• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৰিয়াৰত উন্নতি, সাংসৰিক জীৱনত সুখ, বৃষ ৰাশিৰ জাতকৰ কেনে হ’ব ২০২৫ চন?

কেৰিয়াৰত উন্নতি, সাংসৰিক জীৱনত সুখ, বৃষ ৰাশিৰ জাতকৰ কেনে হ’ব ২০২৫ চন?

2 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

2 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

2 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

3 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

3 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

4 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

4 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

5 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

6 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

6 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

7 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

8 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেৰিয়াৰত উন্নতি, সাংসৰিক জীৱনত সুখ, বৃষ ৰাশিৰ জাতকৰ কেনে হ’ব ২০২৫ চন?

কেৰিয়াৰত উন্নতি, সাংসৰিক জীৱনত সুখ, বৃষ ৰাশিৰ জাতকৰ কেনে হ’ব ২০২৫ চন?

editor by editor
December 18, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কেৰিয়াৰত উন্নতি, সাংসৰিক জীৱনত সুখ, বৃষ ৰাশিৰ জাতকৰ কেনে হ’ব ২০২৫ চন?
0
SHARES
499
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু কেইটামান দিনৰ পাছতেই আৰম্ভ হ’ব ২০২৫ চন৷ নতুন বছৰত ৰাশিচক্ৰৰ দ্বিতীয় ৰাশি বৃষৰ জাতকৰ দিন কেনে যাব? জ্যোতিষ গণনা অনুসৰি ২০২৫ বৃষ ৰাশিৰ জাতকৰ জীৱনত ধীৰে ধীৰে উন্নতি আহিব৷ চেলেঞ্জ আহিলেও সেই চেলেঞ্জৰ মোকাবিলা কৰিব পাৰিব৷

প্ৰেম জীৱন

আগন্তুক বছৰ প্ৰেম জীৱনত কিছু পজিটিভ পৰিবৰ্তন দেখা পাব বৃষ ৰাশিৰ জাতকে৷ সন্মুখৰ বছৰ মে মাহ পৰ্যন্ত বৃষ ৰাশিৰ প্ৰথম ঘৰত অৱস্থান কৰিব বৃহস্পতিয়ে৷ দেৱগুৰুৰ শুভ প্ৰভাৱত ব্যক্তিগত জীৱনত মাধুৰ্য বাঢ়িব বৃষ ৰাশিৰ জাতকৰ৷ যিসকল চিংগল তেওঁলোকে আগন্তুক বৰ্ষত নিজৰ মনৰ মানুহ বিচাৰি পাব৷ যিসকল সম্পৰ্কত আৱদ্ধ তেওঁলোকৰ বাবেও ২০২৫ ত সম্পৰ্কক আগুৱাই নিয়াৰ সুযোগ আহিব৷

অৰ্থ আৰু কেৰিয়াৰ

আৰ্থিক আৰু পেছাগত জীৱনত ২০২৫ চনত উন্নতি হ’ব বৃষ ৰাশিৰ জাতকৰ৷ মাৰ্চ ২০২৫ পৰ্যন্ত বৃষ ৰাশিৰ একাদশ ঘৰত অৱস্থান কৰিব শনিয়ে৷ কৰ্মফলৰ দেৱতাৰ প্ৰভাৱত আগন্তুক বছৰ কেৰিয়াৰত বৃহৎ সাফল্য আৰু সন্মান অৰ্জন কৰিব৷ মাৰ্চৰ পাছতেই আৰ্থিক সৌভাগ্য লাভৰ যোগ আছে৷ প্ৰথম ঘৰৰ পৰা দ্বিতীয় ঘৰত বৃহস্পতিৰ প্ৰৱেশৰ ফলত আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ সঞ্চয় আৰু বিনিয়োগৰ বাবে আগন্তুক বছৰ আপোনাৰ বাবে শুভ৷

স্বাস্থ্য

সন্মুখৰ বছৰত স্বাস্থ্য ভালে থাকিব বৃষ ৰাশিৰ জাতকৰ৷ মাৰ্চৰ পাছতেই শনিৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত কিছু চাপ বাঢ়িব আপোনাৰ৷ এই কাৰণতেই ষ্ট্ৰেচৰ মাজত থাকিব পাৰে৷ নিয়মিত ব্যায়াম আৰু স্বাস্থ্যকৰ খোৱাবোৱা কৰক৷ কেৱল শৰীৰ নহয়, মানসিক স্বাস্থ্যও ভালে ৰখাৰ দিশত নজৰ দিয়ক বৃষ ৰাশিৰ জাতকে৷ তাৰ বাবে নিয়মিত মেডিটেছন কৰক৷ নিজৰ কোনো হবি গঢ়ি তোলাৰ চেষ্টা কৰক, তেতিয়া মন ভালে থাকিব৷

২০২৫ৰ ভাল মাহ

আগন্তুক বছৰ বৃষ ৰাশিৰ জাতকে যিসমূহ মাহ ভালে কটাব তাৰ ভিতৰত আছে, এপ্ৰিল, মে আৰু আগষ্ট৷ এই তিনি মাহত আপোনাৰ মাজত পজিটিভ এনাৰ্জি বাঢ়িব৷ পেছাগত জীৱনতো সাফল্য পাব৷ নিজৰ লক্ষ্যৰ দিশত আগুৱাই যোৱাৰ বাবে এই তিনি মাহৰ সদ্ব্যৱহাৰ কৰক৷

২০২৫ৰ বেয়া মাহ

জানুৱাৰী, জুন আৰু নৱেম্বৰ মাহ আগন্তুক বছৰ সকলোতকৈ বেছি বেয়া হ’ব বৃষ ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ যেনেকৈ খৰচ বাঢ়িব, নানান টেনছন থাকিব৷ কামৰ চাপ এই সময়ত থাকিব বৃষ ৰাশিৰ জাতকৰ৷ এই সময়ত যিমান সম্ভৱ মূৰ ঠাণ্ডাকৈ ৰাখিবলৈ চেষ্টা কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স
বিশ্ব

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

October 5, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
Next Post
এনেকৈ আৰু টকা উঠাব নোৱাৰিব গ্ৰাহকে! সলনি হ’ল ATMৰ পৰা টকা তোলাৰ নিয়ম, জানি থওক RBIৰ নিৰ্দেশনা

এনেকৈ আৰু টকা উঠাব নোৱাৰিব গ্ৰাহকে! সলনি হ’ল ATMৰ পৰা টকা তোলাৰ নিয়ম, জানি থওক RBIৰ নিৰ্দেশনা

৬০ৰ ঊৰ্ধৰ ব্যক্তিৰ চিকিৎসাৰ বাবে নালাগে ধন! কোন ৰাজ্যত এই ঘোষণা?

৬০ৰ ঊৰ্ধৰ ব্যক্তিৰ চিকিৎসাৰ বাবে নালাগে ধন! কোন ৰাজ্যত এই ঘোষণা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.