্ট্ৰেছড এছেট ৰিকভাৰী ব্ৰাঞ্চৰ দ্বাৰা জাৰি কৰা নটিছত উল্লেখ থকামতে, ২৫ ছেপ্টেম্বত এই নিলাম অনুষ্টিত হ’ব। ২২ ছেপ্টেম্বৰপ ভিতৰত বিড জমা দিয়া হ’ব। ছানি দেওলৰ এই বাংলোটো তেওঁ বেংক অৱ বৰোডাক মডগেজ হিচাপে দি থৈছে। ছানীয়ে কেৱল বাংলোটোৱেই বন্ধকত দিছে তেনে নহয়। তেওঁৰ ঘৰৰ সৈতে থকা ৫৯৯.৮৮ বৰ্গমিটাৰ মাটিও বন্ধকত থৈছে।

বিজ্ঞাপনটোত উল্লেখ থকা অনুসৰি এই সম্পত্তিৰ ৰিজাৰ্ভ মূল্য ৫১.৪৩ কোটি টকা। সেই ক্ষেত্ৰত প্ৰাথমিকভাৱে আগধন হিচাপে দিব লাগিব ৫.১৪ কোটি টকা। সম্পত্তিটো ১৪ ছেপ্টেম্বৰত ক্ৰয় কৰিব খোজোতাই চাব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত
জীৱনশৈলী

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

September 9, 2026
Next Post
চীনে ভাৰতৰ মাটি দখল কৰাৰ কথা সম্পূৰ্ণ মিছা! প্রধানমন্ত্ৰীয়ে ক’লে ৰাহুল গান্ধীয়ে সম্পূৰ্ণ মিছা অভিযোগ আনিছে

চীনে ভাৰতৰ মাটি দখল কৰাৰ কথা সম্পূৰ্ণ মিছা! প্রধানমন্ত্ৰীয়ে ক’লে ৰাহুল গান্ধীয়ে সম্পূৰ্ণ মিছা অভিযোগ আনিছে

‘মই চিৰকুমাৰ যদিও ব্ৰহ্মচাৰী নহয়…’ ৪০ বছৰ পুৰণি সেই প্ৰেম কাহিনী, য’ত সকলো আছিল, কেৱল নাছিল কোনো নিৰ্দিষ্ট নাম

'মই চিৰকুমাৰ যদিও ব্ৰহ্মচাৰী নহয়...' ৪০ বছৰ পুৰণি সেই প্ৰেম কাহিনী, য'ত সকলো আছিল, কেৱল নাছিল কোনো নিৰ্দিষ্ট নাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.