• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেঞ্চাৰৰ বাবে ভৰি কাটিব লাগিব, বুলি কোৱা ব্যক্তি আজি অধিনায়ক হিচাপে দেশৰ হৈ টি-২০ বিশ্বকাপত অধিনায়ক

কেঞ্চাৰৰ বাবে ভৰি কাটিব লাগিব, বুলি কোৱা ব্যক্তি আজি অধিনায়ক হিচাপে দেশৰ হৈ টি-২০ বিশ্বকাপত অধিনায়ক

2 years ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

1 minute ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

37 minutes ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

1 hour ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

1 hour ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

2 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

3 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

4 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

5 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

16 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

16 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

16 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কেঞ্চাৰৰ বাবে ভৰি কাটিব লাগিব, বুলি কোৱা ব্যক্তি আজি অধিনায়ক হিচাপে দেশৰ হৈ টি-২০ বিশ্বকাপত অধিনায়ক

editor by editor
June 3, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
কেঞ্চাৰৰ বাবে ভৰি কাটিব লাগিব, বুলি কোৱা ব্যক্তি আজি অধিনায়ক হিচাপে দেশৰ হৈ টি-২০ বিশ্বকাপত অধিনায়ক
0
SHARES
655
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেঞ্চাৰৰ বাবে ভৰি কাটিব লাগিব, বুলি কোৱা ব্যক্তি আজি অধিনায়ক হিচাপে দেশৰ হৈ টি-২০ বিশ্বকাপত অধিনায়ক

কেঞ্চাৰৰ বাবে ভৰি কাটিব লাগিব, সকলো দুখ কষ্ট আঁতৰ কৰি জীৱন যুদ্ধত জয়ী হৈ এতিয়া দেশৰ হৈ বিশ্বকাপত খেলি আছে এগৰাকী খেলুৱৈয়ে। কেৱল দেশৰ হৈ খেলাই নহয়, দেশৰ ক্ৰিকেট দলৰ অধিনায়কো তেওঁ।

কালি ২ জুনৰ পৰা আৰম্ভ হৈছে টি-২০ বিশ্বকাপ। এইবাৰ প্ৰতিযোগিতাখনত বহু নতুন দলে খেলিছে। ইয়াৰে এটা হৈছে ওমানৰ দল। বিশ্বকাপত ওমান দলৰ অধিনায়ক হিচাপে আছে আকিব ইলিয়াছ। আকিব ইলিয়াছৰ কাহিনী যথেষ্ট আৱেগিক। ব্যক্তিগত জীৱনত আকিবে বহু কষ্ট ভোগ কৰিছে।

বিশ্বকাপত ওমানৰ উদ্বোধনী খেলৰ পূৰ্বে আকিবে নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে দাঙি ধৰিছিল। আকিবৰ কাহিনী শুনি আবেগিক হৈ পৰে বহু লোক।

কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছিল আকিব। বাওঁ ভৰিৰ গোৰোহাৰ বিষত বহুদিন ভুগিছিল। পাছত চিকিৎসকে ইয়াৰ কাৰণ হিচাপে কৈছিল কেন্সাৰ টিউমাৰ। যি কথা শুনি একপ্ৰকাৰ ভয় খাইছিল আকিব। তাৰোপৰি চিকিৎসকে কৈছিল , সেই কেঞ্চাৰৰ বাবেই ভৰিখন সম্পূৰ্ণ কাটি পেলাব লাগিব।

একেবাৰে জীৱনেই শেষ হৈ যোৱাৰ দৰে হৈ পৰিছিল আকিবৰ। কিন্তু কোনোদিনে হাৰ মনা নাছিল। নিজেই যুঁজ দিছিল নিজৰ বাবে। যাৰ পৰিণতিত আজি সম্পূৰ্ণ ঠিক হোৱাৰ লগতে দেশৰ হৈ ক্ৰিকেট খেলি আছে। তাকো একেবাৰে অধিনায়ক হিচাপে খেলি আছে আকিবে। মাত্ৰ ১৮ মাহতে ঠিক হৈ উঠে আকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketT 20 World Cupworld cupWorld Cup t-20
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক
জীৱনশৈলী

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

September 10, 2026
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!
জীৱনশৈলী

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

September 10, 2026
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!
জীৱনশৈলী

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

September 10, 2026
Next Post
৭৮,৮৯৪ ঘণ্টা ধৰি প্রধানমন্ত্ৰীৰ দায়িত্বত মোদী, এই কাৰ্যকালত কিমানদিন ছুটি লৈছে প্রধানমন্ত্ৰী মোদীয়ে?

৭৮,৮৯৪ ঘণ্টা ধৰি প্রধানমন্ত্ৰীৰ দায়িত্বত মোদী, এই কাৰ্যকালত কিমানদিন ছুটি লৈছে প্রধানমন্ত্ৰী মোদীয়ে?

কংগ্ৰেছত থাকোতে কিয় ৰাহুলে ভালপোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাক? পুৰণি কাহিনীৰ ন-চৰ্চা

কংগ্ৰেছত থাকোতে কিয় ৰাহুলে ভালপোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাক? পুৰণি কাহিনীৰ ন-চৰ্চা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.