তামুলপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক কেলেংকাৰি৷ ৩-৪ বছৰে সম্পূৰ্ণ নহ’ল বহু পৰিয়ালৰ বাসগৃহৰ কাম৷ গৃহ নিৰ্মাণৰ নামত atm কাৰ্ড লৈ গৈছিল ঠিকাদাৰে৷