• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬০ৰ ঊৰ্ধৰ ব্যক্তিৰ চিকিৎসাৰ বাবে নালাগে ধন! কোন ৰাজ্যত এই ঘোষণা?

৬০ৰ ঊৰ্ধৰ ব্যক্তিৰ চিকিৎসাৰ বাবে নালাগে ধন! কোন ৰাজ্যত এই ঘোষণা?

2 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

3 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

4 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

4 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

5 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

6 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

6 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

7 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

8 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

8 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

9 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

9 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৬০ৰ ঊৰ্ধৰ ব্যক্তিৰ চিকিৎসাৰ বাবে নালাগে ধন! কোন ৰাজ্যত এই ঘোষণা?

৬০ৰ ঊৰ্ধৰ ব্যক্তিৰ চিকিৎসাৰ বাবে নালাগে ধন! কোন ৰাজ্যত এই ঘোষণা?

editor by editor
December 18, 2024
in বিবিধ, স্বাস্থ্য
0
৬০ৰ ঊৰ্ধৰ ব্যক্তিৰ চিকিৎসাৰ বাবে নালাগে ধন! কোন ৰাজ্যত এই ঘোষণা?
0
SHARES
141
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীত ষাঠিৰোৰ্ধৰ ব্যক্তিৰ বাবে নতুন প্ৰকল্প ঘোষণা কৰিলে আম আদমি পাৰ্টিৰ প্ৰধান অৰবিন্দ কেজৰীৱালে৷ নতুন প্ৰকল্পৰ নাম দিয়া হৈছে সঞ্জীবনী যোজনা৷ এই প্ৰকল্প অনুসৰি দিল্লীৰ সমস্ত ৬০ বা ৬০ৰ উৰ্ধৰ ব্যক্তিয়ে হাস্পাতালত পাব বিনামূলীয়া স্বাস্থ্য পৰিসেৱা৷ দুইৰ পৰা তিনি দিনৰ ভিতৰত এই প্ৰকল্পৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব বুলিও জনাইছে কেজৰিৱালে৷

আপ নেতা আৰু কৰ্মীয়ে ঘৰে ঘৰে গৈ ৰেজিষ্ট্ৰেচন কৰাব৷ তাৰ পূৰ্বে আগন্তুক বিধানসভা নিৰ্বাচনত দিল্লীত আপ ক্ষমতালৈ আহিলেই এই প্ৰকল্প আৰম্ভ হ’ব৷ বুধবাৰে দিল্লীত আপৰ সদৰ দপ্তৰৰ এক অনুষ্ঠানত যোগ দিছিল কেজৰীয়ে৷ তাতেই বয়স্ক নাগৰিকসকলৰ বাবে সঞ্জীৱনী যোজনা ঘোষণা কৰিছে৷

কেন্দ্ৰৰ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জৱ আৰোগ্য যোজনা দিল্লীত আৰম্ভ কৰা হোৱা নাই৷ কিছু দিন পূৰ্বে দিল্লী হাই কৰ্টে এই বিষয়ত ক্ষমতাহীন আপ চৰকাৰৰ সমালোচনা কৰিছিল৷ কেন্দ্ৰৰ সেই প্ৰকল্প অনুসৰি বিভিন্ন হাস্পতালৰ পৰা ৫লাখ টকা পৰ্যন্ত চিকিৎসাৰ খৰচ লাভ কৰে নাগৰিকে৷ সেই প্ৰকল্পক অবাস্তৱ বুলি বাতিল কৰিছে আপ চৰকাৰে৷

দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজে দাবী কৰিছে যে কেন্দ্ৰীয় প্ৰকল্পৰ তুলনাত আপ চৰকাৰৰ নতুন প্ৰকল্পৰ সুবিধা বহু বেছি৷ কাৰণ চিকিৎসাৰ বাবে পাঁচ লাখ টকাতকৈ বেছি অৰ্থৰ প্ৰয়োজন হ’লে কেন্দ্ৰৰ প্ৰকল্পৰ পৰা পোৱা নাযায়৷ আপ চৰকাৰৰ প্ৰকল্পত চিকিৎসাৰ বাবে প্ৰয়োজনীয় অৰ্থৰ কোনো ঊৰ্ধসীমা ৰখা হোৱা নাই৷ ফলত টকাৰ বাবে কাৰো চিকিৎসা ৰৈ নাযায়৷ দিল্লীৰ মন্ত্ৰীয়ে লগতে কয়, বিজেপিশাসিক ৰাজ্যসমূহৰ অন্তত ৫০শতাংশ ৰোগীয়ে দিল্লীৰ চৰকাৰী হাস্পতালত চিকিৎসাৰ বাবে আহে৷ ফলত কেন্দ্ৰীয় প্ৰকল্প এই ক্ষেত্ৰত কামত নালাগে বুলিও দাবী তেঁওৰ৷

আগন্তুক বছৰৰ আৰম্ভণিতেই দিল্লীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ তাত কোনো জোটত নাথাকে আপ৷ দিল্লীত তেওঁলোকে অকলেই যুঁজ দিব৷ কিছু দিন পূৰ্বে কেজৰিৱালে জনাইছিল যে পাঁচ বছৰ পূৰ্বে ভোট দিয়াৰ তিনিটা প্ৰতিশ্ৰুতি তেওঁ এতিয়াও পূৰণ কৰা নাই৷ যমুনা দূষণ, জল সমস্যা আৰু ৰাস্তাৰ পৰিকাঠামোগত উন্নয়নক চিহ্নিত কৰিব তেওঁ৷ এই প্ৰতিশ্ৰুতি দিছে কেজৰিৱালেই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
Next Post
আকৌ আইনী জটিলতাত সোমাইছে আল্লু অৰ্জুন! বাতিল হ’ব পাৰে অন্তৰ্বৰ্তী জামিন!

আকৌ আইনী জটিলতাত সোমাইছে আল্লু অৰ্জুন! বাতিল হ’ব পাৰে অন্তৰ্বৰ্তী জামিন!

কাইলৈ লক্ষ্মীবাৰে বৈধৃতি যোগ, আৰ্থিক উন্নতি হ’ব এই ৫ৰাশিৰ জাতকৰ

কাইলৈ লক্ষ্মীবাৰে বৈধৃতি যোগ, আৰ্থিক উন্নতি হ’ব এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.