• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দবা নিষিদ্ধ হ’ল আফগানিস্তানত! বুদ্ধিৰ খেল’ক হাৰাম বুলি ক’লে তালিবানী চৰকাৰে, দবা খেল বন্ধৰ সপক্ষে কি কি যুক্তি?

দবা নিষিদ্ধ হ’ল আফগানিস্তানত! বুদ্ধিৰ খেল’ক হাৰাম বুলি ক’লে তালিবানী চৰকাৰে, দবা খেল বন্ধৰ সপক্ষে কি কি যুক্তি?

1 year ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

45 minutes ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

1 hour ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

2 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

3 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

4 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

5 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

5 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

5 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

22 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

23 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

24 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দবা নিষিদ্ধ হ’ল আফগানিস্তানত! বুদ্ধিৰ খেল’ক হাৰাম বুলি ক’লে তালিবানী চৰকাৰে, দবা খেল বন্ধৰ সপক্ষে কি কি যুক্তি?

দবা নিষিদ্ধ হ’ল আফগানিস্তানত! বুদ্ধিৰ খেল’ক হাৰাম বুলি ক’লে তালিবানী চৰকাৰে, দবা খেল বন্ধৰ সপক্ষে কি কি যুক্তি?

editor by editor
May 12, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
দবা নিষিদ্ধ হ’ল আফগানিস্তানত! বুদ্ধিৰ খেল’ক হাৰাম বুলি ক’লে তালিবানী চৰকাৰে, দবা খেল বন্ধৰ সপক্ষে কি কি যুক্তি?
0
SHARES
334
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দবা খেল নিষিদ্ধ কৰা হ’ল আফগানিস্তানত৷ ধৰ্মীয় কাৰণত এই সিদ্ধান্ত বুলি জনাইছে তালিবান চৰকাৰে৷ বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি আফগানিস্তানৰ পুণ্য প্ৰচাৰ আৰু পাপ প্ৰতিৰোধ মন্ত্ৰণালয়( মিনিষ্ট্ৰি অৱ প্ৰপাগেছন অৱ ভাৰ্চু এণ্ড প্ৰিভেনঞ্চন অৱ ভাইছ)ৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে৷ ইয়াৰোপৰি তালিবানী ক্ৰীড়া মন্ত্ৰণালয়ৰ তৰফৰ পৰাও এই খবৰ নিশ্চিত কৰা হৈছে৷

আফগানিস্তানৰ ক্ৰীড়া মন্ত্ৰণালয়ে জনাইছে যে ১১ মে’ৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰা হৈছে৷ দবাৰ কোনো প্ৰতিযোগিতা এতিয়া আৰু আফগানিস্তানত পাতিব নোৱাৰিব৷ বিনোদনৰ বাবেও আৰু দবা খেল কোনোৱে খেলিব নোৱাৰিব সেই দেশত৷ অনিৰ্দিষ্টকালৰ বাবে এই নিৰ্দেশ কাৰ্যকৰী কৰা হৈছে বুলি জনোৱা হৈছে৷ তালিবান শাসিত পুণ্য প্ৰচাৰ আৰু পাপ প্ৰতিৰোধ মন্ত্ৰণালয়ে আফগানিস্তান দবা ফেডাৰেছনৰ অস্তিত্ব বিলোপ কৰিছে৷ তেওঁলোকে বাখ্যা কৰা অনুসৰি ইছলামি আইনত দবা খেলা হাৰাম বা নিষিদ্ধ৷ তালিবান চৰকাৰে ধাৰণা কৰে যে দবা খেলা সময়ৰ অপব্যৱহাৰ৷ এই খেল ধৰ্মীয় অনুশাসনৰ পৰিপন্থী৷

২০২১ চনত তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পাছতেই খেলাধুলাসহ নানান ক্ষেত্ৰত বিভিন্ন বিধি নিষেধ জাৰি কৰিছে৷ ষষ্ঠ শ্ৰেণীৰ পাছত কন্যাসকলক পঢ়াশুনা নিষিদ্ধ কৰা হৈছে৷ সম্প্ৰতি আফগানিস্তানৰ জাতীয় ক্ৰিকেট দলে বিভিন্ন টুৰ্নামেণ্টত ভাল খেলিছে৷ কিন্তু ক্ৰিকেটাৰ ৰছিদ খানৰ দেশত মহিলাই ক্ৰিকেট খেলা নিষিদ্ধ৷ দবা যাতে নিষিদ্ধ নহয় তাৰ বাবে দেশৰ কেইবাজনো দবা খেলুৱৈয়ে চৰকাৰক আবেদন জনাইছিল৷ কিন্তু তালিবান শাসিত আফগানিস্তান চৰকাৰে সেই আবেদন খাৰিজ কৰিছে৷

কোৱা হয় দবা বুদ্ধিৰ খেল৷ বয়স বাঢ়িলে মস্তিষ্কৰ ক্ষমতা কমিবলৈ আৰম্ভ কৰে৷ বিভিন্ন গৱেষণাত প্ৰকাশ পোৱা অনুসৰি আলঝাইমাৰৰ দৰে অসুখৰ পৰা ৰক্ষা পাবলৈ দবা খেল খুবেই কাৰ্যকৰী৷ হাতী, ঘোৰা, সৈন্য, ৰজাক কেনেকৈ আগুৱাই নিব লাগে সেয়া চাই মনোযোগ আৰু দ্ৰুত চিন্তা কৰাৰ ক্ষমতা বাঢ়ে৷ কিন্তু তালিবানীয়ে আফগানী কোনো লোকৰেই চিন্তা কৰাৰ ক্ষমতা বঢ়াটো নিবিচাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি
নিয়োগ

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

August 14, 2026
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য
জীৱনশৈলী

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

August 14, 2026
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি
ভাৰত

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

August 14, 2026
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
Next Post
ৰোহিত-কোহলিৰ স্থানত কোন? ইংলেণ্ড যাত্ৰাত ভাৰতৰ টেষ্ট দলৰ হৈ খেলিবলৈ দৌৰত আছে এই ৩ ক্ৰিকেটাৰ

ৰোহিত-কোহলিৰ স্থানত কোন? ইংলেণ্ড যাত্ৰাত ভাৰতৰ টেষ্ট দলৰ হৈ খেলিবলৈ দৌৰত আছে এই ৩ ক্ৰিকেটাৰ

সেনাৰ প্ৰেছ কনফাৰেন্সত বেকগ্ৰাউণ্ডত কিয় বজোৱা হৈছে শিৱ তাণ্ডৱ? এই শিৱ তাণ্ডৱ স্তোত্ৰৰ মাহাত্ম্য কি? কিয় বজোৱা হয় এই স্তোত্ৰ?

সেনাৰ প্ৰেছ কনফাৰেন্সত বেকগ্ৰাউণ্ডত কিয় বজোৱা হৈছে শিৱ তাণ্ডৱ? এই শিৱ তাণ্ডৱ স্তোত্ৰৰ মাহাত্ম্য কি? কিয় বজোৱা হয় এই স্তোত্ৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.