• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৮ বছৰ পাছত কন্যা ৰাশিত সূৰ্য-শুক্ৰ-কেতু, ৩ গ্ৰহৰ মেলাত টকাৰ পাহাৰ গঢ়িব এই ৫ৰাশিৰ জাতকে

১৮ বছৰ পাছত কন্যা ৰাশিত সূৰ্য-শুক্ৰ-কেতু, ৩ গ্ৰহৰ মেলাত টকাৰ পাহাৰ গঢ়িব এই ৫ৰাশিৰ জাতকে

2 years ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

32 minutes ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

1 hour ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

2 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

3 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

4 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

5 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

6 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

22 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

24 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

1 day ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

1 day ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৮ বছৰ পাছত কন্যা ৰাশিত সূৰ্য-শুক্ৰ-কেতু, ৩ গ্ৰহৰ মেলাত টকাৰ পাহাৰ গঢ়িব এই ৫ৰাশিৰ জাতকে

১৮ বছৰ পাছত কন্যা ৰাশিত সূৰ্য-শুক্ৰ-কেতু, ৩ গ্ৰহৰ মেলাত টকাৰ পাহাৰ গঢ়িব এই ৫ৰাশিৰ জাতকে

editor by editor
September 4, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, ভাৰত, লেখা
0
১৮ বছৰ পাছত কন্যা ৰাশিত সূৰ্য-শুক্ৰ-কেতু, ৩ গ্ৰহৰ মেলাত টকাৰ পাহাৰ গঢ়িব এই ৫ৰাশিৰ জাতকে
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ১৮ ছেপ্টেম্বৰত কন্যা ৰাশিত মিলিত হ’ব সূৰ্য, শুক্ৰ আৰু কেতু৷ ১৮ বছৰৰ পাছত এই তিনি গ্ৰহই কন্যা ৰাশিলৈ আহিছে৷ বৰ্তমান কন্যা ৰাশিত অৱস্থান কৰিছে শুক্ৰ আৰু কেতুৱে৷ সূৰ্য আছে সিংহ ৰাশিত৷ ১৮ ছেপ্টেম্বৰত সূৰ্যই সিংহ ৰাশি ত্যাগ কৰি কন্যা ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰ ফলত কন্যা ৰাশিত ত্ৰিগ্ৰহী যোগ তৈয়াৰ হ’ব৷ এই তিনি গ্ৰহৰ যুঁটি মাত্ৰ কিছুক্ষণহে স্থায়ী হ’ব৷ কাৰণ শুক্ৰই এই দিনটোতেই কেইঘণ্টামান পাছত কন্যা এৰি তুলা ৰাশিত গোচৰ কৰিব৷ জ্যোতিষ গণনা অনুসৰি এই যোগৰ ফলত কেইটামান ৰাশিৰ জাতকৰ জীৱনলৈ ভাল সময় আহিব৷ জানি থওক মাত্ৰ কেইঘণ্টামানৰ বাবে গঠিত হোৱা এই বিৰল যোগত লাভৱান হ’ব কোন কোন ৰাশিৰ জাতক?

মেষ ৰাশি

সূৰ্য, শুক্ৰ আৰু কেতুৰ যুঁটিত জীৱনৰ সকলো ক্ষেত্ৰত শুভ ফল লাভ কৰিব মেষ ৰাশিত জাতকে৷ এই সময়ত হঠাৎ অৰ্থলাভ কৰিব পাৰে আপুনি৷ কাৰ্যালয়ৰ মেনেজমেণ্টৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ’ব৷ সহকৰ্মীসকলেও নিজৰ কাষত পাব মেষ ৰাশিৰ জাতকক৷ পৰিয়ালৰ মাজত কোনো মতপাৰ্থক্যই দেখা দিলে এই যোগৰ শুভ প্ৰভাৱত দূৰ হ’ব৷ স্বাস্থ্য সংক্ৰান্তিয় বহু সমস্যাৰ পৰা মুক্তি পাব আপুনি৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য৷ শুক্ৰ আৰু কেতুৰ সৈতে সূৰ্যৰ মিলনত লাভৱান হ’ব সিংহ ৰাশিৰ জাতক৷ এই সময়ত আপোনাৰ মনৰ সকলো ভয় দূৰ হ’ব আৰু নিজৰ সকলো অসম্পূৰ্ণ কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব৷ ব্যৱসায় সংক্ৰান্তিয় যাৱতীয় সমস্যা নিজৰ বুদ্ধিবলেৰে দূৰ কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ ব্যৱসায়ত লাভ বাঢ়িব৷ নতুন বাহন বা সম্পত্তি ক্ৰয় কৰিব পাৰে৷ পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হ’ব৷

কন্যা ৰাশি

কন্যা ৰাশিতেই আগন্তুক ১৮ ছেপ্টেম্বৰত মিলিত হ’ব সূৰ্য, শুক্ৰ আৰু কেতু৷ ফলত বিৰল এই ত্ৰিগ্ৰহী যোগৰ পূৰ্ণ ফল লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ এই যোগৰ শুভ প্ৰভাৱত নিজৰ জীৱন সঠিক দিশত পৰিচালিত কৰিব পাৰিব কন্যা ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ জীৱনৰ সকলো সমস্যা দূৰ হ’ব৷ শিক্ষাক্ষেত্ৰত লাভৱান হ’ব কন্যা ৰাশিৰ জাতক৷ ধৰ্মীয় আৰু সামাজিক কামত অংশ লোৱাৰ ফলত সমাজত আপোনাৰ মান-সন্মান বৃদ্ধি পাব৷

তুলা ৰাশি

সূৰ্য, শুক্ৰ আৰু কেতুৰ যুঁটিত জীৱনৰ বহু সংকটৰ পৰা মুক্তি পাব তুলা ৰাশিৰ জাতকে৷ এই সময়ত আৰ্থিকভাৱে উন্নতি কৰিব আপুনি৷ স্বাস্থ্য সংক্ৰান্তিয় কোনো সমস্যাৰ মাজত পৰিব যদিও মুক্তি পাব৷ প্ৰেম জীৱনত পাৰ্টনাৰৰ সৈতে যাৱতীয় ভুল বুজাবুজি দূৰ হ’ব৷ প্ৰিয় মানুহৰ সৈতে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷

ধনু ৰাশি

১৮ বছৰ পাছত কন্যা ৰাশিত গঠিত হোৱা ত্ৰিগ্ৰহী যোগত ভাগ্যৰ চকা ঘূৰিব ধনু ৰাশিৰ জাতকৰ৷ এই সময়ত হঠাৎ বেছ কিছু অৰ্থলাভ হ’ব আপোনাৰ৷ আয় বাঢ়িব আৰু ব্যয় কমিব৷ ফলত নিজৰ বেংক বেলেন্স বাঢ়িব আপোনাৰ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হ’ব৷ বিদেশ যাত্ৰাৰ যোগ আছে৷ লটাৰী বা শ্বেয়াৰ বজাৰৰ পৰা অৰ্থলাভ হ’ব পাৰে ধনু ৰাশিৰ জাতকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?
স্বাস্থ্য

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

March 15, 2026
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!
স্বাস্থ্য

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

March 15, 2026
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!
বিবিধ

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

March 15, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
বিবিধ

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

March 15, 2026
Next Post
মহালয়াৰ দিনাই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণত পৰিব নেকি প্ৰভাৱ?

মহালয়াৰ দিনাই বছৰৰ দ্বিতীয় সূৰ্যগ্ৰহণ, পিতৃ তৰ্পণত পৰিব নেকি প্ৰভাৱ?

চুমিৰ শেষ লোকেচন দীক্ষুৰ ঘৰত! দীক্ষুৱে কি উপদেশ দিছিল চুমি বৰাক

চুমিৰ শেষ লোকেচন দীক্ষুৰ ঘৰত! দীক্ষুৱে কি উপদেশ দিছিল চুমি বৰাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.