• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জানেনে, এবাৰ-দুবাৰ নহয় তিনিবাৰকৈ বিয়া পাতিছে ৰেমো ডি’ছুজাই

জানেনে, এবাৰ-দুবাৰ নহয় তিনিবাৰকৈ বিয়া পাতিছে ৰেমো ডি’ছুজাই

2 years ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

1 hour ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

2 hours ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

2 hours ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

3 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

3 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

3 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

4 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

5 hours ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

6 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

8 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

8 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জানেনে, এবাৰ-দুবাৰ নহয় তিনিবাৰকৈ বিয়া পাতিছে ৰেমো ডি’ছুজাই

editor by editor
April 3, 2024
in জীৱনশৈলী, বিনোদন
0
জানেনে, এবাৰ-দুবাৰ নহয় তিনিবাৰকৈ বিয়া পাতিছে ৰেমো ডি’ছুজাই
0
SHARES
172
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জানেনে, এবাৰ-দুবাৰ নহয় তিনিবাৰকৈ বিয়া পাতিছে ৰেমো ডি’ছুজাই

ভাৰতৰ অন্যতম নৃ্ত্য শিল্পী তথা বৰ্তমানৰ বহু কেইটা নৃত্যৰ অনুষ্ঠানত বিচাৰক হিচাপে কাম কৰি জনপ্ৰিয় হোৱা ৰেমো ডি’ছুজাৰ প্ৰেমৰ কাহিনী অন্যতকৈ অভিন্ন। বহু কঠোৰ জীৱন সংগ্ৰাম কৰি আজিৰ এই অৱস্থা পোৱা ৰেমো ডি’ছুজাই জীৱনত এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ বিয়াত বহিছে।

হয়, সামাজিক মাধ্যমত আপুনি কেৱল এগৰাকী পত্নীকেই দেখি আহিছে যদিও এয়া সত্য যে, তেখেতে তিনিবাৰ বিয়া পাতিছে। অৱশ্যে পত্নী লিজেলক অফুৰন্ত প্ৰেম কৰা ৰেমো ডি’ছুজাই কোনো অন্যৰ সৈতে নহয়, লিজেলৰ সৈতেই তিনিওবাৰ বিয়া পাতিছে।

তিনিটা বেলেগ বেলেগ নিয়ম অনুসাৰে বিয়াত বহিছে লিজেলৰ সৈতে। সেই প্ৰথম বিয়াৰেই আজি ২৫ বছৰ সম্পূৰ্ণ কৰিলে। লিজেলৰ প্ৰতি থকা প্ৰেম ৰেমো ডি’ছুজাই সকলোৰে আগতো প্ৰকাশ কৰিবলৈ কুন্ঠাবোধ নকৰে।

ৰেমোৰ ডান্স ক্লাছৰে এগৰাকী ছাত্ৰী আছি লিজেল। পাছে নৃত্যত ৰেমোৰ দৰে বৰ বিশেষ পাৰ্গত নাছিল লিজেল, যাৰ বাবেই হয়তো অধিক সময় প্ৰস্তুতিৰ বাবদ দুয়ো কাষ চাপিছিল ইজনে সিজনৰ।

তেনেদৰেই এদিন প্ৰেমৰ অন্তত অতি কম বয়সতে ১৯৯৮ চনত বিয়াত বহে দুয়ো। বয়স কম হলেও সংসাৰত কেতিয়াও আউল লগা নাই দুয়োৰে। ৰেমোই আনকি নিজৰ সাফস্যৰ সকলো ক্ৰেডিট লিজেলৰ নামতে উৎসৰ্গা কৰে। বৰ্তমানে ৰেমো-লিজেলৰ দুটি সন্তানেৰে সুখৰ সংসাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: DancerEntertainmentIndian EntertainmentRemo Dsouza
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!
জীৱনশৈলী

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

September 26, 2026
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

September 26, 2026
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ
জীৱনশৈলী

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

September 26, 2026
Next Post
এখন এনে বিবাহ, য’ত স্বামী-স্ত্ৰী দুয়ো মহিলা, পাছে ৰাস্তালৈ ওলালে দুয়ো মাতৃ-কন্যা !

এখন এনে বিবাহ, য'ত স্বামী-স্ত্ৰী দুয়ো মহিলা, পাছে ৰাস্তালৈ ওলালে দুয়ো মাতৃ-কন্যা !

৩৩ বছৰীয়া ৰাজনীতিৰ পৰা অৱসৰ ল’লে ড০ মনমোহন সিঙে

৩৩ বছৰীয়া ৰাজনীতিৰ পৰা অৱসৰ ল'লে ড০ মনমোহন সিঙে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.