ইখনৰ পাছত সিখন চহৰ তালিবানৰ দখলত। পাকিস্তানৰ সীমান্ততো খোপনি পুতিছে তালিবানে। বেলুছিস্তানক লৈ টোপনি নহা হৈছে পাকিস্তানৰ। পাকিস্তানে ছীল কৰি দিছে সীমান্ত। বন্ধ কৰিছে আফগানীৰ প্ৰৱেশ।