• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৮ আগষ্টৰ পৰা সুসময় আৰম্ভ হৈছে এই ৫ৰাশিৰ, সলনি হব জীৱন, কাৰ কাৰ হাতলৈ আহিব অৰ্থ?

১৮ আগষ্টৰ পৰা সুসময় আৰম্ভ হৈছে এই ৫ৰাশিৰ, সলনি হব জীৱন, কাৰ কাৰ হাতলৈ আহিব অৰ্থ?

11 months ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

42 minutes ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

1 hour ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

3 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

3 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

4 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

5 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

6 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

6 hours ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

7 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

8 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

9 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৮ আগষ্টৰ পৰা সুসময় আৰম্ভ হৈছে এই ৫ৰাশিৰ, সলনি হব জীৱন, কাৰ কাৰ হাতলৈ আহিব অৰ্থ?

১৮ আগষ্টৰ পৰা সুসময় আৰম্ভ হৈছে এই ৫ৰাশিৰ, সলনি হব জীৱন, কাৰ কাৰ হাতলৈ আহিব অৰ্থ?

editor by editor
August 18, 2025
in জীৱনশৈলী
0
১৮ আগষ্টৰ পৰা সুসময় আৰম্ভ হৈছে এই ৫ৰাশিৰ, সলনি হব জীৱন, কাৰ কাৰ হাতলৈ আহিব অৰ্থ?
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
১৮ আগষ্ট ২০২৫ত গ্ৰহ নক্ষত্ৰৰ বিশেষ অৱস্থান কিছু ৰাশিৰ বাবে অত্যন্ত লাভজনক প্ৰমাণিত হৈছে৷ জ্যোতিষশাস্ত্ৰই জনাইছে যে আজি দুপৰীয়া ২.৪০ মিনিটত বৃষ ৰাশিত অৱস্থান কৰিব চন্দ্ৰই৷ তাৰপিছতেই মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ মিথুনত পূৰ্বৰে পৰাই বিৰাজ কৰিছে শুক্ৰ আৰু বৃহস্পতিয়ে৷ তেওঁলোকৰ সৈতে চন্দ্ৰৰ যুগ্ম প্ৰভাৱত একাধিক ৰাশিৰ বাবে সুফল আহিব৷ এই সময়ত সূৰ্য আৰু কেতু থাকিব সিংহ ৰাশিত, মঙল থাকিব কন্যাত৷ ৰাহু কুম্ভত, শনি মীন ৰাশিত৷ জানি থওক কোন কোন ৰাশিৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো আৰ্থিক সুখ সমৃদ্ধি আৰু পাৰিবাৰিক আনন্দৰ দিন৷ চন্দ্ৰ থাকিব দ্বিতীয় ঘৰত অৰ্থাৎ ধন আৰু পৰিয়াল সংক্ৰান্তিয় স্থানত৷ যাৰ ফলত অৰ্থপ্ৰাপ্তি আৰু পাৰিবাৰিক শান্তি নিশ্চিত৷ দুপৰীয়াৰ পাছত চন্দ্ৰই মিথুনলৈ গমন কৰি তৃতীয় ঘৰক সক্ৰিয় কৰিব৷ যাৰ ফলত আপোনাৰ কথাবাৰ্তাত দৃঢ়তা আহিব আৰু কামত ক্ষেত্ৰত নতুন সুযোগৰ দুৱাৰ খুলিব৷ আজিৰ দিনটোত মেষ ৰাশিৰ জাতক জাতিকা আত্মবিশ্বাসেৰে ভৰপুৰ হৈ থাকিব আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু সাফল্যৰ পথত তেওঁলোক আগুৱাব পাৰিব৷ চাকৰি হওক বা ব্যৱসায় এই দুই ক্ষেত্ৰত আপুনি নজৰ কাঢ়িব পাৰিব৷ সহকৰ্মীসকলৰ পৰা সন্মান আৰু সহযোগিতা লাভ কৰিব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ বাবে আজিৰ দিনটো অসাধাৰণ দিন৷ দুপৰীয়াৰ পাছত চন্দ্রই আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব প্ৰথম ঘৰক সক্ৰিয় কৰিব৷ তাৰ ওপৰিও শুক্ৰ আৰু বৃহস্পতিৰ সংযোগে আত্মবিশ্বাস, ব্যক্তিত্ব আৰু আকৰ্ষণ বহু গুণে বঢ়াব৷ বুদ্ধিমত্তা আৰু যোগাযোগ ক্ষমতাই আপোনাক পৃথক কৰি তুলিব৷ আজি আপুনি চাকৰি বা ব্যৱসায়ত নতুন প্ৰস্তাৱ পাব পাৰে৷ সামাজিক যোগাযোগত উন্নতি হব আৰু আপোনাৰ চিন্তাভাৱনা আৰু আইডিয়াই অন্যসকলে প্ৰভাৱিত কৰিব৷ এই দিনটো আপোনাৰ বাবে একাধিক দিশৰ পৰা লাভদায়ক হব৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো বেছ ফলপ্ৰদ হব৷ দ্বিতীয় ঘৰত বুধৰ উপস্থিতিয়ে আৰ্থিকভাৱে আপোনাক শক্তিশালী কৰিব৷ দুপৰীয়াৰ পাছত চন্দ্ৰৰ ১২ তম ঘৰত প্ৰৱেশ কৰি বিদেশ সংযোগ, সৃজনশীলতা আৰু আধ্যাত্মিকতাত সাফল্য আনিব৷ পৰিয়াল আৰু কৰ্মজীৱনৰ মাজত ভাৰসাম্য বৰ্তি থাকিব৷ আপুনি যিকোনো ধৰণৰ সৃজনশীল প্ৰকল্পত আগুৱাই যাব আৰু বিদেশভিত্তিক কোনো সুযোগ আহিব পাৰে৷ আত্মবিশ্বাস আৰু মনোসংযোগ থাকিব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে দিনটো শুভ৷ পুৱাই চন্দ্ৰদেৱ অষ্টম ঘৰত থাকিব৷ ফলত গভীৰ চিন্তা, গৱেষণা আৰু কৌশল তৈয়াৰত আপুনি সফল হব৷ দুপৰীয়াৰ পাছত নৱম ঘৰত চন্দ্ৰৰ অৱস্থানে উচ্চ শিক্ষা, ভাগ্য আৰু যাত্ৰাৰ বাবে অনুকূল হব৷ আজিৰ দিনটো আপুনি উচ্চশিক্ষা, ধৰ্মীয় কৰ্মকাণ্ড বা দূৰভ্ৰমণৰ বাবে প্ৰস্তুত হব পাৰে৷ কৰ্মক্ষেত্ৰত উন্নতি হব৷ নতুন প্ৰজেক্ট বা ট্ৰেইনিং আৰম্ভ কৰাৰ বাবে দিনটো উপযুক্ত৷ ভাগ্যৰ সহায়তাত আপুনি আগুৱাই যাব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো বিশেষ লাভজনক দিন৷ ৰাহুৰ প্ৰথম ঘৰৰ অৱস্থানে আপোনাক নতুন পথেৰে আগুৱাই যোৱাত অনুপ্ৰেৰণা দিব৷ দুপৰীয়াৰ পাছত চন্দ্ৰই পঞ্চম ঘৰত প্ৰৱেশ কৰিলে সৃজনশীলতা, প্ৰেম আৰু সন্তানৰ সৈতে সম্পৰ্ক উন্নত হব৷ এই দিনটোত আপুনি বিনিয়োগ বা নতুন ব্যৱসায়িক উদ্যোগৰ সুযোগ পাব পাৰে৷ যিসকলে শিল্প, মিডিয়া বা শিক্ষাক্ষেত্ৰত আছে তেওঁলোকে আজি ভাল ফল পাব৷ প্ৰেমজ জীৱন হব আনন্দময় আৰু সন্তানৰ দিশৰ পৰা সুখবৰ পাব পাৰে৷
১৮ আগষ্ট ২০২৫ মেষ, মিথুন, কৰ্কট, তুলা আৰু কুম্ভ ৰাশিৰ জাতকৰ বাবে আশীৰ্বাদস্বৰূপ৷ যিসকল এই ৰাশিৰ অধীনত পৰে তেওঁলোকে আজি অৰ্থ, সন্মান আৰু মানসিক শান্তিৰ অভিজ্ঞতা লাভ কৰিব৷ গ্ৰহৰ অনুকূল অৱস্থানে আপোনাক সুসময় উপহাৰ দিব৷
(ডিছক্লেইমাৰ- ওপৰৰ বিষয়সমূহ মানিবই লাগিব বুলি কোনো কথা নাই৷ কোনো সমস্যাৰ সন্মুখীন হলে বিশেষজ্ঞৰ পৰামৰ্শ লওক৷)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!
জীৱনশৈলী

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

July 11, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

July 11, 2026
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?
বিনোদন

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

July 11, 2026
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা
জীৱনশৈলী

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

July 11, 2026
Next Post
৩ ছেপ্টেম্বৰ পৰ্যন্ত উপচি পৰিব সুখ-সমৃদ্ধি! মঙ্গলৰ কৃপাত লাকী লিষ্টত কোন কোন আছে?

৩ ছেপ্টেম্বৰ পৰ্যন্ত উপচি পৰিব সুখ-সমৃদ্ধি! মঙ্গলৰ কৃপাত লাকী লিষ্টত কোন কোন আছে?

গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.