• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ৰোনাৰ ভয়ত পলাইছিল নেকি ছানী লিয়নী

ক’ৰোনাৰ ভয়ত পলাইছিল নেকি ছানী লিয়নী

5 years ago
দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন! ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

3 days ago
শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

3 days ago
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

3 days ago
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

3 days ago
৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

3 days ago
ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

3 days ago
১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

3 days ago
হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

4 days ago
এই ৪ ৰাশিৰ দুঃসময় শেষ, বুধ বক্ৰীৰ ফলত ২০ দিন শুভ সময় কটাব এইকেইটা ৰাশিয়ে

এই ৪ ৰাশিৰ দুঃসময় শেষ, বুধ বক্ৰীৰ ফলত ২০ দিন শুভ সময় কটাব এইকেইটা ৰাশিয়ে

4 days ago
বৃহস্পতিৰ প্ৰিয় এই ৫ ৰাশিৰ জীৱনজুৰি সুখ! সাফল্য আৰু পদোন্নতি আহিব কাৰ কাৰ?

বৃহস্পতিৰ প্ৰিয় এই ৫ ৰাশিৰ জীৱনজুৰি সুখ! সাফল্য আৰু পদোন্নতি আহিব কাৰ কাৰ?

4 days ago
পিঠিৰ বিষ কোনো কাৰণতেই কমা নাই? জানি থওক মেৰুদণ্ডৰ টিবিৰ লক্ষণ, কেনেকৈ চিনি পাব স্পাইনেল টিউবাৰকুলোচিছ?

পিঠিৰ বিষ কোনো কাৰণতেই কমা নাই? জানি থওক মেৰুদণ্ডৰ টিবিৰ লক্ষণ, কেনেকৈ চিনি পাব স্পাইনেল টিউবাৰকুলোচিছ?

4 days ago
শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 15, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ক’ৰোনাৰ ভয়ত পলাইছিল নেকি ছানী লিয়নী

লকডাউনৰ মাজতে মুম্বাই ত্যাগ কৰি আবেদনময়ী অভিনেত্ৰী ছানী লিয়নী উপস্থিত হৈছিলগৈ লছএঞ্জেলছত থকা স্বামী আৰু তিনি সন্তানৰ ওচৰত

নিউজ ডেস্ক by নিউজ ডেস্ক
June 1, 2020 - Updated on June 7, 2020
in চিনেমা, বিনোদন
0
ক’ৰোনাৰ ভয়ত পলাইছিল নেকি ছানী লিয়নী
0
SHARES
50
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লকডাউনৰ মাজতে মুম্বাই ত্যাগ কৰিছিল আবেদনময়ী অভিনেত্ৰী ছানী লিয়নীয়ে৷ লছএঞ্জেলছত থকা স্বামী আৰু তিনি সন্তানৰ ওচৰত এক ৰাতিতে উপস্থিত হৈছিলগৈ অভিনেত্ৰীগৰাকী৷ ভাৰতৰ পৰা গৈয়ে হোম কোৱাৰেণ্টাইনত থাকিবলগীয়া হোৱা ছানীয়ে ক’ৰোনাৰ ভয়তে ভাৰত এৰি আমেৰিকাত উপস্থিত হোৱা বুলি বিভিন্ন মহলত সন্দেহ উদ্ৰেক হৈছিল৷ সম্প্ৰতি এক সাক্ষাৎকাৰত ছানীয়ে স্পষ্ট কৰি দিছে ক’ৰোনাৰ ভয়ত নহয়, পৰিয়ালৰ তাড়নাৰ বাবেহে মুম্বাই এৰিছিল৷ লছএঞ্জেলছত থকা স্বামী আৰু তিনি সন্তানক এনে সংকটৰ সময় দিয়াতো জৰুৰী বুলি ভাবিছিল অভিনেত্ৰীগৰাকীয়ে৷ আন্তর্জাতিক বিমান চলাচল কৰিলেই পুনৰ ভাৰতলৈ আহিবলৈ ইচ্ছা ব্যক্ত কৰে সাক্ষাৎকাৰটিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: coronacovidsunny leone
নিউজ ডেস্ক

নিউজ ডেস্ক

Related Posts

ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক
জীৱনশৈলী

ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

November 12, 2025
বৰ্ডে দিছে ৫১ কোটি, প্ৰথমবাৰ বিশ্বকাপ জয় কৰি কিমান টকা লাভ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে?
ক্ৰীড়া

বৰ্ডে দিছে ৫১ কোটি, প্ৰথমবাৰ বিশ্বকাপ জয় কৰি কিমান টকা লাভ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে?

November 3, 2025
নৱেম্বৰত বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট, এই টেষ্টত সলনি হ’ব চিৰচাৰিত প্ৰথা, কি কি নিয়মৰ সালসলনি হ’ব এই টেষ্টত?
ক্ৰীড়া

নৱেম্বৰত বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট, এই টেষ্টত সলনি হ’ব চিৰচাৰিত প্ৰথা, কি কি নিয়মৰ সালসলনি হ’ব এই টেষ্টত?

October 31, 2025
পাকিস্তানৰ সৈতে No Handshake! কিয় এই সিদ্ধান্ত ল’লে ভাৰতীয় ক্ৰিকেট দলে? কি কৈছে অধিনায়ক সূৰ্যকুমাৰ যাদৱে?
ক্ৰীড়া

পাকিস্তানৰ সৈতে No Handshake! কিয় এই সিদ্ধান্ত ল’লে ভাৰতীয় ক্ৰিকেট দলে? কি কৈছে অধিনায়ক সূৰ্যকুমাৰ যাদৱে?

September 15, 2025
Next Post
ক’ৰোনাত আক্ৰান্ত মোহময়ী অভিনেত্ৰী

ক’ৰোনাত আক্ৰান্ত মোহময়ী অভিনেত্ৰী

আঁতৰিল মনোজ তিৱাৰী, দিল্লী বিজেপিৰ নতুন সভাপতি আদেশ কুমাৰ গুপ্তা

আঁতৰিল মনোজ তিৱাৰী, দিল্লী বিজেপিৰ নতুন সভাপতি আদেশ কুমাৰ গুপ্তা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.