• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

7 months ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

6 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

6 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

7 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

7 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

7 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

8 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

11 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

11 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

13 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

13 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

14 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

editor by editor
February 4, 2026
in জীৱনশৈলী
0
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?
0
SHARES
660
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ অনলাইন গেমতেই মৃত্যুফান্দ৷ এযুগৰ পূৰ্বে আত্মপ্ৰকাশ কৰা ৰাছিয়াৰ ব্লু হোৱেলে প্ৰাণ কাঢ়িছিল বহু কিশোৰ কিশোৰীৰ৷ এইবাৰ গাজিয়াবাদৰ তিনি ভনীয়েকে একেলগে নিজকে শেষ কৰিলে কোৰিয়ান লাভ গেমৰ নামত৷ টাস্ক শেষৰ নিচাত মত্ত হৈ পৰিছিল তিনি কিশোৰী৷ আৰু সেই খেলৰ নামতেই জীৱন শেষ হ’ল তিনি যুৱতীৰ৷

কিন্তু জানেনে কি এই লাভ গেম? কেনেকৈ খেলিব লাগে এই খেলা? জনা গৈছে এয়া এটা অনলাইন কোৰিয়ান গেম৷ সম্ভৱত ইয়াত অংশগ্ৰহণকাৰীসকলক মুঠ ৫০ টা টাস্ক দিয়া হয়৷ এটা টাস্ক শেষ কৰাৰ পাছতহে পৰবৰ্তী নিৰ্দেশ আহে৷ আৰু এই টাস্ক যিকোনো মূল্যৰ বিনিময়ত শেষ কৰিব লাগে অংশগ্ৰহণকাৰীয়ে৷ এইক্ষেত্ৰতো ঠিক সেয়াই হৈছিল৷ এটাৰ পাছত আনটো টাস্ক শেষ কৰি ৫০ নম্বৰত উপনীত হৈছিল তিনিগৰাকী ভনীয়েক৷ ধাৰণা কৰা হৈছে ৫০ নম্বৰ টাস্কতেই আছিল আত্মহত্যা৷ সেয়া পূৰণ কৰিবলৈকে ১০ তলাৰ পৰা একেবাৰতে জাপ দিয়ে তিনিগৰাকী ভনীয়েকে৷

কভিড কালত এই প্ৰাণঘাতী গেমৰ প্ৰতি আসক্তি বাঢ়িছিল তিনিওগৰাকীৰ৷ পঢ়াশুনাত তিনিও বৰ বিশেষ ভাল নাছিল৷ কৰ’নাৰ পৰবৰ্তীকালত স্কুলো বাদ দিয়ে তিনিগৰাকীয়ে৷ দিনে নিশাই গেম খেলিয়েই সময় কটায়৷ পিতৃ-মাতৃয়ে একাধিকবাৰ এই বিষয়ক লৈ সতৰ্কও কৰিছিল৷ কিন্তু কোনো লাভ নহ’ল৷ সৰ্বদা মোবাইলতেই মুখ গুজি থাকিছিল তিনিও৷ কোৰিয়ান গেমেই সকলো আছিল তিনিওৰে৷ মৃতকৰ পিতৃয়ে লাভ কৰিছে ৩ কন্যাই লিখি যোৱা চুইছাইড নোটো৷ তাত লিখা আছে, ‘দেউতা আমি কোৰিয়ান গেম এৰিব নোৱাৰিম৷ কোৰিয়ান গেমেই আমাৰ সকলো৷ তোমালোকে আমাক তাৰ পৰা আঁতৰাই আনিব নোৱাৰিবা৷ আমি আমাৰ জীৱন শেষ কৰিছো৷’ কিন্তু এই গেম কি আছিল সেয়া এতিয়াও নিশ্চিত নহয়৷ মৃতকসকল কোৰিয়ান কালচাৰৰ প্ৰতি আসক্ত আছিল সেয়া স্পষ্ট৷

গেম যে প্ৰাণঘাতী হ’ব পাৰে সেয়া পূৰ্বেও দেখিছে বিশ্বই৷ কেতিয়াবা মম চেলেঞ্জ, কেতিয়াবা ব্লু হোৱেল, কেতিয়াবা আকৌ লেথাল কোম্পানি, ছেজো ফাইট২, জম্বি কিলাৰৰ দৰে গেমে প্ৰাণ কাঢ়িছে৷ বহু কিশোৰ-কিশোৰীয়ে গেমৰ টাৰ্গেট মানি আত্মহত্যা কৰিছে৷ কোনো ক্ষেত্ৰত দেখা গৈছে গেমক লৈ প্ৰৱল মানসিক চাপৰ পৰা চৰম ঘটনা ঘটাইছে বহু যুৱক-যুৱতীয়ে৷ সেয়ে আৰক্ষী প্ৰশাসনৰ পৰামৰ্শ সন্তানসকলক এই ধৰণৰ গেমৰ পৰা দূৰৈত ৰাখিব লাগিব৷ প্ৰয়োজনত চিকিৎসকৰ সৈতে যোগাযোগ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত
জীৱনশৈলী

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

September 9, 2026
Next Post
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.