• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চীনক চৰম ধাক্কা TATAৰ, TATA ই নকৰিলে চীনৰ সৈতে এই বৃহৎ চুক্তিৰ সাক্ষৰ

চীনক চৰম ধাক্কা TATAৰ, TATA ই নকৰিলে চীনৰ সৈতে এই বৃহৎ চুক্তিৰ সাক্ষৰ

2 years ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

1 minute ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

32 minutes ago
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

5 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

6 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

6 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

8 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

8 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

9 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

10 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

10 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

11 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চীনক চৰম ধাক্কা TATAৰ, TATA ই নকৰিলে চীনৰ সৈতে এই বৃহৎ চুক্তিৰ সাক্ষৰ

চীনক চৰম ধাক্কা TATAৰ, TATA ই নকৰিলে চীনৰ সৈতে এই বৃহৎ চুক্তিৰ সাক্ষৰ

editor by editor
November 19, 2024
in জীৱনশৈলী, প্ৰযুক্তি
0
চীনক চৰম ধাক্কা TATAৰ, TATA ই নকৰিলে চীনৰ সৈতে এই বৃহৎ চুক্তিৰ সাক্ষৰ
0
SHARES
102
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চীনক আকৌ বিপাকত পেলাইছে টাটা গ্ৰুপে৷ টাটাই আন এক বৃহৎ চুক্তি কৰিলে টাইৱানৰ সৈতে৷ টাইৱানৰ সংস্থা  পেগাট্ৰানৰ একমাত্ৰ আইফোন প্লেণ্টৰ বেছিভাগ অংশ ক্ৰয় কৰিছে টাটা ইলেকট্ৰনিক্স৷ সংবাদসংস্থা ৰয়টাৰ্ছৰ সূত্ৰৰ পৰা এই খবৰ প্ৰকাশ পাইছে৷ এই যৌথ উদ্যোগত এপলৰ পণ্য সৰবৰাহকাৰী হিচাপে টাটাৰ অৱস্থান শক্তিশালী হ’ব বুলি ধাৰণা কৰা হৈছে৷

বিগত সপ্তাহত দুই দেশৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈছে৷ টাটাৰ হাতত থাকিব ইয়াৰে ৬০শতাংশ শ্বেয়াৰ৷ অন্যহাতে পেগাট্ৰনৰ হাতত থাকিব বাকী শ্বেয়াৰ৷ এই চুক্তিৰ আৰ্থিক লেনদেনৰ কথা অৱশ্যে এতিয়াও প্ৰকাশ কৰা নাই৷ টাটাৰ তৰফৰ পৰা অৱশ্যে এতিয়াও কোনো মন্তব্য কৰা হোৱা নাই৷

পেগাট্ৰনে বহুদিন পূৰ্বেই ভাৰতত তেওঁলোকৰ একমাত্ৰ আইফোন প্লেন্ট টাটাৰ ওচৰত বিক্ৰি কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছিল৷ বেইজিং আৰু ৱাছিংটনৰ মাজত ভূ ৰাজনৈতিক উত্তেজনাৰ মাজতেই এপলে চীনৰ বাহিৰত তেওঁলোকৰ ছাপ্লাই দিয়াৰ কথা বিবেচনা কৰি আছে৷ ইফালে টাটাই ক্ৰমশ আইফোন উৎপাদনৰ ক্ষেত্ৰত আগুৱাই গৈ আছে৷ দুই সংস্থাই আগন্তুক দিনত ভাৰতৰ চিচিআইৰ পৰা অনুমোদন লৈ আবেদন কৰাৰ পৰিকল্পনা কৰিছে৷ টাটাই ইতিমধ্যেই কৰ্ণাটকৰ এটা আইফোন প্লেণ্ট চলাইছে৷ তামিলনাডুৰ হুছুৰত আৰু এটা প্লাণ্ট নিৰ্মাণ কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

October 10, 2026
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন
জীৱনশৈলী

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

October 10, 2026
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত
জীৱনশৈলী

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

October 9, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

October 9, 2026
Next Post
গৌৰী যোগৰ সৈতে দিনজুৰি শুক্লা যোগ, সৌভাগ্য চমকি উঠিব ৫ৰাশিৰ

গৌৰী যোগৰ সৈতে দিনজুৰি শুক্লা যোগ, সৌভাগ্য চমকি উঠিব ৫ৰাশিৰ

সংগী বিচাৰিয়েই ২০০০ কিঃমিঃ যাত্ৰা! ৪ ৰাজ্যৰ সীমনা অতিক্ৰমী ওড়িশাত উপস্থিত মহাৰাষ্ট্ৰৰ এটা বাঘ

সংগী বিচাৰিয়েই ২০০০ কিঃমিঃ যাত্ৰা! ৪ ৰাজ্যৰ সীমনা অতিক্ৰমী ওড়িশাত উপস্থিত মহাৰাষ্ট্ৰৰ এটা বাঘ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.