• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অক্টোবৰত মহালক্ষ্মীৰ আশীৰ্বাদত সুখ সমৃদ্ধি উপচি পৰিব ৫ৰাশিৰ জীৱনত, কি কৈছে টেৰো গণনাই?

অক্টোবৰত মহালক্ষ্মীৰ আশীৰ্বাদত সুখ সমৃদ্ধি উপচি পৰিব ৫ৰাশিৰ জীৱনত, কি কৈছে টেৰো গণনাই?

2 years ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

58 minutes ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

2 hours ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

2 hours ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

3 hours ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

10 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

11 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

12 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

13 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

13 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

14 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

14 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অক্টোবৰত মহালক্ষ্মীৰ আশীৰ্বাদত সুখ সমৃদ্ধি উপচি পৰিব ৫ৰাশিৰ জীৱনত, কি কৈছে টেৰো গণনাই?

অক্টোবৰত মহালক্ষ্মীৰ আশীৰ্বাদত সুখ সমৃদ্ধি উপচি পৰিব ৫ৰাশিৰ জীৱনত, কি কৈছে টেৰো গণনাই?

editor by editor
September 26, 2024
in জীৱনশৈলী, বিবিধ
0
অক্টোবৰত মহালক্ষ্মীৰ আশীৰ্বাদত সুখ সমৃদ্ধি উপচি পৰিব ৫ৰাশিৰ জীৱনত, কি কৈছে টেৰো গণনাই?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ গণনাৰ এক উল্লেখযোগ্য অংগ হৈছে টেৰো কাৰ্ড গণনা৷ টেৰো কাৰ্ড বিচাৰ কৰি কোন ৰাশিৰ জাতকৰ ভাগ্য কি সেয়া জানিব পাৰিব৷ কেইটামান দিন পাছতেই আৰম্ভ হ’ব অক্টোবৰ মাহ৷ জ্যোতিষ অনুসৰি অক্টোবৰ মাহৰ অধিপতি গ্ৰহ সূৰ্য৷ টেৰো কাৰ্ড গণনা কৰি দেখা গৈছে যে উৎসৱৰ মাহ অক্টোবৰ কেইটামান ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ৷ এই সকলো ৰাশিৰ জাতকৰ আগন্তুক মাহত জীৱনৰ কাহানিও নোপোৱা সুখ সমৃদ্ধি আহিব৷ অক্টোবৰ মাহত এই সকলো ৰাশিৰ জাতকৰ ওপৰত দেৱী মহালক্ষ্মীৰ কৃপা বৰ্ষিত হ’ব৷ জানি থওক অক্টোবৰত লক্ষ্মীৰ আশীৰ্বাদ সুখ সৌভাগ্য লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

বৃষ ৰাশি

অক্টোবৰত কৰ্মক্ষেত্ৰত উন্নতিৰ একাধিক সুযোগ পাব বৃষ ৰাশিৰ জাতকে৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰো এই সময়ত ধন লাভৰ যোগ আছে৷ এইমাহত লক্ষ্মীৰ কৃপাত আগন্তুক মাহত উপাৰ্জন বৃদ্ধি পাব বৃষ ৰাশিৰ জাতকৰ৷ নিজৰ সকলো কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব৷ অক্টোবৰত ব্যৱসায়ীয়ে বৃহৎ লাভ কৰিব৷ সংসাৰত সমৃদ্ধি আহিব৷

মিথুন ৰাশি

অক্টোবৰ মাহ শুভ হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে৷ পেছাগত জীৱনত বৃহৎ সাফল্য পাব আপুনি৷ এই সময়ত উন্নতিৰ পথত বহু পৰিমানে আগুৱাই যাব মিথুন ৰাশিৰ জাতক৷ ইয়াৰোপৰি সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ অক্টোবৰত প্ৰেম জীৱন ভাল হ’ব৷ সকলো কামত পৰিয়ালক কাষত পাব৷

কৰ্কট ৰাশি

অক্টোবৰ মাহত ব্যৱসায়ত কোনো বৃহৎ চুক্তি সাক্ষৰ কৰিব পাৰে কৰ্কট ৰাশিৰ জাতকে৷ ইয়াৰ ফলত আপোনাৰ মোটা টকা হাতলৈ আহিব পাৰে৷ অন্যহাতে আগন্তুক মাহত সাংসৰিক জীৱনত বেছ সুখ আহিব৷ মানসিকভাৱে এই সময়ত আপুনি পৰিয়ালক কাষত পাব৷ টেৰো গণনাই কৈছে, অক্টোবৰৰ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে৷

সিংহ ৰাশি

পূজাৰ মাহৰ অক্টোবৰত সৌভাগ্য তুংগত থাকিব সিংহ ৰাশিৰ জাতকৰ৷ নিজৰ সকলো অসম্পূৰ্ণ কাম এই সময়ত সম্পন্ন হ’ব৷ ব্যৱসায়ত যি প্ৰকল্পৰ কাম ইমান দিনে ৰৈ আছে সেয়া সম্পূৰ্ণ কৰিব পাৰিব৷ ইয়াৰ ফলত আত্মবিশ্বাস তুংগত থাকিব সিংহ ৰাশিৰ জাতকৰ৷ কেৰিয়াৰত উন্নতি কৰিব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে ভুল বুজাবুজি দূৰ হ’ব৷

কন্যা ৰাশি

টেৰো গণনা অনুসৰি অক্টোবৰ মাহ শুভ হ’ব কন্যা ৰাশিৰ জাতকৰ৷ আগন্তুক মাহত লক্ষ্মীৰ আশীৰ্বাদত সুখ আৰু সৌভাগ্য লাভ হ’ব আপোনাৰ৷ আৰ্থিক পৰিস্থিতি এই সময়ত বহু সময়ত পৰিমানে শুভ হ’ব৷ অক্টোবৰত আপুনি পৰিশ্ৰম কৰিলে তাৰ সুফল লাভ কৰিব৷ সংগীৰ সৈতে ভাল সময় কটাব সিংহ ৰাশিৰ জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!
জীৱনশৈলী

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

April 11, 2026
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!
জীৱনশৈলী

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

April 11, 2026
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?
জীৱনশৈলী

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

April 11, 2026
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

April 11, 2026
Next Post
হিন্দু মহিলাৰ মৃত্যুত ৰছিদৰ ঘৰত জ্বলা নাই চৌকাঃ কি হৈছে ৰছিদৰ ঘৰত?

হিন্দু মহিলাৰ মৃত্যুত ৰছিদৰ ঘৰত জ্বলা নাই চৌকাঃ কি হৈছে ৰছিদৰ ঘৰত?

মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাই দিয়ক এইকেইপদ সামগ্ৰী

মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাই দিয়ক এইকেইপদ সামগ্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.