• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱাই ৭.৪ প্ৰাৱল্যৰ ভয়ংকৰ ভূমিকম্প, ২৫ বছৰৰ মূৰকত এই ভীষণ ভূইকপ

পুৱাই ৭.৪ প্ৰাৱল্যৰ ভয়ংকৰ ভূমিকম্প, ২৫ বছৰৰ মূৰকত এই ভীষণ ভূইকপ

2 years ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

53 minutes ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

1 hour ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

2 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

3 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

4 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

6 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

7 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

8 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

9 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

21 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

22 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

পুৱাই ৭.৪ প্ৰাৱল্যৰ ভয়ংকৰ ভূমিকম্প, ২৫ বছৰৰ মূৰকত এই ভীষণ ভূইকপ

editor by editor
April 3, 2024
in বিশ্ব
0
পুৱাই ৭.৪ প্ৰাৱল্যৰ ভয়ংকৰ ভূমিকম্প, ২৫ বছৰৰ মূৰকত এই ভীষণ ভূইকপ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৱাই ৭.৪ প্ৰাৱল্যৰ ভয়ংকৰ ভূমিকম্প, ২৫ বছৰৰ মূৰকত এই ভীষণ ভূইকপ। ভুমিকম্পটোৰ ফলত বিস্তৰ ক্ষতিসধন।

বুধবাৰে পুৱাই টাইৱানত প্ৰচণ্ড জোৰে ভূমিকম্প আহে। ভূমিকম্পবিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি এই প্ৰৱল ভূমিকম্পটোৰ প্ৰাৱল্য ৭.৪ ৰিখটাৰ স্কেল। যি ভূমিকম্পৰ ফলত এতিয়া তচনচ হৈ পৰিছে টাইৱান।

কেৱল টাইৱানেই নহয়, ভু-বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া অনুসৰি এতিয়া এই ভূমিকম্পটোৰ ফলত কেৱল টাইৱানেই নহয় জাপানো সংকটত। দুখন চহৰত ছুনামী অহাৰ সংকটে দেখা দিছে , যাৰ বাবে এতিয়া জাপানৰ আকিনাবা চহৰত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে। আশংকা কৰা অনুসৰি ৩ মিটাৰ পৰ্যন্ত উঠিব পাৰে ছুনামীৰ ঢৌ।

টাইৱানত পুৱাই অহা ভূমিকম্পটোৰ ফলত বহুটো ডাঙৰ ডাঙৰ অট্টালিকা ভাঙি চুৰমাৰ হৈ পৰিছে। পুৱাৰে পৰা বিভিন্ন প্ৰান্তত বিদ্যুতৰ সংযোগো বিচ্ছিন্ন হৈ পৰিছে।

https://x.com/SuppressedNws/status/1775343649175277787?s=20

বৰ্তমানলৈকে কোনো মৃত্যুৰ খবৰ অহা নাই যদিও ভাঙি পৰা অট্টালিকা আদিৰ ধ্বংসস্তুপৰ মাজত বহু লোক আৱদ্ধ হৈ থকাৰ শংকা ব্যক্ত কৰিছে প্ৰদেশ খনৰ প্ৰশাসনৰ ফালৰ পৰা। বৰ্তমানে দেশখনৰ সকলো ৰে’ল ব্যৱস্থা স্থগিত ৰখা হৈছে।

ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি প্ৰশান্ত মহাসাগৰৰ হুয়ালিয়েন কাউন্টি হলৰ পৰা ২৫.০ কিলোমিটাৰ দক্ষিণ-পূবে ১৫.৫ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল।

https://x.com/Huberton/status/1775347467015303614?s=20

টাইৱানৰ প্ৰদেশৰ প্ৰশাসনৰ ফালৰ পৰা সদৰি কৰা অনুসৰি এই ভুমিকম্প বিগত ২৫ বছৰৰ মূৰকত ডাঙৰ । ইয়াৰ পূৰ্বে ১৯৯৯ চনত ৭.৬ ৰিখটাৰ স্কেলৰ ভুমিকম্পই জোকাৰি গৈছিল প্ৰদেশ খন। যি ভুমিকম্পত প্ৰায় ২৪০০ লোকৰ মৃত্যু হৈছিল।

https://x.com/MattWallace888/status/1775334218031075641?s=20

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam liveearthquaketaiwantsunami
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!
ভাৰত

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

August 25, 2026
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল
বিনোদন

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

August 25, 2026
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’
বিশ্ব

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

August 23, 2026
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী
বিশ্ব

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

August 23, 2026
Next Post
শোকাৱহ, কাপোৰৰ দোকানত ভয়ংকৰ অগ্নিকাণ্ড, শুই থকা অৱস্থাতে ৭ লোক নিহত

শোকাৱহ, কাপোৰৰ দোকানত ভয়ংকৰ অগ্নিকাণ্ড, শুই থকা অৱস্থাতে ৭ লোক নিহত

ভুত বুলি ভয় নাখাব, মানুহ নোহোৱাকৈ নিজে চলি গ’ল স্কুটাৰ, বিশ্বত এইয়ে প্ৰথম

ভুত বুলি ভয় নাখাব, মানুহ নোহোৱাকৈ নিজে চলি গ'ল স্কুটাৰ, বিশ্বত এইয়ে প্ৰথম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.