• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোলিৰ পাছতেই ৩ৰাশিৰ দুঃখৰ দিন শেষ! সূৰ্যৰ ঘৰ সলনিত ধন সুখ আহিব এইকেইটা ৰাশিৰ জীৱনলৈ

হোলিৰ পাছতেই ৩ৰাশিৰ দুঃখৰ দিন শেষ! সূৰ্যৰ ঘৰ সলনিত ধন সুখ আহিব এইকেইটা ৰাশিৰ জীৱনলৈ

1 year ago
মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

1 hour ago
আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

2 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

2 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

14 hours ago
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

14 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

14 hours ago
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

15 hours ago
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

15 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

16 hours ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

17 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

18 hours ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হোলিৰ পাছতেই ৩ৰাশিৰ দুঃখৰ দিন শেষ! সূৰ্যৰ ঘৰ সলনিত ধন সুখ আহিব এইকেইটা ৰাশিৰ জীৱনলৈ

হোলিৰ পাছতেই ৩ৰাশিৰ দুঃখৰ দিন শেষ! সূৰ্যৰ ঘৰ সলনিত ধন সুখ আহিব এইকেইটা ৰাশিৰ জীৱনলৈ

editor by editor
March 9, 2025
in জীৱনশৈলী
0
হোলিৰ পাছতেই ৩ৰাশিৰ দুঃখৰ দিন শেষ! সূৰ্যৰ ঘৰ সলনিত ধন সুখ আহিব এইকেইটা ৰাশিৰ জীৱনলৈ
0
SHARES
994
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যৰ গুৰুত্ব অপৰিসীম। সৌৰজগতৰ ৰজা সূৰ্যই স্থান পৰিবৰ্তন কৰিলে তাৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ ওপৰত পৰে। ৯টা গ্ৰহৰ মাজত সূৰ্যই বছৰত ১২বাৰ ৰাশি পৰিবৰ্তন কৰে। প্ৰতিটো ৰাশিত মুটামুটি এমাহ ধৰি অৱস্থান কৰে সূৰ্যই। সেই হিচাপত ১২ ৰাশি চক্ৰই এবাৰ প্ৰদক্ষিণ কৰি আহিব সূৰ্যৰ সময় লাগে ১২ মাহ।

বৰ্তমান সূৰ্যই কুম্ভ ৰাশিত আছে। আগন্তুক ১৪ মাৰ্চত হোলিৰ দিনাই কুম্ভৰ পৰা মীন ৰাশিত প্ৰৱেশ কৰিব গ্ৰহৰ ৰজা সূৰ্যই। সেই সময়ত মীন ৰাশিত থাকিব শনি। জ্যোতিষশাস্ত্ৰ অনুসৰি মীন ৰাশিত সূৰ্যৰ গোচৰৰ ফলত তিনি ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খুল খাব। আপুুনিও আছে নেকি সেই তালিকাত?

মেষ ৰাশি

হোলিৰ পাছত সূৰ্যৰ প্ৰভাৱত মেষ ৰাশিৰ সুদিন ঘূৰি আহিব। আৰ্থিক পৰিস্থিতিৰ উন্নতি হব। সূৰ্যৰ ওপৰিও কৰ্মফলৰ দেৱতা শনিৰ কৃপাত থাকিব মেষ ৰাশিৰ ওপৰত। কেৰিয়াৰত উন্নতিৰ সুযোগ পাব। আত্মবিশ্বাস থাকিব তুংগত। প্ৰেমজীৱনত সুখ থাকিব। বিনিয়োগত বহুগুণে লাভ পাব। পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক মজবুত হব।

সিংহ ৰাশি

১৪ মাৰ্চৰ পৰা সূৰ্যৰ আশীৰ্বাদ সিংহ ৰাশিৰ ওপৰত থাকিব। সূৰ্যৰ প্ৰভাৱত ভাগ্যৰ চকা ঘূৰিব। আৰ্থিক সমস্যা দূৰ হব। যি কোনো কামত উন্নতিৰ পথ প্ৰশস্ত হব। কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব পাৰে। দৰমহা বঢ়াৰ সম্ভাৱনা আছে। ব্যৱসায়ত ডাঙৰ চুক্তি কৰিব পাৰে।

কন্যা ৰাশি

সূৰ্যৰ গোচৰে কন্যা ৰাশিৰ জীৱনত ডাঙৰ প্ৰভাৱ পেলাব। উত্তৰাধিকাৰ সূত্ৰে সম্পত্তিৰ মালিক হব পাৰে। সমাজত মান সন্মান বাঢ়িব। নতুন কোনো ব্যৱসাত আৰম্ভ কৰাৰ যোগ আছে। চাকৰিত দীৰ্ঘদিনৰ মানসিক চাপ দূৰ হব। সংগীৰ সৈতে ভুল বুজাবুজি দূৰ হব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে
অসম

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

June 22, 2026
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

June 22, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

June 21, 2026 - Updated on June 22, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

June 21, 2026
Next Post
মাধ্যমিক-উচ্চমাধ্যমিকত চকুত লগা নম্বৰ, আগশাৰীৰ চাকৰি এৰি ভাইৰেল হোৱা  IIT Babaৰ মাৰ্কশ্বিট দেখিলেনে?

মাধ্যমিক-উচ্চমাধ্যমিকত চকুত লগা নম্বৰ, আগশাৰীৰ চাকৰি এৰি ভাইৰেল হোৱা IIT Babaৰ মাৰ্কশ্বিট দেখিলেনে?

ট্ৰাক চালক কৰি পেটৰ ভাতমুঠি আহিছিল, হঠাৎ সলনি জীৱন, ইউটিউবৰ এটা ভিডিঅ’তেই কেনেকৈ ঘূৰিব ভাগ্যৰ চকা?

ট্ৰাক চালক কৰি পেটৰ ভাতমুঠি আহিছিল, হঠাৎ সলনি জীৱন, ইউটিউবৰ এটা ভিডিঅ'তেই কেনেকৈ ঘূৰিব ভাগ্যৰ চকা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.