• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ লক্ষ্মীবাৰে বৈধৃতি যোগ, আৰ্থিক উন্নতি হ’ব এই ৫ৰাশিৰ জাতকৰ

কাইলৈ লক্ষ্মীবাৰে বৈধৃতি যোগ, আৰ্থিক উন্নতি হ’ব এই ৫ৰাশিৰ জাতকৰ

2 years ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

22 minutes ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

1 hour ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

2 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

4 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

5 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

5 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

6 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

6 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

19 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

19 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ লক্ষ্মীবাৰে বৈধৃতি যোগ, আৰ্থিক উন্নতি হ’ব এই ৫ৰাশিৰ জাতকৰ

কাইলৈ লক্ষ্মীবাৰে বৈধৃতি যোগ, আৰ্থিক উন্নতি হ’ব এই ৫ৰাশিৰ জাতকৰ

editor by editor
December 18, 2024
in জীৱনশৈলী
0
কাইলৈ লক্ষ্মীবাৰে বৈধৃতি যোগ, আৰ্থিক উন্নতি হ’ব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
762
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১৯ ডিচেম্বৰ ২০২৪ বৃহস্পতিবাৰে চন্দ্ৰই কৰ্কট ৰাশি এৰি সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ পুহ মাহৰ কৃষ্ণা চতুৰ্থী তিথি৷ বৃহস্পতিবাৰে পুৱা ১০ বাজি ২ মিনিট পৰ্যন্ত চতুৰ্থী তিথি থাকিব৷ তাৰপাছতেই পুহ মাহৰ কৃষ্ণা পঞ্চমী তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ বৈধৃতি যোগ বা বিষকুম্ভ যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে অশ্লেষা নক্ষত্ৰ আৰু তাৰপাছত মঘা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে নাৰায়ণৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব? জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

কৰ্কট ৰাশি

কাইলৈ কোনো বিশেষ জ্ঞানী মানুহৰ সৈতে দেখা হ’ব পাৰে কৰ্কট ৰাশিৰ জাতকৰ৷ সেই ব্যক্তিৰ পৰা বহু কথা শিকিবও পাৰিব আপুনি৷ নিজৰ কামৰ বাবে কাৰ্যালয়ৰ ছিনিয়ৰৰ প্ৰশংসা পাব পাৰে৷ কোনোৱে আপোনাৰ মনোবল ভাঙিবলৈ চেষ্টা কৰিব পাৰে তাত কান নিদিব৷ কাইলৈ আৰ্থিকভাৱে লাভবান হ’ব কৰ্কট ৰাশিৰ জাতক৷ অলপ চেষ্টাতেই বৃহৎ সাফল্য পাব৷

কন্যা ৰাশি

১৯ ডিচেম্বৰত শুভ যোগৰ প্ৰভাৱত কাইলৈ হঠাৎ কিছু অৰ্থলাভ কৰিব পাৰে কন্যা ৰাশিৰ জাতকে৷ ব্যৱসায়িক যাত্ৰা কৰিব পাৰে আপুনি৷ ব্যৱসায়ত সন্তোষজনক উন্নতি কৰিব কন্যা ৰাশিৰ জাতকে৷ চাকৰিত নতুন কোনো কামৰ দায়িত্ব কাইলৈ আপুনি পাব পাৰে৷ প্ৰয়োজনত পৰিয়ালক নিজৰ কাষত পাব৷ এনাৰ্জিৰে কাইলৈ সকলো কাম সম্পন্ন কৰিব পাৰিব৷

তুলা ৰাশি

কাইলৈ বৈধৃতি যোগৰ শুভ প্ৰভাৱত উন্নতিৰ বেছ কিছু সুযোগ পাব তুলা ৰাশিৰ জাতকে৷ নতুন মাটি বা ঘৰ ক্ৰয়ৰ পথত আৰু কোনো বাধা নাথাকিব৷ বন্ধুৰ সৈতে কাইলৈ কৰোবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ কোনোৱে গোপনে আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিলে তাত সফল হ’ব৷ ব্যৱসায়ত কাইলৈ বিশেষ উন্নতি কৰিব পাৰে৷ আপোনাৰ পৰিয়ালত কাইলৈ সুখৰ পৰিবেশ বৰ্তি থাকিব৷

ধনু ৰাশি

কাইলৈ কোনো শুভ অনুষ্ঠানত যোগ দিব পাৰিব ধনু ৰাশিৰ জাতকে৷ নাৰায়ণৰ আশীৰ্বাদত ছাত্ৰছাত্ৰীসকলে কাইলৈ পঢ়াশুনাত বৃহৎ সাফল্য পাব৷ কাইলৈ আপুনি নিজৰ পছন্দমতে খাদ্য খোৱাৰ সুযোগ পাব৷ পৰিয়াল আৰু বন্ধুৰ সৈতে আনন্দ কৰি কাইলৈ দিনটো কটাব ধনু ৰাশিৰ জাতকে৷ বিনিয়োগৰ পৰা বৃহৎ লাভ হ’ব পাৰে৷ কোনো তীৰ্থক্ষেত্ৰত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে৷

মীন ৰাশি

কাইলৈ ১৯ ডিচেম্বৰ শুভ যোগৰ প্ৰভাৱত কোনো সুখবৰ পাব পাৰে মীন ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ ঘৰত অতিথিৰ সমাগম হ’ব পাৰে৷ কাইলৈ আত্মবিশ্বাসেৰে তুংগত থাকিব মীন ৰাশিৰ জাতক৷ কাইলৈ ব্যৱসায়ৰ পৰা আৰ্থিক লাভ হ’ব আপোনাৰ৷ বিনিয়োগৰ পৰাও লাভ হোৱাৰ যোগ আছে৷ ভাতৃৰ পৰা কাইলৈ প্ৰয়োজনীয় তথ্য পাব৷ সন্তান সম্পৰ্কিত কোনো সুখবৰ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?
জীৱনশৈলী

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

September 14, 2026
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

September 14, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

September 13, 2026
Next Post
৫হাজাৰ টকা দিলেই পাব ৮লাখ টকা, প’ষ্ট অফিচৰ এই স্কিম জানেনে?

৫হাজাৰ টকা দিলেই পাব ৮লাখ টকা, প’ষ্ট অফিচৰ এই স্কিম জানেনে?

ৰাছিয়াই সঁচা কৰিলে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ২০২৫ত দিয়া হ’ব বিনামূলীয়াকৈ কৰ্কটৰ টিকা

ৰাছিয়াই সঁচা কৰিলে বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ২০২৫ত দিয়া হ’ব বিনামূলীয়াকৈ কৰ্কটৰ টিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.