• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

4 months ago
পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

8 minutes ago
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

20 minutes ago
dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

38 minutes ago
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

1 hour ago
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

2 hours ago
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

2 hours ago
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

3 hours ago
বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

4 hours ago
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

5 hours ago
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

6 hours ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

7 hours ago
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

editor by editor
April 21, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধ, সূৰ্যই একে ৰাশিত অৱস্থান কৰিলে বুধাদিত্য ৰাজযোগ গঠন হয়৷ বৈদিক জ্যোতিষমতে এই ৰাজযোগ অত্যন্ত শুভ আৰু ক্ষমতাশালী৷ বৰ্তমান সূৰ্যই মেষ ৰাশিত অৱস্থান কৰিছে৷ আগন্তুক ৩০ এপ্ৰিলত বুধেও মেষ ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰ ফলত এপ্ৰিল মাহৰ শেষ দিনত মেষ ৰাশিত বুধাদিত্য ৰাজযোগ গঠিত হব৷ এই ৰাজযোগৰ প্ৰভাৱত সুখ আৰু সমৃদ্ধি লাভ কৰিব চাৰি ৰাশিৰ জাতকে৷ জানি থওক তালিকাত কোন কোন আছে?

মেষ ৰাশি

মেষ ৰাশিতেই গঠিত হব বুধাদিত্য ৰাজযোগ৷ সেয়ে এই শুভ যোগৰ সকলোতকৈ বেছি সুফল পাব মেষ ৰাশিৰ জাতকেই৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব৷ সামাজিক মান মৰ্যাদা বাঢ়িব৷ সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু মজবুত হব৷ অফিচত আপোনাৰ কামৰ প্ৰশংসা পাব৷ নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব আৰু চৰকাৰী কামত সাফল্য লাভৰ সম্ভাৱনা আছে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ দশম ঘৰত গঠিত হব বুধাদিত্য ৰাজযোগ৷ চাকৰিয়ালে প্ৰমোছন পাব পাৰে৷ ব্যৱসায়ত বিনিয়োগ কৰিলে বৃহৎ মুনাফা লাভ কৰিব৷ উত্তৰাধিকাৰ সম্পত্তিক লৈ কোনো পুৰণি সমস্যা থাকিলে সেয়া দূৰ হব৷ এই সময়ে কৰ্কট ৰাশিৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব৷ অফিচৰ বচে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ সেয়ে সূৰ্য আৰু বুধৰ যুঁটিত গঠিত বুধাদিত্য ৰাজযোগে সাফল্য কঢ়িয়াই আনিব সিংহ ৰাশিৰ জাতকৰ বাবে৷ সিংহ ৰাশিৰ নৱম ঘৰত এই যোগ গঠিত হব৷ ৰৈ থকা কাম সম্পূৰ্ণ হব পাৰে৷ ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব৷ দূৰৈৰ ভ্ৰমণ কৰিব পাৰে৷ উচ্চশিক্ষাত সাফল্য পাব৷ বিদেশ ভ্ৰমণৰ সুযোগ আহিব৷

ধনু ৰাশি

ধনু ৰাশিৰ পঞ্চম ঘৰত গঠিত হব বুধাদিত্য ৰাজযোগ৷ এই ৰাজযোগৰ প্ৰভাৱত প্ৰচুৰ অৰ্থলাভ কৰিব ধনু ৰাশিৰ জাতকে৷ নতুন উপাৰ্জনৰ সূত্ৰ পাব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰাও মুনাফা ওঠাব৷ বুদ্ধি তীক্ষ্ণ হব আৰু বুদ্ধি খটুৱাই কোনো সমস্যাৰ সমাধান কৰিব পাৰে৷ সন্তানৰ দিশৰ পৰা সুখবৰ পাব পাৰে৷ সংসাৰত সুখৰ পৰিবেশ থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ
জীৱনশৈলী

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

August 21, 2026
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ
জীৱনশৈলী

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

August 21, 2026
dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?
জীৱনশৈলী

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

August 21, 2026
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়
জীৱনশৈলী

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

August 21, 2026
Next Post
ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.