• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভিন্সিৰ মনালিছাক আক্ৰমণ! কোনে সানিলে মনালিছাৰ গালত কেক?

ভিন্সিৰ মনালিছাক আক্ৰমণ! কোনে সানিলে মনালিছাৰ গালত কেক?

3 years ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

4 hours ago
এই স্কিমত বিনিয়োগ কৰিলে ১০লাখ হৈ যাব ৩০লাখ! জানক ক’ত কেনেকৈ বিনিয়োগ কৰিব?

এই স্কিমত বিনিয়োগ কৰিলে ১০লাখ হৈ যাব ৩০লাখ! জানক ক’ত কেনেকৈ বিনিয়োগ কৰিব?

5 hours ago
নিশা প্ৰায়েই টোপনি ভাঙি যায়? শৰীৰত কি মাৰাত্মক ৰোগে বাঁহ বান্ধিছে? নাজানিলেই চৰম বিপদত পৰিব পাৰে আপুনিও

নিশা প্ৰায়েই টোপনি ভাঙি যায়? শৰীৰত কি মাৰাত্মক ৰোগে বাঁহ বান্ধিছে? নাজানিলেই চৰম বিপদত পৰিব পাৰে আপুনিও

5 hours ago
শনিৰ মাৰ্গীত ভয়ংকৰ শক্তি বাঢ়িছে, সৌভাগ্য তুংগত উঠিব ৩ ৰাশিৰ, বাঢ়িব আয়, অৰ্থ সাফল্যৰে ভৰিব জীৱন

শনিৰ মাৰ্গীত ভয়ংকৰ শক্তি বাঢ়িছে, সৌভাগ্য তুংগত উঠিব ৩ ৰাশিৰ, বাঢ়িব আয়, অৰ্থ সাফল্যৰে ভৰিব জীৱন

6 hours ago
I am just a loser papa…পিতৃলৈ whatsappত এটা মেছেজ দি পৃথিৱীৰ পৰা বিদায় ল’লে ইপ্সিতা দাসে, ইপ্সিতাৰ মৃত্যুৰ বাবে কিয় পৰিয়ালৰ লোকে আনিছে দূৰ সম্পৰ্কীয় মোমায়েকৰ বিৰুদ্ধে এই অভিযোগ?

I am just a loser papa…পিতৃলৈ whatsappত এটা মেছেজ দি পৃথিৱীৰ পৰা বিদায় ল’লে ইপ্সিতা দাসে, ইপ্সিতাৰ মৃত্যুৰ বাবে কিয় পৰিয়ালৰ লোকে আনিছে দূৰ সম্পৰ্কীয় মোমায়েকৰ বিৰুদ্ধে এই অভিযোগ?

6 hours ago
ভিটামিনৰ অভাৱত বাঢ়ে ডায়বেটিছৰ আশংকা! জানক কি কি ভিটামিন কম থাকিলে তিল তিলকৈ শেষ হয় শৰীৰ?

ভিটামিনৰ অভাৱত বাঢ়ে ডায়বেটিছৰ আশংকা! জানক কি কি ভিটামিন কম থাকিলে তিল তিলকৈ শেষ হয় শৰীৰ?

7 hours ago
হংস মহাপুৰুষ ৰাজযোগৰ প্ৰভাৱ, সকলো কামতেই সাফল্য আহিব ৩ৰাশিৰ জাতক-জাতিকাৰ

হংস মহাপুৰুষ ৰাজযোগৰ প্ৰভাৱ, সকলো কামতেই সাফল্য আহিব ৩ৰাশিৰ জাতক-জাতিকাৰ

7 hours ago
মহিলাৰ নামত ২ বছৰৰ বাবে ২লাখ টকা জমা কৰিলেই কল্পনাতীত ৰিটাৰ্ণ! প’ষ্ট অফিচৰ এই স্কিমৰ বিষয়ে আজিয়েই জানি থওক

মহিলাৰ নামত ২ বছৰৰ বাবে ২লাখ টকা জমা কৰিলেই কল্পনাতীত ৰিটাৰ্ণ! প’ষ্ট অফিচৰ এই স্কিমৰ বিষয়ে আজিয়েই জানি থওক

8 hours ago
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

9 hours ago
এই সপ্তাহত একে লাইনত চাৰি গ্ৰহ, চতুৰ্গ্ৰহী যোগত সাফল্যৰ চূড়াত উঠিব এই ৫ৰাশি

এই সপ্তাহত একে লাইনত চাৰি গ্ৰহ, চতুৰ্গ্ৰহী যোগত সাফল্যৰ চূড়াত উঠিব এই ৫ৰাশি

10 hours ago
টেবলেট খালেই নিৰ্মূল হ’ব ব্লাডকেন্সাৰ! নতুন ঔষধ আনিছে এই দেশে, কিমান দাম হ’ব ভাৰতত এই ঔষধৰ?

টেবলেট খালেই নিৰ্মূল হ’ব ব্লাডকেন্সাৰ! নতুন ঔষধ আনিছে এই দেশে, কিমান দাম হ’ব ভাৰতত এই ঔষধৰ?

10 hours ago
দুবাৰকৈ কেঞ্চাৰত আক্ৰান্ত, দুয়োটা বৃক্ক বিকল, তথাপি বলীউডত হাঁহি মুখে কৰি গৈছে কাম

দুবাৰকৈ কেঞ্চাৰত আক্ৰান্ত, দুয়োটা বৃক্ক বিকল, তথাপি বলীউডত হাঁহি মুখে কৰি গৈছে কাম

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 18, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভিন্সিৰ মনালিছাক আক্ৰমণ! কোনে সানিলে মনালিছাৰ গালত কেক?

editor by editor
May 31, 2022
in অপৰাধ, বিশ্ব
0
ভিন্সিৰ মনালিছাক আক্ৰমণ! কোনে সানিলে মনালিছাৰ গালত কেক?
0
SHARES
56
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইটালীৰ ৰেনেছাঁৰ অন্যতম পথ প্ৰদৰ্শক লিঅ’নাৰ্ডো দা ভিঞ্চিয়ে অংকন কৰা মনালিছাক চাবলৈ প্ৰতিদিনে দেশ-বিদেশৰ অগণন লোকে ভিৰ কৰে পেৰিছৰ সংগ্ৰাহলয়ত।

কিন্তু চাবলৈ অহা দৰ্শকৰ মাজতে ঘটিল এক বিক্ষিপ্ত ঘটনা। সংগ্ৰহালয় ভৰ্তি মানুহৰ মাজৰেই বৃদ্ধৰ বেশত অহা এজন লোকে বিখ্যাত ছবিখন ধ্বংস কৰিবলৈ উদ্যত হৈছিল।

ঘটনা অনুসৰি দৰ্শনাৰ্থী মাজৰে হুইল চেয়াৰত বহি থকা এগৰাকী বৃদ্ধাই জপিয়াই উঠি নিৰাপত্তা বেষ্টনী পাৰ হৈ পেইণ্টিঙখনত কেক সানি দিয়ে। ততাতৈয়াকৈ নিৰাপত্তাৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ছদ্মবেশী বৃদ্ধিগৰাকীক আটক কৰে।

 

লগতে পঢ়ক মুখথেকেচা মহাচীনৰ! ৭ দীপৰাষ্ট্ৰই চীনৰ জালত নিদিলে ভৰি!

বৃদ্ধাৰ ৰূপ লৈ এজন যুৱকে এই কাৰ্য সংঘটিত কৰিছিল। পেৰিছৰ প্ৰ’ছিকিউট’ৰ্ছৰ কাৰ্যালয়ে সোমবাৰে জনোৱা মতে, দেওবাৰৰ এই কাণ্ড সংঘটিত হোৱাৰ পাছত ৩৬ বছৰীয়া যুৱকজনক আটক কৰি আৰক্ষীৰ মনোৰোগ ইউনিটলৈ প্ৰেৰণ কৰিছে।

 

Maybe this is just nuts to me💀but an man dressed as an old lady jumps out of a wheel chair and attempted to smash the bullet proof glass of the Mona Lisa. Then proceeds to smear cake on the glass, and throws roses everywhere all before being tackled by security. 😂??? pic.twitter.com/OFXdx9eWcM

— Lukeee🧃 (@lukeXC2002) May 29, 2022

 

ইয়াৰ পূৰ্বেও লিঅ’নাৰ্ডো দ্যা ভিঞ্চিৰ এই ছবিখন আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল। ১৯৫৬ চনত ঐতিহাসিক পেইণ্টিঙখনত এজন ব্যক্তিয়ে এচিড স্প্ৰে কৰাৰ অভিযোগ উত্থাপন হৈছিল।

 

লগতে পঢ়ক কৃষক নেতা ৰাকেশ টিকেইটৰ মুখলৈ ক’লা চিঞাহী, ক’ত আৰু কোনে কৰিলে নিক্ষেপ?

ইফালে, ১৯৫৬ চনৰ ডিচেম্বৰ মাহত বলিভিয়াৰ এজন লোকে পেইণ্টিঙখনত শিল দলিয়াই তেওঁৰ বাওঁ কঁকালৰ ক্ষতি কৰাৰ পিছৰে পৰা ছবিখন বুলেটপ্ৰুফ গ্লাছেৰে ঢাকি ৰখা হৈছে।

২০০৫ চনৰ পৰা মনালিছা পেইণ্টিঙখন এটা শক্তিশালী কেচত ৰখা হৈছে যিয়ে উষ্ণতা আৰু আৰ্দ্ৰতাও নিয়ন্ত্ৰণ কৰে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMona Lisa
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন
জীৱনশৈলী

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

June 17, 2025
টেবলেট খালেই নিৰ্মূল হ’ব ব্লাডকেন্সাৰ! নতুন ঔষধ আনিছে এই দেশে, কিমান দাম হ’ব ভাৰতত এই ঔষধৰ?
জীৱনশৈলী

টেবলেট খালেই নিৰ্মূল হ’ব ব্লাডকেন্সাৰ! নতুন ঔষধ আনিছে এই দেশে, কিমান দাম হ’ব ভাৰতত এই ঔষধৰ?

June 17, 2025
দুবাৰকৈ কেঞ্চাৰত আক্ৰান্ত, দুয়োটা বৃক্ক বিকল, তথাপি বলীউডত হাঁহি মুখে কৰি গৈছে কাম
চিনেমা

দুবাৰকৈ কেঞ্চাৰত আক্ৰান্ত, দুয়োটা বৃক্ক বিকল, তথাপি বলীউডত হাঁহি মুখে কৰি গৈছে কাম

June 17, 2025
ক্ৰিকেট জগতত চাঞ্চল্য, এইবাৰ বৈভৱৰ বন্ধুৰ কামাল, এটা ইনিংছতে ৪১ টা ৪, ২২ টা ৬
ক্ৰীড়া

ক্ৰিকেট জগতত চাঞ্চল্য, এইবাৰ বৈভৱৰ বন্ধুৰ কামাল, এটা ইনিংছতে ৪১ টা ৪, ২২ টা ৬

June 17, 2025
Next Post
শচীন টেণ্ডুলকাৰে গঠন কৰিলে ’২২ৰ আইপিএলৰ শ্ৰেষ্ঠ দল, কাক পাতিলে অধিনায়ক?

শচীন টেণ্ডুলকাৰে গঠন কৰিলে ’২২ৰ আইপিএলৰ শ্ৰেষ্ঠ দল, কাক পাতিলে অধিনায়ক?

পুনৰ সমকামীৰ বিবাহ! বিবাহপাশত আৱদ্ধ হ’ল দুই আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰ

পুনৰ সমকামীৰ বিবাহ! বিবাহপাশত আৱদ্ধ হ’ল দুই আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.