• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেঞ্চাৰৰ বাবে ভৰি কাটিব লাগিব, বুলি কোৱা ব্যক্তি আজি অধিনায়ক হিচাপে দেশৰ হৈ টি-২০ বিশ্বকাপত অধিনায়ক

2 years ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

12 minutes ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

58 minutes ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

2 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

3 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

4 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

22 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

23 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

24 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কেঞ্চাৰৰ বাবে ভৰি কাটিব লাগিব, বুলি কোৱা ব্যক্তি আজি অধিনায়ক হিচাপে দেশৰ হৈ টি-২০ বিশ্বকাপত অধিনায়ক

editor by editor
June 3, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
কেঞ্চাৰৰ বাবে ভৰি কাটিব লাগিব, বুলি কোৱা ব্যক্তি আজি অধিনায়ক হিচাপে দেশৰ হৈ টি-২০ বিশ্বকাপত অধিনায়ক
0
SHARES
649
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেঞ্চাৰৰ বাবে ভৰি কাটিব লাগিব, বুলি কোৱা ব্যক্তি আজি অধিনায়ক হিচাপে দেশৰ হৈ টি-২০ বিশ্বকাপত অধিনায়ক

কেঞ্চাৰৰ বাবে ভৰি কাটিব লাগিব, সকলো দুখ কষ্ট আঁতৰ কৰি জীৱন যুদ্ধত জয়ী হৈ এতিয়া দেশৰ হৈ বিশ্বকাপত খেলি আছে এগৰাকী খেলুৱৈয়ে। কেৱল দেশৰ হৈ খেলাই নহয়, দেশৰ ক্ৰিকেট দলৰ অধিনায়কো তেওঁ।

কালি ২ জুনৰ পৰা আৰম্ভ হৈছে টি-২০ বিশ্বকাপ। এইবাৰ প্ৰতিযোগিতাখনত বহু নতুন দলে খেলিছে। ইয়াৰে এটা হৈছে ওমানৰ দল। বিশ্বকাপত ওমান দলৰ অধিনায়ক হিচাপে আছে আকিব ইলিয়াছ। আকিব ইলিয়াছৰ কাহিনী যথেষ্ট আৱেগিক। ব্যক্তিগত জীৱনত আকিবে বহু কষ্ট ভোগ কৰিছে।

বিশ্বকাপত ওমানৰ উদ্বোধনী খেলৰ পূৰ্বে আকিবে নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে দাঙি ধৰিছিল। আকিবৰ কাহিনী শুনি আবেগিক হৈ পৰে বহু লোক।

কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছিল আকিব। বাওঁ ভৰিৰ গোৰোহাৰ বিষত বহুদিন ভুগিছিল। পাছত চিকিৎসকে ইয়াৰ কাৰণ হিচাপে কৈছিল কেন্সাৰ টিউমাৰ। যি কথা শুনি একপ্ৰকাৰ ভয় খাইছিল আকিব। তাৰোপৰি চিকিৎসকে কৈছিল , সেই কেঞ্চাৰৰ বাবেই ভৰিখন সম্পূৰ্ণ কাটি পেলাব লাগিব।

একেবাৰে জীৱনেই শেষ হৈ যোৱাৰ দৰে হৈ পৰিছিল আকিবৰ। কিন্তু কোনোদিনে হাৰ মনা নাছিল। নিজেই যুঁজ দিছিল নিজৰ বাবে। যাৰ পৰিণতিত আজি সম্পূৰ্ণ ঠিক হোৱাৰ লগতে দেশৰ হৈ ক্ৰিকেট খেলি আছে। তাকো একেবাৰে অধিনায়ক হিচাপে খেলি আছে আকিবে। মাত্ৰ ১৮ মাহতে ঠিক হৈ উঠে আকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketT 20 World Cupworld cupWorld Cup t-20
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

January 17, 2026
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে
জীৱনশৈলী

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

January 17, 2026
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে
জীৱনশৈলী

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

January 17, 2026
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
Next Post
৭৮,৮৯৪ ঘণ্টা ধৰি প্রধানমন্ত্ৰীৰ দায়িত্বত মোদী, এই কাৰ্যকালত কিমানদিন ছুটি লৈছে প্রধানমন্ত্ৰী মোদীয়ে?

কংগ্ৰেছত থাকোতে কিয় ৰাহুলে ভালপোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাক? পুৰণি কাহিনীৰ ন-চৰ্চা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন