• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বহুদিন ধৰি কাঁহ হৈ আছে, মাজে মাজে জ্বৰো আছে? যক্ষ্মাৰ লক্ষণ নহয়তো? কি কি পৰীক্ষা কৰাটো জৰুৰী?

বহুদিন ধৰি কাঁহ হৈ আছে, মাজে মাজে জ্বৰো আছে? যক্ষ্মাৰ লক্ষণ নহয়তো? কি কি পৰীক্ষা কৰাটো জৰুৰী?

8 months ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

7 minutes ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

30 minutes ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

1 hour ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

2 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

2 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

3 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

3 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

16 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

17 hours ago
সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

18 hours ago
যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

18 hours ago
LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বহুদিন ধৰি কাঁহ হৈ আছে, মাজে মাজে জ্বৰো আছে? যক্ষ্মাৰ লক্ষণ নহয়তো? কি কি পৰীক্ষা কৰাটো জৰুৰী?

বহুদিন ধৰি কাঁহ হৈ আছে, মাজে মাজে জ্বৰো আছে? যক্ষ্মাৰ লক্ষণ নহয়তো? কি কি পৰীক্ষা কৰাটো জৰুৰী?

editor by editor
August 18, 2025
in জীৱনশৈলী, স্বাস্থ্য
0
বহুদিন ধৰি কাঁহ হৈ আছে, মাজে মাজে জ্বৰো আছে? যক্ষ্মাৰ লক্ষণ নহয়তো? কি কি পৰীক্ষা কৰাটো জৰুৰী?
0
SHARES
279
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যক্ষ্মাৰ নাম শুনিলে এসময়ত আতংকিত হৈছিল৷ যক্ষ্মা হলে ৰোগী মৃত্যুৰ দিশত আগুৱাই যায়, সেই ধাৰণাৰেই কঁপি উঠে বহুজন৷ কিন্তু এতিয়া যক্ষ্মাৰ চিকিৎসাও আছে ঔষধো আছে৷ যক্ষ্মা বা টিউবাৰকিউলোছিচৰ লক্ষণ বহু সময়তেই বুজিব নোৱাৰি৷ শুকান কাঁহ হ’লে ঠাণ্ডা লগাৰ কাৰণেই হোৱা বুলি বহুতে ভাৱে৷ সাধাৰণ কাঁহ আৰু যক্ষ্মাৰ কাঁহৰ মাজত পাৰ্থক্য আছে৷ সেয়ে লক্ষণ চিনি থোৱা জৰুৰী৷

যক্ষ্মাৰ কি কি লক্ষণ চিনিব?

দুসপ্তাহতকৈ বেছি কাঁহ থাকিব৷ কাঁহৰ সৈতে তেজ ওলাব পাৰে৷ চৰ্দি জ্বৰ নেৰিব৷ নিশা শুওঁতেই ঘাম ওলাব, ওজন হঠাৎ কমি যাব পাৰে৷ মূৰ ঘূৰোৱা,  বমি ভাৱো আহিব৷ যক্ষ্মা হলে হাওঁফাওঁ হলে কাঁহ, জ্বৰ, শ্বাসকষ্টৰ লক্ষণে দেখা দিহ৷ মাজে মাজে বুকুৰ বিষো হব পাৰে৷ হাওঁফাওঁৰ বাহিৰে অন্য কোনো অংগত হলে পেটৰ সমস্যা, হাঁড়ৰ বিষ হব৷ শৰীৰৰ গ্ৰন্থিসমূহ ফুলিব উঠিব৷

কি কি পৰীক্ষা কৰা জৰুৰী?

যক্ষ্মা চিনাক্ত কৰিবলৈ হলে স্পুটাম টেষ্ট কৰি লোৱা ভাল৷ ৰোগীৰ কাঁহৰ পৰা বাহিৰ হোৱা কফ আৰু থু পৰীক্ষা কৰিব পাৰে৷ মাইক্ৰোস্কোপৰ তলত থৈ থু বা কফৰ নমুনাৰ মাইকবেক্টেৰিয়াম টিউবাৰকিউলচিছৰ জীৱাণু আছেনে পৰীক্ষা কৰা হয়৷

তেজৰ পৰীক্ষাতো এই ৰোগ ধৰা পৰে৷ ইণ্টাৰফেৰণ গামা ৰিলিজ এছ টেষ্টত তেজৰ নমুনা পৰীক্ষা কৰিলেই ধৰা পৰে যক্ষ্মাৰ সংক্ৰমণ হৈছে নে৷ এই দুটা পদ্ধতিত কৰা হয়
১. কোৱাণ্টিফেৰণ টি বি টেষ্ট
২. টি স্পট টেষ্ট
এই দুই পৰীক্ষাত যক্ষ্মাৰ জীৱাণু ধৰা পৰে৷
টিউবাৰকুলিন স্কিম টেষ্ট ছালৰ এক পৰীক্ষা, যাতে যক্ষ্মা ধৰা পৰে৷ এই পৰীক্ষাত খুব সামান্য পৰিমাণে প্ৰটিন ডেৰিভেটিভ ইঞ্জেকছনৰ মাধ্যমেৰে ছালৰ ছালত প্ৰৱেশ কৰোৱা হয়৷ ইয়াৰ পাছতেই ৪৮-৭২ ঘণ্টাৰ পাছত পৰীক্ষা কৰি চোৱা হয় ইঞ্জেকছনে ফুটা কৰা স্থান ফুলি উঠিছেনে বা তাত প্ৰদাহ আৰম্ভ হৈছেনে নাই৷
নিউক্লিক এছিড এম্পলিফিকেছন টেষ্ট কৰিও যক্ষ্মা চিহ্নিত কৰা সম্ভৱ৷ সেই ক্ষেত্ৰত ৰোগীৰ শৰীৰৰ পৰা লোৱা নমুনা জিনগত বিশ্লেষণ কৰা হয়৷ যাৰ ৰোগ বহু বেছি শৰীৰত বিয়পি পৰিছে তেওঁৰ শৰীৰত এই পৰীক্ষা কাৰ্যকৰী হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক
জীৱনশৈলী

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

April 3, 2026
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ
বাণিজ্য

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

April 3, 2026
Next Post
১৮ আগষ্টৰ পৰা সুসময় আৰম্ভ হৈছে এই ৫ৰাশিৰ, সলনি হব জীৱন, কাৰ কাৰ হাতলৈ আহিব অৰ্থ?

১৮ আগষ্টৰ পৰা সুসময় আৰম্ভ হৈছে এই ৫ৰাশিৰ, সলনি হব জীৱন, কাৰ কাৰ হাতলৈ আহিব অৰ্থ?

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.