কেৱল কালীপূজাৰ নিশাই নহয় প্ৰতিদিনেই সন্ধিয়া ঘৰত প্ৰদীপ জ্বলোৱা উচিত৷ সন্ধিয়া ঘৰত যদি সদায়ে প্ৰদীপ জ্বলাই তেন্তে সুখী হ’ব মা লক্ষ্মী৷ বাস্তুশাস্ত্ৰই কৈছে যে ঘৰত দৈনিক প্ৰদীপ জ্বলালে সেই ঘৰত অভাৱ অনাটনে প্ৰৱেশ কৰিব নোৱাৰে৷ সুখ সম্পদৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক সুখী কৰিবলৈ সন্ধিয়া ঘৰৰ কোন কোন স্থানত প্ৰদীপ জ্বলাব?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ