• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

8 months ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

12 minutes ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

57 minutes ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

1 hour ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

2 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

3 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

3 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

3 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

4 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

5 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

5 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

6 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

editor by editor
February 4, 2026
in জীৱনশৈলী
0
সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰহৰ অৱস্থান সলনিৰ বাবে ফেব্ৰুৱাৰী মাহ খুবেই বিশেষ৷ চলিত মাহত শনিৰ অধিপতি ৰাশি কুম্ভত চাৰিটা ডাঙৰ গ্ৰহৰ গোচৰ৷ ৩ ফেব্ৰুৱাৰী, বুধ, ৬ ফেব্ৰুৱাৰী শুক্ৰ, ১৩ ফেব্ৰুৱাৰী সূৰ্য আৰু ২৩ ফেব্ৰুৱাৰীত মঙ্গলৰ ৰাশি পৰিবৰ্তন হব৷ এই ৰাশিত ৰাহু প্ৰথমৰ পৰাই আছে৷ এই অৱস্থাত ২৩ ফেব্ৰুৱাৰীত এই ৰাশিত পঞ্চগ্ৰহী যোগ তৈয়াৰ হব৷ ইয়াৰোপৰি বুধ-শুক্ৰ লক্ষ্মী নাৰায়ণ ৰাজযোগ, সূৰ্য শুক্ৰ শুক্ৰাদিত্য যোগ, সূৰ্য-মঙ্গল মঙ্গলাদিত্য যোগ, সূৰ্য বুধৰ বুধাদিত্য যোগ নিৰ্মাণ কৰিব৷ এই দুৰ্লভ ৰাজযোগ চাৰি ৰাশিৰ বাবে শুভ বুলি ধাৰণা কৰা হৈছে৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে এই ফেব্ৰুৱাৰী মাহ খুবেই শুভ বুলি ধাৰণা কৰা হৈছে৷ আপোনাৰ আয় বৃদ্ধি পাব৷ খৰচ কৰা সত্ত্বেও আপোনাৰ ওচৰত পৰ্যাপ্ত পৰিমাণে অৰ্থ থাকিব৷ এই মাহত আপুনি দুৰ্দান্তভাৱে নিজৰ বাজেট নিয়ন্ত্ৰণ কৰিব পাৰে৷ ব্যৱসায়ীৰ ভাল লাভ হব৷ এই মাহত আপোনাৰ জীৱনত একাধিক ইতিবাচক পৰিবৰ্তন আহিব৷ কেৰিয়াৰলৈ নতুন সুযোগ আহিব৷ উন্নতিৰ পথত আগুৱাব আপুনি৷

বৃষ ৰাশি

ফেব্ৰুৱাৰী মাহ বৃষ ৰাশিৰ বাবে অনুকূল থাকিব৷ আপোনাৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ শক্তিশালী হব৷ সহজেই অৰ্থ পাব৷ যিসকলে কাঙ্ক্ষিত চাকৰি স্থানান্তৰৰ অপেক্ষাত আছে তেওঁলোকে সুসংবাদ পাব পাৰে৷ ব্যৱসায়ৰ বাবে আপুনি ভ্ৰমণ কৰিব পাৰে৷ আপুনি খুবেই ভাল চুক্তিও কৰিব পাৰে৷ পাৰিবাৰিক বিষয়সমূহ অনুকূলে থাকিব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে অপ্ৰত্যাশিত আৰ্থিক লাভৰ ইংগিত আছে৷ বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা আছে৷ খৰচ কমি যাব আৰু আপুনি সহজেই অৰ্থ সঞ্চয় কৰিব পাৰে৷ এই সময়ত আপোনাৰ বেংক বেলেন্স বৃদ্ধি পাব৷ দীৰ্ঘদিনৰ বাধা শীঘ্ৰেই শেষ হব৷ মানসিক চাপ আৰু উদ্বেগ কমিব৷

কন্যা ৰাশি

চাকৰিয়ালৰ আয় বৃদ্ধিৰ সম্ভাৱনা আছে৷ ব্যৱসায়িক লাভো বাঢ়িব পাৰে৷ বিনিয়োগ, ব্যয় আৰু ঋণ সম্পৰ্কিত সমস্ত বিষয় আপোনাৰ পক্ষত থাকিব৷ সম্পত্তি সংক্ৰান্তিয় যিকোনো কাম সমাধান হব৷ আপোনাৰ ঘৰত সুখ শান্তিয়ে বিৰাজ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

October 6, 2026
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!
জীৱনশৈলী

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

October 6, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…
জীৱনশৈলী

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

October 6, 2026
Next Post
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.