• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰবি আৰু সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ ফল, ভাগ্য চমকিব এই ৫ৰাশিৰ জাতকৰ

ৰবি আৰু সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ ফল, ভাগ্য চমকিব এই ৫ৰাশিৰ জাতকৰ

2 years ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

19 minutes ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

2 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

2 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

3 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

4 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

5 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

6 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

6 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

22 hours ago
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

22 hours ago
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

23 hours ago
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰবি আৰু সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ ফল, ভাগ্য চমকিব এই ৫ৰাশিৰ জাতকৰ

ৰবি আৰু সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ ফল, ভাগ্য চমকিব এই ৫ৰাশিৰ জাতকৰ

editor by editor
February 4, 2025
in জীৱনশৈলী
0
ৰবি আৰু সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ ফল, ভাগ্য চমকিব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
6.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫ফেব্ৰুৱাৰী ২০২৫ বুধবাৰে চন্দ্ৰই মেষ ৰাশি ত্যাগ কৰি বৃষ ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ মাঘ মাহৰ শুক্লপক্ষৰ অষ্টমী তিথি৷ কাইলৈ নিশা ১২ বাজি ৩৫ মিনিট পৰ্যন্ত অষ্টমী তিথি থাকিব৷ তাৰপাছতেই মাঘৰ শুক্লা নৱমী তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ শুক্লা যোগ আৰু ব্ৰহ্মা যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ প্ৰথমে ভৰণী আৰু পাছত কৃত্তিকা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

কাইলৈ আনন্দেৰে দিন কটাব মেষ ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ মনৰ কোনো দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ হ’ব৷ গণেশৰ আশীৰ্বাদত কাইলৈ আপুনি যি কামতেই হাত দিব তাতেই সাফল্য পাব৷ কাইলৈ কোনো ডাঙৰ ব্যৱসায়িক চুক্তি চূড়ান্ত কৰিব পাৰে৷ যিসকলে উচ্চশিক্ষা বা পেছাগত প্ৰয়োজনত বিদেশলৈ যাবলৈ ইচ্ছুক তেওঁলোকৰ মনৰ ইচ্ছা এইবাৰ পূৰণ হ’ব৷ চাকৰিয়ালৰ দৰমহা বাঢ়িব পাৰে৷

মিথুন ৰাশি

কাইলৈ দিনটো মিথুন ৰাশিৰ জাতকৰ বাবে সকলো কামেই শুভ ফলদায়ী হ’ব৷ দীৰ্ঘদিনৰ পাবলগীয়া ধন কাইলৈ উভতাই পাব পাৰে৷ সংগীৰ সৈতে ভুল বুজাবুজিৰ অৱসান হ’ব৷ কাইলৈ বহু দিনৰ মূৰত কোনো পুৰণি কোনো বন্ধুৰ সৈতে দেখা হ’ব পাৰে৷ ইয়াৰ ফলত আপোনাৰ মনৰ পুৰণি দিনৰ সুখস্মৃতি সজীৱ হৈ উঠিব৷ কাইলৈ কাৰ্যালয়ত ছিনিয়ৰৰ পূৰ্ণ সহযোগীতা লাভ কৰিব৷

কৰ্কট ৰাশি

৫ ফেব্ৰুৱাৰী শুভ হ’ব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ কোনো পুৰণি অসুখৰ পৰা মুক্তি পাব পাৰে৷ গণপতিৰ কৃপাত আপোনাৰ সন্মুখত উপাৰ্জনৰ নতুন পথ খুল খাব৷ ইয়াৰ ফলত আৰ্থিক পৰিস্থিতি শক্তিশালী হ’ব কৰ্কট ৰাশিৰ জাতকৰ সন্মুখত৷ মাটিত বিনিয়োগ কৰিলে তাৰপৰা আপুনি ভাল লাভ পাব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকে কাইলৈ নিজৰ জীৱনৰ বহু সমস্যাৰ সমাধান পাব৷ ইয়াৰ ফলত মনত শান্তি পাব আপুনি৷ জীৱনসংগীৰ সৈতে ভাল সময় কটাব৷ দুজনে কৰোবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ কাইলৈ ছুটিত অনলাইন শ্বপিং কৰিব তুলা ৰাশিৰ জাতকে৷ আদালতত গোচৰ চলিলে তাৰ পৰা মুক্তি পাব পাৰে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকে সৰ্বাৰ্থ সিদ্ধি যোগৰ প্ৰভাৱত পৰিয়ালৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ পাব৷ পিতৃ মাতৃৰ সৈতে কাইলৈ কোনো আত্মীয়ৰ সৈতে ফুৰিবলৈ যাব পাৰে৷ নববিবাহিত দম্পত্তিসকলৰ ঘৰলৈ কোনো বিশেষ অতিথিৰ আগমন হ’ব পাৰে৷ ইয়াৰ ফলত কুম্ভ ৰাশিৰ জাতকৰ ঘৰত কাইলৈ আনন্দৰ পৰিবেশ থাকিব৷ ব্যৱসায়ত মোটা লাভ কৰাৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!
জীৱনশৈলী

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

October 21, 2026
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?
জীৱনশৈলী

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

October 21, 2026
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক
জীৱনশৈলী

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

October 21, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

October 20, 2026
Next Post
প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

পুনৰ অভিষেক শৰ্মাৰ ৰেকৰ্ড, টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অবিশ্বাস্য ৰেংকিং

পুনৰ অভিষেক শৰ্মাৰ ৰেকৰ্ড, টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অবিশ্বাস্য ৰেংকিং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.