• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি আলিংগন দিৱস; প্ৰেমৰ প্ৰতীক কিয় ৰঙা?

আজি আলিংগন দিৱস; প্ৰেমৰ প্ৰতীক কিয় ৰঙা?

4 years ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

21 minutes ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

53 minutes ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

1 hour ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

2 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

2 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

3 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

3 hours ago
8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

4 hours ago
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

21 hours ago
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

21 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, জুনত ৫ ৰাশিৰ কি কি হ’ব পৰিৱৰ্তন?

22 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

জীৱনলৈ আহিব পৰিৱৰ্তন! জুনত কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আজি আলিংগন দিৱস; প্ৰেমৰ প্ৰতীক কিয় ৰঙা?

editor by editor
February 12, 2022
in বিবিধ
0
আজি আলিংগন দিৱস; প্ৰেমৰ প্ৰতীক কিয় ৰঙা?
0
SHARES
678
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মন গ’লেই প্ৰেমত পৰিব পাৰে, মন গ’লেই এবুকু হেপাঁহেৰে আপুনি আলিংগন কৰিব পাৰে আপোনজনক৷ আনন্দ অথবা সুখবোধৰ প্ৰতীক আলিংগন৷ আজি আলিংগন দিৱস৷

ভেলেন্টাইন উইকৰ এইটো দিনটো বিশেষভাৱে উল্লেখযোগ্য প্ৰেমিক যুগলৰ বাবে৷ কাৰণ এই দিনকেইটাত ভিন্ন ধৰণেৰে প্ৰেমেৰে আৱৰি ৰখা হয় আপোনজনক৷

নিচাৰ দৰেই প্ৰেম হৈছে এক আসক্তি৷ মনোবিজ্ঞানীৰ মতে, প্ৰেমত মত্ত হৈ থকা আৰু ড্ৰাগ সেৱন কৰা এই দুয়োটাই মন-মগজুক একেধৰণেৰে প্ৰভাৱিত কৰে। দুয়োটাৰ ক্ষেত্ৰতে আমাৰ মগজুৱে ড’পামিন নামৰ এক যৌগ পদাৰ্থ ভিতৰত প্ৰবাহিত হয়। যিয়ে আমাক মাতাল অনুভৱ কৰায়।

কাৰোবাক ভাল পোৱাটোত মগজুৰ স্নায়ৱিক প্ৰভাৱ থাকে। সেইকাৰণে হয়তো কোৱা হয় প্ৰেম অন্ধ।

আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে ৰোমান্টিক ডেটত যোৱা দম্পতীসকলে এখন সৰু ঘূৰণীয়া মেজত বহি প্ৰেমালাপ কৰে। কিয় কাৰোবাক ৰঙা গোলাপ দি প্ৰেম প্ৰকাশ কৰা হয়?

প্ৰকৃততে ফুলক প্ৰেম তথা উৰ্বৰতাৰ প্ৰতীক বুলিও গণ্য কৰা হয়৷ ৰাণী ভিক্টোৰিয়াৰ সময়ত মানুহে গোলাপ দি নিজৰ অনুভূতি প্ৰকাশ কৰিছিল। তেতিয়াৰে পৰাই ৰহা গোলাপ দিয়াৰ পৰম্পৰা চলি আহিছে। আৰু এতিয়াও প্ৰেমৰ প্ৰতীক হিচাপে এই ৰঙা গোলাপকেই গণ্য কৰি অহা হৈছে৷ সেয়ে প্ৰেমৰ প্ৰতীক ৰঙা হয়তো ৰঙা৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalvalentine day 2022
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?
বিনোদন

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

May 30, 2026
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ
অসম

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

May 30, 2026
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?
বিনোদন

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

May 30, 2026
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!
জীৱনশৈলী

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

May 30, 2026
Next Post
হিজাব বিতৰ্ক : ‘শ্বৰিয়া নহয় সংবিধানৰ মতে হে দেশ চলিব,’ কোনে ক’লে এই কথা?

হিজাব বিতৰ্ক : ‘শ্বৰিয়া নহয় সংবিধানৰ মতে হে দেশ চলিব,’ কোনে ক’লে এই কথা?

তোমাৰ ৰঙা ফোঁটটি, তোমাৰ হাঁহিটি

তোমাৰ ৰঙা ফোঁটটি, তোমাৰ হাঁহিটি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.