• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ আইনী জটিলতাত সোমাইছে আল্লু অৰ্জুন! বাতিল হ’ব পাৰে অন্তৰ্বৰ্তী জামিন!

আকৌ আইনী জটিলতাত সোমাইছে আল্লু অৰ্জুন! বাতিল হ’ব পাৰে অন্তৰ্বৰ্তী জামিন!

2 years ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

22 minutes ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

1 hour ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

2 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

4 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

5 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

5 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

6 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

6 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

19 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

19 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

আকৌ আইনী জটিলতাত সোমাইছে আল্লু অৰ্জুন! বাতিল হ’ব পাৰে অন্তৰ্বৰ্তী জামিন!

আকৌ আইনী জটিলতাত সোমাইছে আল্লু অৰ্জুন! বাতিল হ’ব পাৰে অন্তৰ্বৰ্তী জামিন!

editor by editor
December 18, 2024
in চিনেমা, বিনোদন, বিবিধ, ভাৰত
0
আকৌ আইনী জটিলতাত সোমাইছে আল্লু অৰ্জুন! বাতিল হ’ব পাৰে অন্তৰ্বৰ্তী জামিন!
0
SHARES
166
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আইনী জটিলতা শেষ হোৱা নাই দক্ষিণী ছুপাৰষ্টাৰ আল্লু অৰ্জূনৰ৷ সূত্ৰৰ খবৰ অনুসৰি তেওঁৰ অন্তৰ্বৰ্তী জামিন আবেদন খাৰিজ কৰাৰ আৰ্জি জনাই ছুপ্ৰিম কৰ্টত গোচৰ তৰিছে তেলেংগানা আৰক্ষীয়ে৷

হায়দৰাবাদত সন্ধিয়া থিয়েটাৰ পুষ্পা২ ৰ প্ৰিমিয়াৰ শ্ব’ত আল্লু অৰ্জূনে হঠাৎ উপস্থিত হোৱাত দৰ্শকৰ ভিৰ বাঢ়ি যায়৷ তেওঁক দেখি পদপিষ্ট হোৱাৰ দৰে পৰিস্থিতিও তৈয়াৰ হয়৷ সন্ধিয়া থিয়েটাৰৰ মেইন গেট ভাঙি পৰে৷ তাৰফলতেই মৃত্যু হয় ৰেবতী নামৰ ৩৫ বছৰীয়া এগৰাকী মহিলাৰ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তেওঁৰ ৮বছৰীয়া সন্তান শ্ৰী তেজো৷ সেই ঘটনাৰ পাছতেই বিগত ১৩ ডিচেম্বৰত অভিনেতা আল্লুক হায়দৰাবাদৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়৷

নিম্ন আদালতে ছুপাৰষ্টাৰক ১৪ দিন জে’ল হেফাজতত ৰখাৰ নিৰ্দেশ দিয়ে৷ নিম্ন আদালতৰ নিৰ্দেশক চেলেঞ্জ কৰি তেলেঞ্জানা হাইকৰ্টৰ আইনজীৱীৰ মাধ্যমেৰে জামিনৰ আৰ্জি জনাই আল্লুৱে৷ হাইকৰ্টে সেই দিনাই তেওঁক ৪সপ্তাহৰ অন্তৰ্বৰ্তী জামিন দিয়ে৷ কিন্তু আইনী প্ৰক্ৰিয়া শেষ নোহোৱাৰ বাবেই অভিনেতাই এক নিশা জে’লত কটাব লগা হয়৷

জেল মুক্তিৰ পাছত আল্লু অৰ্জুনে জনাই যে প্ৰিমিয়াৰ শ্ব’ চাবলৈ গৈ মহিলাৰ মৃত্যু অত্যন্ত দুৰ্ভাগ্যজনক৷ মহিলাৰ পৰিয়ালৰ কাষত থকা তেওঁৰ পৰিয়ালক আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে তেওঁ৷ হাইকৰ্টৰ নিৰ্দেশক চেলেঞ্জ কৰি আল্লুৰ অন্তৰ্বৰ্তী জামিন খাৰিজৰ আবেদন জনাই এইবাৰ শীৰ্ষ আদালতত গোচৰ কৰিছে তেলেঙ্গানা আৰক্ষীয়ে৷ ছুপ্ৰিম কৰ্টৰ অন্তৰ্বৰ্তী জামিন খাৰিজ হ’লে আকৌ জে’ল হ’ব পাৰে আল্লু অৰ্জুনৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?
ভাৰত

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

September 14, 2026
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত
অসম

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

September 14, 2026
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’
অপৰাধ

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

September 14, 2026
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক
অসম

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

September 14, 2026
Next Post
কাইলৈ লক্ষ্মীবাৰে বৈধৃতি যোগ, আৰ্থিক উন্নতি হ’ব এই ৫ৰাশিৰ জাতকৰ

কাইলৈ লক্ষ্মীবাৰে বৈধৃতি যোগ, আৰ্থিক উন্নতি হ’ব এই ৫ৰাশিৰ জাতকৰ

৫হাজাৰ টকা দিলেই পাব ৮লাখ টকা, প’ষ্ট অফিচৰ এই স্কিম জানেনে?

৫হাজাৰ টকা দিলেই পাব ৮লাখ টকা, প’ষ্ট অফিচৰ এই স্কিম জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.