• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
থাইৰয়েড হৈছে নেকি? ভৰিত দেখা দিয়া এই ৩ টা উপসৰ্গ চায়েই বুজিব…

থাইৰয়েড হৈছে নেকি? ভৰিত দেখা দিয়া এই ৩ টা উপসৰ্গ চায়েই বুজিব…

3 years ago
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

11 minutes ago
CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

1 hour ago
ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

2 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

3 hours ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

15 hours ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

15 hours ago
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

16 hours ago
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

16 hours ago
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

18 hours ago
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

19 hours ago
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

20 hours ago
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

থাইৰয়েড হৈছে নেকি? ভৰিত দেখা দিয়া এই ৩ টা উপসৰ্গ চায়েই বুজিব…

editor by editor
February 6, 2023
in ভাৰত, স্বাস্থ্য
0
থাইৰয়েড হৈছে নেকি? ভৰিত দেখা দিয়া এই ৩ টা উপসৰ্গ চায়েই বুজিব…
0
SHARES
57.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সমগ্ৰ বিশ্বতেই ১২ শতাংশ মানুহে থাইৰয়েডৰ সমস্যাত ভূগি আছে। প্ৰায়সংখ্যক লোকৰেই মুখে মুখে এই ৰোগৰ কথা। থাইৰয়েডৰ সমস্যা মহিলাসকলৰ মাজত বেছি হ’লেও পুৰুষসকলো এই ৰোগত আক্ৰান্ত হয়। বয়সৰ সৈতে হোৱা এয়া এক ক্ৰনিক সমস্যা বুলিয়েই বহুতে দাবী কৰে। খাদ্যত অনিয়ম আৰু শৰীৰৰ প্ৰতি অৱহেলাৰ ফলতেই থাইৰয়েডৰ সমস্যাই দেখা দিয়ে। থাইৰয়েডৰ গ্ৰন্থি যি থাইৰক্সিন হৰমনে সৃষ্টি কৰে তাৰ মাত্ৰা প্ৰয়োজনতকৈ বাঢ়ি গ’লেই এই সমস্যাই দেখা দিয়ে।

থাইৰক্সিন হৰমন মূলত বিপাকৰ ক্ষেত্ৰত আৰু শৰীৰৰ বিভিন্ন অংশৰ গঠনৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিন্তু এই হৰমনৰ মাত্ৰা শৰীৰত বাঢ়ি গ’লে বা কমি গ’লে শৰীৰত সমস্যাই দেখা দিয়ে। সেয়ে থাইৰয়েড নিয়ন্ত্ৰণত ৰখাটো খুবেই জৰুৰী। থাইৰয়েডে দেখা দিলে কি কি উপসৰ্গই দেখা দিয়ে?

ভৰিৰ পতাত বিষ
থাইৰয়েড বাঢ়ি গ’লে কেইবাটাও উপসৰ্গই দেখা দিয়ে। ভৰিৰ তলুৱাত এই লক্ষণে পূৰ্বেই দেখা দিয়ে। থাইৰয়েড গ্ৰন্থি হৰমনে তৈয়াৰ কৰে। শৰীৰৰ বিপাকক্ৰিয়া নিয়ন্ত্ৰণটো থাইৰয়েড গ্ৰন্থিৰ বিশেষ ভূমিকা আছে। কিন্তু এই হৰমনে যেতিয়া সঠিকভাৱে কাম নকৰে তেতিয়াই ভৰিৰ পতাত বিষ অনুভৱ হয়। এই বিষৰ আঁৰত হৈছে হাইপোথাইৰয়েডিজম। ভৰিত যদি মাজে মাজে বিষ হৈয়েই থাকে তেন্তে তাৎক্ষণিকভাৱে থাইৰয়েড টেষ্ট কৰাটো অতি গুৰুত্বপূৰ্ণ।

ভৰিৰ তলুৱা অত্যাধিক শুকাই যোৱা
শৰীৰৰত থাইৰয়েডৰ মাত্ৰা বাঢ়ি গ’লে ভৰিৰ তলুৱা অত্যাধিক শুষ্ক হৈ পৰে। থাইৰয়েড গ্ৰন্থিৰ পৰা তৈয়াৰ হোৱা হৰমনে যদি ঠিকমতে কাম নকৰে তেতিয়া এই সমস্যাই দেখা দিয়ে। থাইৰয়েড গ্ৰন্থি নিষ্ক্ৰিয় হৈ পৰিলে শৰীৰত তেল বা ঘাম ওলোৱা কমি আহে। তেতিয়াই আমাৰ ছালৰ শুষ্কতা বাঢ়ি যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ
বিনোদন

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

July 24, 2026
ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?
ভাৰত

ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

July 24, 2026
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য
বিবিধ

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

July 23, 2026
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু
জীৱনশৈলী

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

July 23, 2026
Next Post
সিদ্ধাৰ্থ মলহোত্ৰা আৰু কিয়াৰা আদৱানী কাৰ সম্পত্তিৰ পৰিমাণ বেছি? জানি লওক সবিশেষ…

সিদ্ধাৰ্থ মলহোত্ৰা আৰু কিয়াৰা আদৱানী কাৰ সম্পত্তিৰ পৰিমাণ বেছি? জানি লওক সবিশেষ...

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ দাবীত পত্নীক কুঠাৰেৰে আক্ৰমণ স্বামীৰ

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ দাবীত পত্নীক কুঠাৰেৰে আক্ৰমণ স্বামীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.