• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একে ৰাশিত মুখামুখি হ’ব সূৰ্য-শনি! বিৰল যোগত ৩ৰাশিৰ হাতৰ মুঠিত সাফল্য, টকাৰ পাহাৰ গঢ়িব কোনে কোনে?

একে ৰাশিত মুখামুখি হ’ব সূৰ্য-শনি! বিৰল যোগত ৩ৰাশিৰ হাতৰ মুঠিত সাফল্য, টকাৰ পাহাৰ গঢ়িব কোনে কোনে?

1 year ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

2 minutes ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

39 minutes ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

1 hour ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

13 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

13 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

14 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

14 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

15 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

16 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

17 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

18 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

একে ৰাশিত মুখামুখি হ’ব সূৰ্য-শনি! বিৰল যোগত ৩ৰাশিৰ হাতৰ মুঠিত সাফল্য, টকাৰ পাহাৰ গঢ়িব কোনে কোনে?

একে ৰাশিত মুখামুখি হ’ব সূৰ্য-শনি! বিৰল যোগত ৩ৰাশিৰ হাতৰ মুঠিত সাফল্য, টকাৰ পাহাৰ গঢ়িব কোনে কোনে?

editor by editor
February 4, 2025
in জীৱনশৈলী
0
একে ৰাশিত মুখামুখি হ’ব সূৰ্য-শনি! বিৰল যোগত ৩ৰাশিৰ হাতৰ মুঠিত সাফল্য, টকাৰ পাহাৰ গঢ়িব কোনে কোনে?
0
SHARES
13.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৌৰজগতৰ প্ৰতিটো গ্ৰহই এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে তাৰ ৰাশিচক্ৰ বা নক্ষত্ৰ পৰিবৰ্তন কৰে৷ যাৰ মাজত জ্যোতিষশাস্ত্ৰত কেইবাটাও গ্ৰহ নক্ষত্ৰৰ পৰিবৰ্তনৰ বিশেষ গুৰুত্ব আছে৷ যেনেকৈ আগন্তুক ১২ ফেব্ৰুৱাৰীত গ্ৰহৰ ৰজা সূৰ্যই মকৰৰ পৰা কুম্ভ ৰাশিলৈ আহিব৷ শনি ইতিমধ্যেই এই ৰাশিত আছে৷ ফলত কুম্ভ ৰাশিত মুখামুখি হ’ব সূৰ্য আৰু শনি৷ যাৰ শুভ প্ৰভাৱ পৰিব তিনিটা ৰাশিৰ ওপৰত৷

জ্যোতিষশাস্ত্ৰ অনুসৰি শনিদেৱ আৰু সূৰ্যদেৱৰ মাজত আছে পিতা আৰু পুত্ৰৰ সম্পৰ্ক৷ পিতা পুত্ৰই এইবাৰ একেলগে যুঁটি তৈয়াৰ কৰিব৷ দুৰ্লভ এই যুঁটিৰ ফলত দ্বিদ্বাদশ যোগ তৈয়াৰ হ’ব৷ যাৰ প্ৰভাৱ কেইবাটাও ৰাশিৰ ওপৰত পৰিব৷ ইয়াৰ ফলত কোন কোন ৰাশিৰ ভাগ্যৰ চকৰি ঘূৰিব? জানি থওক বিশেষ ৩ৰাশি কি কি?

মেষ ৰাশি

সূৰ্য আৰু শনিৰ প্ৰভাৱ মেষ ৰাশিৰ বাবে লাভজনক হ’ব৷ কেৰিয়াৰত উন্নতি হ’ব৷ কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ দাম্পত্যত সমস্যা দূৰ হ’ব৷ সংসাৰত আৰ্থিক সংকট দূৰ হ’ব৷ মাটি সংক্ৰান্তিয় গোচৰত লাভ পাব পাৰে৷ ব্যৱসায়ত লাভৰ মুখ দেখা পাব৷

সিংহ ৰাশি

সূৰ্য আৰু শনিৰ মিলন সিংহ ৰাশিৰ বাবে শুভ হ’ব৷ চাকৰিত পদোন্নতি হ’ব পাৰে৷ ব্যৱসায়ত বৃহৎ লাভৰ সম্ভাৱনা আছে৷ নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ দীৰ্ঘদিনৰ মানসিক চাপৰ পৰা মুক্তি পাব৷ সংগীৰ সৈতে ভুল বুজাবুজি দূৰ হ’ব৷

কুম্ভ ৰাশি

সূৰ্য আৰু শনিৰ মিলনত সকলোতকৈ বেছি প্ৰভাৱ পৰিব কুম্ভ ৰাশিৰ ওপৰত৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব৷ সহকৰ্মীয়ে কামত সহায় কৰিব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷ পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ
জীৱনশৈলী

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

April 13, 2026
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!
জীৱনশৈলী

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

April 13, 2026
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

April 13, 2026
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ
জীৱনশৈলী

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

April 12, 2026
Next Post
ৰবি আৰু সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ ফল, ভাগ্য চমকিব এই ৫ৰাশিৰ জাতকৰ

ৰবি আৰু সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ ফল, ভাগ্য চমকিব এই ৫ৰাশিৰ জাতকৰ

প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.