• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভুত বুলি ভয় নাখাব, মানুহ নোহোৱাকৈ নিজে চলি গ’ল স্কুটাৰ, বিশ্বত এইয়ে প্ৰথম

ভুত বুলি ভয় নাখাব, মানুহ নোহোৱাকৈ নিজে চলি গ’ল স্কুটাৰ, বিশ্বত এইয়ে প্ৰথম

2 years ago
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

55 minutes ago
এছিয়ান গেমছত ওলাইছে জলপৰী

এছিয়ান গেমছত ওলাইছে জলপৰী

2 hours ago
কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

3 hours ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

15 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

16 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

16 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

17 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

17 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

18 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

18 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

19 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ভুত বুলি ভয় নাখাব, মানুহ নোহোৱাকৈ নিজে চলি গ’ল স্কুটাৰ, বিশ্বত এইয়ে প্ৰথম

editor by editor
April 3, 2024
in প্ৰযুক্তি
0
ভুত বুলি ভয় নাখাব, মানুহ নোহোৱাকৈ নিজে চলি গ’ল স্কুটাৰ, বিশ্বত এইয়ে প্ৰথম
0
SHARES
153
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভুত বুলি ভয় নাখাব, মানুহ নোহোৱাকৈ নিজে চলি গ’ল স্কুটাৰ, বিশ্বত এইয়ে প্ৰথম

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা এনে ভিডিঅ’, যি ভিডিঅ’ দেখি আচৰিত মানিছে সকলো লোকেই। কিয়নো কোনো চালক তথা গৰাকী নোহোৱাকৈ নিজে নিজে চলি গৈছে এই স্কুটাৰ।

যি ভিডিঅ’ দেখাৰ পাছতে এতিয়া আশ্বৰ্য হৈছে সকলো। পাছে এয়া কোনো আলৌকিক ঘটনা নহয়, নহয় কোনো ভুত। এয়া সকলো প্ৰযুক্তিৰ চমক।

বিশ্বৰ প্ৰথম নিজে নিজে চলি যোৱা স্কুটাৰ আহি গ’ল বজাৰলৈ। স্কুটাৰ বনোৱা কোম্পানীৰ মালিকে সেই স্কুটাৰৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত, যি বৰ্তামানে দ্ৰুত গতিত ভাইৰেল হৈ আছে। ১ এপ্ৰিল তাৰিখে সদৰি কৰে স্কুটাৰ খনৰ ভিডিঅ’।

https://x.com/bhash/status/1775058174824820946?s=20

অ’লা কোম্পানীৰ এখন নতুন ইলেক্ট্ৰ’নিক স্কুটাৰ। যি স্কুটাৰ সম্পূৰ্ণ অটোমেটিক। চালক নোহোৱাকৈ চলাব পৰা যাব তথা চলাব নাজানিলেও ই আপোনাক লৈ যাব গন্তব্য স্থানলৈ।

এই অটোমটিক স্কুটাৰখন কেৱল ভাৰতৰে নহয়, বিশ্বৰে প্ৰথম। এ আই টেকন’ল’জি বিশিষ্ট এই স্কুটাৰ ট্ৰেফিক-স্মাৰ্ট স্কুটাৰ লগতে ইয়াত ২২টা ভাষা চাপোৰ্ট কৰিব পৰা ক্ষমতা আছে ।

ভাৰতত ইয়াৰ মূল্য নূন্যতম ৮৫ হাজাৰৰ পৰা আৰম্ভ হৈ সৰ্বাধিক ১ লাখ ৩০ হাজাৰ টকা হ’ব। অৱশ্যে ইয়াৰ বজাৰলৈ অহাৰ তাৰিখ এতিয়ালৈ সদৰি কৰা হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Electric ScooterOla CEOOla Soloscooter
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম
প্ৰযুক্তি

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

September 23, 2026
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…
প্ৰযুক্তি

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

September 23, 2026
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী
ৰাজনীতি

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

September 22, 2026
Next Post
কংগ্ৰেছৰ দুৰ্গ খ্যাত ৰায়বলেৰীত প্ৰিয়ংকা, বিজেপিৰ হৈ যুঁজত নামিব কোন ?

কংগ্ৰেছৰ দুৰ্গ খ্যাত ৰায়বলেৰীত প্ৰিয়ংকা, বিজেপিৰ হৈ যুঁজত নামিব কোন ?

জানেনে, এবাৰ-দুবাৰ নহয় তিনিবাৰকৈ বিয়া পাতিছে ৰেমো ডি’ছুজাই

জানেনে, এবাৰ-দুবাৰ নহয় তিনিবাৰকৈ বিয়া পাতিছে ৰেমো ডি'ছুজাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.