• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
T20 ৱৰ্ল্ড কাপ- স্থান নিশ্চিত কাৰ কাৰ, কোন শংকটত

T20 ৱৰ্ল্ড কাপ- স্থান নিশ্চিত কাৰ কাৰ, কোন শংকটত

2 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

9 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

10 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

10 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

11 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

12 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

13 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

14 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

14 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

14 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

14 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

15 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

T20 ৱৰ্ল্ড কাপ- স্থান নিশ্চিত কাৰ কাৰ, কোন শংকটত

editor by editor
April 25, 2024
in ক্ৰীড়া, ভাৰত
0
T20 ৱৰ্ল্ড কাপ- স্থান নিশ্চিত কাৰ কাৰ, কোন শংকটত
0
SHARES
271
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

T20 ৱৰ্ল্ড কাপ- স্থান নিশ্চিত কাৰ কাৰ, কোন শংকটত

মাজত আৰু মাথো কেইটামান দিন বাকি। ১ জুনৰ পৰা আৰম্ভ হ’বলৈ গৈ আছে টি-২০ বিশ্বকাপ। তাকে লৈ ইতিমধ্যে বিশ্বৰ ক্ৰিকেট দল সমূহৰ মাজত দল নিৰ্বাচনক লৈ চৰ্চাৰ বিষয় হৈ পৰিছে। ভাৰতীয় ক্ৰিকেট দলতো একেই চিন্তা। কাক দিব দলত স্থান, কোন পৰিব বাদ।

আই পি এলেই হ’ব যেন এইবাৰৰ বিশ্বকাপৰ দল নিৰ্বাচনৰ মুল চালিকা শক্তি। দুৰ্বল প্ৰদৰ্শনৰ বাবে অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াৰ মূৰৰ ওপৰত তৰোৱাল ওলমি আছে। তাৰ বিপৰীতে মৃত্যুৰ মুখৰ পৰা উভতি অহা ঋষভ পন্টৰ স্থান এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে।

আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে থকা হাৰ্ডিক পাণ্ডিয়াই এই ছিজনত এতিয়ালৈকে ভাল প্ৰদৰ্শন কৰিব পৰা নাই। আনহাতে উইকেটকীপাৰৰ বাবে সঞ্জু চেমছন আৰু কে এল ৰাহুলৰ মাজত কঠোৰ প্ৰতিযোগিতা চলি আছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি অধিনায়ক ৰোহিত শৰ্মাই বাছনি সমিতিৰ মুৰব্বী অজিত আগৰকাৰক সাক্ষাৎ কৰিব পাৰে।

আইচিচিয়ে দলটো বাছনি কৰিবলৈ ১ মে’লৈ সময়সীমা ধৰি দিছে। বিচিচিআইয়ে এই সপ্তাহৰ শেষত বা অহা সপ্তাহৰ আৰম্ভণিতে দলটো ঘোষণা কৰিব পাৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ ৮খন মেচত ১৭ অভাৰত বলিং কৰিছে হাৰ্দিক পাণ্ডিয়াই। এই আই পি এলত এতিয়ালৈকে তেওঁ মাত্ৰ ৭টা ছয়হে কৰিব পাৰে।

আনহাতে আই পি এলত ১৬১ ষ্ট্ৰাইক ৰেটত ৩৪২ ৰান সংগ্ৰহ কৰা উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টে ইতিমধ্যে নিজৰ স্থান নিশ্চিত কৰিছে। মৃত্যু মুখৰ পৰা উভতি আহিয়ে আই পি এলৰ দিল্লী দলৰ অধিনায়ক হিচাপে ভাল খেল প্ৰদৰ্শন কৰিছে পন্টে।

পন্টৰ স্থান নিশ্চিত হোৱাৰ পাছতে এতিয়া দ্বিতীয় উইকেটকীপাৰৰ বাবে কে এল ৰাহুল (১৪১ ষ্ট্ৰাইক ৰেটত ৩০২ ৰান) আৰু সঞ্জু চেমছন (১৫২ ষ্ট্ৰাইক ৰেটত ৩১৪ ৰান)ৰ মাজত প্ৰতিযোগিতা চলিছে।

বলাৰসকলৰ ভিতৰত যশপ্ৰীত বুমৰাহ, আৰ্শদীপ সিং, মহম্মদ ছিৰাজ, ৰবীন্দ্ৰ জাদেজা আৰু কুলদীপ যাদৱৰ স্থান প্ৰায় নিশ্চিত। অৱশ্যে বুমৰাহ আৰু কুলদীপৰ বাহিৰে আন বলাৰ আই পি এলত ফৰ্মত নাই, সেয়েহে অতিৰিক্ত বলাৰৰ বিকল্প গুৰুত্বপূৰ্ণ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cricket teamIdnian Cricket TeamT 20 World CupTeam Selectionworld cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!
বিনোদন

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
Next Post
হম আপকে হেৰ পাছত আৰু কোনো চিনামাতেই নাপালে কাম, পাছে বৰ্তমানে ভাৰতৰ প্ৰতিঘৰতে জনপ্ৰিয়

হম আপকে হেৰ পাছত আৰু কোনো চিনামাতেই নাপালে কাম, পাছে বৰ্তমানে ভাৰতৰ প্ৰতিঘৰতে জনপ্ৰিয়

হিন্দু শাস্ত্ৰমতে অমৰত্ব লাভ কৰা ৭ জন লোক কোন কোন জানেনে

হিন্দু শাস্ত্ৰমতে অমৰত্ব লাভ কৰা ৭ জন লোক কোন কোন জানেনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.