• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

3 months ago
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

28 minutes ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

50 minutes ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

2 hours ago
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

2 hours ago
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

3 hours ago
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

3 hours ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

4 hours ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

5 hours ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

5 hours ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

6 hours ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

7 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

editor by editor
May 7, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰথক গুলি কৰি হত্যা কৰা হৈছে৷ বুধবাৰে নিশা মধ্যমগ্ৰামৰ দোহাৰিয়াত বাইকত অহা দুৰ্বৃত্তই তেওঁৰ বাহনক লক্ষ্য কৰি কেইবাজাঁই গুলি চলায়৷ বাহনত চন্দ্ৰনাথৰ সৈতে আৰু এজন যুৱক আছিল৷ তেওঁৰ নাম বুদ্ধদেৱ বেৰা৷ তেওঁলোক দুজনকেই স্থানীয় লোকে উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায়৷ কিন্তু হাস্পতালত চিকিৎসকে চন্দ্ৰনাথক মৃত ঘোষণা কৰে৷ বুদ্ধদেৱক কলকাতাৰ ই এম বাইপাছ সংলগ্ন এখন হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে৷ নিশা ১ বজাৰ পাছত ঘটনাস্থলীত উপস্থিত হয় ৰাজ্যৰ আৰক্ষী ডিজি সিদ্ধনাথ গুপ্ত৷ তেওঁ জনাইছে যে তদন্ত আৰম্ভ হৈছে৷ শুভেন্দু আৰু চন্দ্ৰনাথৰ পত্নীৰ সৈতে কথা হৈছে ডিজিৰ৷ চন্দ্ৰনাথৰ পত্নীয়ে ডিজিক কৈছে, ‘স্বামীকতো উভতাই নাপাও৷ কিন্তু কোনে কৰিলে এই কাম সেয়া জানিব খোজো, হত্যাকাৰীৰ এনকাউণ্টাৰ বিচাৰো৷’

কেইবাদিন ধৰি টাৰ্গেট কৰি থকা হৈছিল৷ সম্পূৰ্ণ সুস্থ মগজুৰে পৰিকল্পনা কৰি হত্যা কৰা হৈছে শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰথক৷ বুধবাৰে নিশা কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰক কাষত লৈ মধ্যমগ্ৰামৰ হাস্পতালৰ পৰা এই দাবী কৰিছে শুভেন্দু অধিকাৰীয়ে৷ তেওঁ জনাই যে মৃতকৰ পৰিয়াল আৰু আহতসকলৰ চিকিৎসাৰ যাৱতীয় দায়িত্ব দলে ল’ব৷

শুভেন্দুৱে জনোৱা অনুসৰি এই হত্যাকাণ্ডৰ সৈতে ৰাজনীতিৰ যোগ থাকিব পাৰে৷ অৱশ্যে এতিয়াও এই কথা তেওঁ দাঠি ক’ব নোৱাৰে বুলিও জনায়৷ ৰাজ্যখনৰ আৰক্ষীৰ ডিজি সিদ্ধনাথ গুপ্তৰ সৈতে তেওঁ বাৰ্তালাপত মিলিত হৈছে৷ আৰক্ষীৰ তৰফৰ পৰা দিয়া তথ্য অনুসৰি চিচিটিভি ফুটেজ চাই কিছু তথ্য আৰক্ষীয়ে লাভ কৰিছে৷ শুভেন্দুৰ দাবী, সঠিক তদন্তৰ স্বাৰ্থত ফুটেজৰ বিষয়ে কোনো তথ্য দিয়া নাই আৰক্ষীয়ে৷ তেওঁ লগতে জনাইছে যে তদন্তৰ বাবে আৰক্ষীৰ ওপৰতেই ভৰষা ৰখা হৈছে৷ দোষী দ্ৰুতভাৱে ধৰা পৰিব বুলিও আশ্বাস দিয়া হৈছে আৰক্ষীৰ তৰফৰ পৰা৷

এই পৰিস্থিতিত আইন হাতত তুলি নল’বলৈ দলৰ কৰ্মী আৰু সমৰ্থকসকলৰ প্ৰতি আবেদন জনাইছে শুভেন্দু অধিকাৰীয়ে৷ শান্তি বজায় ৰখাৰ কথা তেওঁ বাৰে বাৰে কৈছে৷ বুধবাৰে হাস্পতাল চত্বৰৰ পৰা শুভেন্দুৰ দাবী, ‘১৫বছৰ ধৰি ৰাজ্যত প্ৰতিহিংসাৰ ৰাজনীতি চলিছে৷ বুধবাৰৰ দিনটোতেই খড়দহত বোমা, বৰাহনগৰত ছুৰি আৰু বছিৰহাটত গুলিচালনাত আহত হৈছে বিজেপি কৰ্মী৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ
বিশ্ব

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

August 8, 2026
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’
বিশ্ব

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

August 8, 2026
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

August 8, 2026
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’
বিনোদন

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

August 8, 2026
Next Post
চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.