• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাগাৰ প্ৰথমা পত্নীৰ বাবেই বিচ্ছেদ দিলে চামান্থাই! নাগাৰ প্ৰথমা পত্নী কোন?

নাগাৰ প্ৰথমা পত্নীৰ বাবেই বিচ্ছেদ দিলে চামান্থাই! নাগাৰ প্ৰথমা পত্নী কোন?

3 years ago
ভাৰতীয় সেনা মেজৰ জেনেৰেলৰ ডাঙৰ তথ্য- পাকিস্তান সেনাৰ লক্ষ্য আছিল স্বৰ্ণ মন্দিৰ

ভাৰতীয় সেনা মেজৰ জেনেৰেলৰ ডাঙৰ তথ্য- পাকিস্তান সেনাৰ লক্ষ্য আছিল স্বৰ্ণ মন্দিৰ

40 mins ago
হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী

হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী

19 hours ago
কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

20 hours ago
ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

20 hours ago
১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড

১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড

21 hours ago
ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ

23 hours ago
চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ

চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ

1 day ago
ব্যাপক অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে, বহু আহত

ব্যাপক অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে, বহু আহত

1 day ago
‘ভাৰত ৰত্ন পাব লাগে কোহলীয়ে’- এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে উত্থাপন কৰিলে এই দাবী

‘ভাৰত ৰত্ন পাব লাগে কোহলীয়ে’- এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে উত্থাপন কৰিলে এই দাবী

1 day ago
খবৰ পাইছেনে, ২০৫ যাত্ৰীসহ পাইলট অবিহনে ১০ মিনিট মাজ আকাশত উৰি থাকিল বিমান, কিন্তু..

খবৰ পাইছেনে, ২০৫ যাত্ৰীসহ পাইলট অবিহনে ১০ মিনিট মাজ আকাশত উৰি থাকিল বিমান, কিন্তু..

1 day ago
কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

2 days ago
প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 19, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নাগাৰ প্ৰথমা পত্নীৰ বাবেই বিচ্ছেদ দিলে চামান্থাই! নাগাৰ প্ৰথমা পত্নী কোন?

editor by editor
February 12, 2022
in চিনেমা, ভাৰত
0
নাগাৰ প্ৰথমা পত্নীৰ বাবেই বিচ্ছেদ দিলে চামান্থাই! নাগাৰ প্ৰথমা পত্নী কোন?
0
SHARES
276
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত নাগা চৈতন্যৰে বিচ্ছেদ হোৱাৰ কাৰণ প্ৰকাশ কৰিছে দক্ষিণ জনপ্ৰিয় অভিনেত্ৰী চামান্থাই৷

 

উল্লেখ্য যে ২০১৯ চনত দক্ষিণৰ চুপাৰষ্টাৰ নাগাৰ্জুনৰ পুত্ৰ তথা অভিনেতা নাগা চৈতন্যৰ সৈতে প্ৰেমত পৰি বিবাহপাশত আৱদ্ধ হৈছিল অভিনেত্ৰী চামান্থা৷

 

বিবাহৰ পিছতে তেতিয়াৰ স্বামী নাগাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল চামান্থা৷ চামান্থাই প্ৰকাশ কৰিছিল অভিনয় জীৱনটো শূণ্যৰ পৰা আৰম্ভ হ’লেও কেৱল স্বামী নাগাৰ বাবেই বাবেই তেওঁৰ অভিনয় জীৱনটো লাহে লাহে সফল হৈছিল৷

 

কিন্তু নাগাই ইমানখিনি সমৰ্থন আৰু সহযোগ কৰাৰ পিছতো কিয় নাগাৰে বিচ্ছেদ ঘটিল চামান্থাৰ?

 

এই প্ৰশ্নৰ উত্তৰ দিছে চামান্থাই৷ চামান্থাই প্ৰকাশ কৰা মতে নাগাই প্ৰথমা পত্নীৰ স্মৃতি পাহৰি যাব নোৱাৰাৰ বাবেই তেওঁলোকৰ সম্পৰ্কত জটিলতাৰ সৃষ্টি হৈছিল৷

 

চামান্থাৰ মতে নাগাই তেওঁক চুম্বন কৰাৰ সময়তো প্ৰথমা পত্নীয়ে তেওঁলোকৰ মাজত থাকে! নাগাৰ এই প্ৰথমা পত্নী কোন? চামান্থাই নিজেই ক’লে নাগাৰ প্ৰথমা পত্নী কোন!

 

‘‘চৈতন্যৰ প্ৰথম পত্নী হ’ল গাৰু৷ তেওঁ মোৰ সৈতে চুম্বন কৰিবলৈ আহিলেই আমাৰ মাজত গাৰুটো আহে৷’’ চামান্থাই কয়৷

 

ইয়াৰ পিছতে চামান্থাই কয় যে ‘‘এই বিষয়ে মই বহুত কথা ক’লো৷ মই নাভাবো যে আমি ইয়াতকৈ বেছি কোৱা উচিত৷’’

 

উল্লেখ্য যে প্ৰায় তিনিটা বছৰৰ একেলগে থকাৰ অন্তত যোৱা বছৰৰ অক্টোবৰত চামান্থাই নাগা চৈতন্যৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalNaga ChaitanyaSamantha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতীয় সেনা মেজৰ জেনেৰেলৰ ডাঙৰ তথ্য- পাকিস্তান সেনাৰ লক্ষ্য আছিল স্বৰ্ণ মন্দিৰ
বিনোদন

ভাৰতীয় সেনা মেজৰ জেনেৰেলৰ ডাঙৰ তথ্য- পাকিস্তান সেনাৰ লক্ষ্য আছিল স্বৰ্ণ মন্দিৰ

May 19, 2025
হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী
বিবিধ

হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী

May 18, 2025
কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল
ক্ৰীড়া

কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

May 18, 2025
ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে
জীৱনশৈলী

ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

May 18, 2025
Next Post
আজি আলিংগন দিৱস; প্ৰেমৰ প্ৰতীক কিয় ৰঙা?

আজি আলিংগন দিৱস; প্ৰেমৰ প্ৰতীক কিয় ৰঙা?

হিজাব বিতৰ্ক : ‘শ্বৰিয়া নহয় সংবিধানৰ মতে হে দেশ চলিব,’ কোনে ক’লে এই কথা?

হিজাব বিতৰ্ক : ‘শ্বৰিয়া নহয় সংবিধানৰ মতে হে দেশ চলিব,’ কোনে ক’লে এই কথা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.