• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টি-২০ৰ দল ঘোষণা, স্থান নাই ৰিয়ানৰ, আকৌ উভতিল ঋষভ, নেতা ৰোহিতেই, হাৰ্দিককো নিৰাশ নকৰিলে বৰ্ডে, আশা কৰাধৰণৰ টিম ঘোষণা কৰিছেনে বৰ্ডে?

টি-২০ৰ দল ঘোষণা, স্থান নাই ৰিয়ানৰ, আকৌ উভতিল ঋষভ, নেতা ৰোহিতেই, হাৰ্দিককো নিৰাশ নকৰিলে বৰ্ডে, আশা কৰাধৰণৰ টিম ঘোষণা কৰিছেনে বৰ্ডে?

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

টি-২০ৰ দল ঘোষণা, স্থান নাই ৰিয়ানৰ, আকৌ উভতিল ঋষভ, নেতা ৰোহিতেই, হাৰ্দিককো নিৰাশ নকৰিলে বৰ্ডে, আশা কৰাধৰণৰ টিম ঘোষণা কৰিছেনে বৰ্ডে?

টি-২০ৰ দল ঘোষণা, স্থান নাই ৰিয়ান পৰাগৰ, দললৈ আকৌ উভতিল ঋষভ, নেতা ৰোহিতেই, হাৰ্দিককো নিৰাশ নকৰিলে বৰ্ডে, আশা কৰাধৰণৰ টিম ঘোষণা কৰিছেনে বৰ্ডে?

editor by editor
April 30, 2024
in ক্ৰীড়া, বিবিধ, ভাৰত
0
টি-২০ৰ দল ঘোষণা, স্থান নাই ৰিয়ানৰ, আকৌ উভতিল ঋষভ, নেতা ৰোহিতেই, হাৰ্দিককো নিৰাশ নকৰিলে বৰ্ডে, আশা কৰাধৰণৰ টিম ঘোষণা কৰিছেনে বৰ্ডে?
0
SHARES
156
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ  টি-২০ বিশ্বকাপৰ বাবে ১৫জনীয়া দল ঘোষণা কৰিলে ভাৰতীয় নিৰ্বাচকে৷ ৰোহিত শৰ্মাৰ ওপজা দিনৰ দিনাই ভাৰতীয় দল ঘোষণা কৰিলে বৰ্ডে৷ ২জুনৰ পৰা আৰম্ভ হ’ব এইবৰ্ষৰ টি-২০ বিশ্বকাপ৷ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত হ’ব খেল৷ ৰোহিত শৰ্মাৰ নেতৃত্বত খেলিব ভাৰতীয় দলটোৱে৷ অৰ্থাৎ কেপ্টেইনৰ দায়িত্বত থাকিব ৰোহিত শৰ্মাই৷ ১৫ জনীয়া দলত আছে বিৰাট কোহলী, যশপ্ৰীত বুমৰাহৰ দৰে অভিজ্ঞ খেলুৱৈ৷ আছে যশস্বী জয়ছোৱালৰ দৰে তৰুণ ক্ৰিকেটাৰো৷ ১৬ মাহৰ পাছত ভাৰতীয় দললৈ প্ৰত্যাবৰ্তন কৰিছে ঋষভ পন্থেও৷

এইবাৰৰ আইপিএলত ফৰ্মত আছে বিৰাট৷ সকলোতকৈ বেছি ৰান আহিছে তেওঁৰ বেটৰ পৰাই৷ টি-২০ত সেয়ে বিৰাটক দলত বিচাৰিছিল ৰোহিতেও৷  টি-২০ত বিৰাটক এৰাৰ প্ৰশ্নই নাহে৷ এইবাৰৰ বিশ্বকাপত তেওঁক অপেনাৰ হিচাপে দেখা যাবনে সেই কথা অৱশ্যে স্পষ্ট নহয়৷ কাৰণ দলত আছে ৰোহিত আৰু যশস্বীও৷ তেওঁলোক দুয়োৱে অপেনাৰ৷ দলে যদি বিচাৰে তেন্তে বাওঁহতীয়া আৰু সোঁহতীয়া অপেনাৰ যুঁটি তৈয়াৰ কৰিব পাৰে৷ এইক্ষেত্ৰত তিনি নম্বৰত বিৰাটে বেটিং কৰাৰ সম্ভাৱনা আছে৷

টি-২০ৰ ক্ৰমতালিকাত এক নম্বৰত আছে বেটাৰ সূৰ্যকুমাৰ যাদৱ৷ উইকেটৰক্ষক হিচাপে দলত স্থান লৈছে ঋষভ পন্থে৷ ইয়াৰ সৈতে দলত আছে সঞ্জু ছেমছনো৷ আইপিএলত ভাল খেলি ভাৰতীয় দলত স্থান লৈছে সঞ্জু ছেমছনে৷ অৱশ্যে বহুতে চৰ্চা কৰিলেও দলত স্থান নাপালে লোকেশ ৰাহুল আৰু ৰিয়ান পৰাগে৷

বহুতৰে মনত এইবাৰ আন এক প্ৰশ্নও আছিল৷ হাৰ্দিক পাণ্ডিয়াই খেলিবনে? বৰ্ডে তেওঁক ভৰসা কৰিবনে? অৱশ্যে বৰ্ডে সকলোৰে প্ৰশ্নৰ উত্তৰ কামেৰে দিছে৷ হাৰ্দিক এইবাৰ সহ-অধিনায়কৰ ভূমিকাত আছে৷ দলত স্থান লাভ কৰিছে শিৱম ডুবেও৷ সূৰ্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, কুলদ্বীপ যাদৱৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰো দলটোত আছে৷

আইপিএলত ভাল খেলাৰ বাবে যুজবেন্দ্ৰ চাহালকো ১৫জনীয়া দলত ৰখা হৈছে৷ ইয়াৰোপৰি দলত আছে অক্ষৰ পেটেলো৷ পেছাৰ বলাৰ যশপ্ৰীত বুমহাৰ, অৰ্শদ্বীপ সিং আৰু মহম্মদ ছিৰাজো আছে দলত৷ আইপিএলত ছিৰাজ অৱশ্যে ফৰ্মত নাই৷ কিন্তু দলে তেওঁক ভৰষা কৰিয়েই দলত স্থান দিছে৷

১৫জনীয়া দলঃ ৰোহিত শৰ্মা(অধিনায়ক), যশস্বী জয়ছোৱাল, বিৰাট কোহলি, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্থ(উইকেটকীপাৰ) সঞ্জু ছেমছন(উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া( সহ-অধিনায়ক), শিৱম ডুবে, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদ্বীপ যাদৱ, যুজবেন্দ্ৰ চাহাল, অৰ্শদ্বীপ সিং, যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ৷

ৰিজাৰ্ভ দলঃ শুভমন গীল, ৰিংকু সিং, খলিল আহমেদ আৰু আবেশ খান৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
দৃষ্টিশক্তি হেৰুওৱাৰ পথত ৰাঘৱ চাড্ডা! দলৰ কঠিন সময়ত ক’ত আছে ৰাঘৱ?

দৃষ্টিশক্তি হেৰুওৱাৰ পথত ৰাঘৱ চাড্ডা! দলৰ কঠিন সময়ত ক’ত আছে ৰাঘৱ?

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে! আপুনিও তালিকাত আছে নেকি?

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে! আপুনিও তালিকাত আছে নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.