• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজপথত লাখৰ ঘৰত মানুহ, বিশ্বজয়ী ভাৰতীয় ক্ৰিকেট দলক স্বাগতম

2 years ago
১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

44 seconds ago
এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

43 minutes ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

1 hour ago
লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ

2 hours ago
জোঁট বান্ধিব চন্দ্ৰ-সূৰ্যই, আৰ্থিক ক্ষতিৰ পৰা প্ৰেমত বাধা, মহাবিপদত এই ৪ৰাশি

আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক

3 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

4 hours ago
SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

আগন্তুক সপ্তাহত পুষ্য নক্ষত্ৰত শুক্ৰ, সন্মুখত বিপদ, সাৱধানে থাকিব এই ৫ৰাশি

5 hours ago
৮জুনৰ পৰাই ভাল সময়, সাফল্য লাভৰ ডাঙৰ সুযোগ আহিছে এইকেইটা ৰাশিৰ সন্মুখত

নিৰাপত্তাবলয় ভাঙি ৰামচৰণ আৰু জাহ্নৱীৰ ওপৰত পৰিল যুৱক, দুই তাৰকাৰ জীৱন কোনে ৰক্ষা কৰিয়ে? চাওক ভাইৰেল ভিডিঅ’

‘মই শ্বাহৰুখৰ পুত্ৰৰ ওচৰলৈ গৈছিলো’, কিয় আৰিয়ানৰ কাষ পালে ৰিয়াই?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ৰাজপথত লাখৰ ঘৰত মানুহ, বিশ্বজয়ী ভাৰতীয় ক্ৰিকেট দলক স্বাগতম

editor by editor
July 4, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ৰাজপথত লাখৰ ঘৰত মানুহ, বিশ্বজয়ী ভাৰতীয় ক্ৰিকেট দলক স্বাগতম
0
SHARES
73
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজপথত লাখৰ ঘৰত মানুহ, বিশ্বজয়ী ভাৰতীয় ক্ৰিকেট দলক স্বাগতম

বিশ্বকাপ জয় কৰি উভতি অহা ভাৰতীয় দলটোৱে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। ভাৰতীয় ক্ৰিকেটাৰে পি এম মোডীক সাক্ষাৎ কৰি মুম্বাইত উপস্থিত হৈছে ভাৰতীয় দল। কিছু সময়ৰ পিছত টীম ইণ্ডিয়াৰ বিজয় পেৰেড উলিওয়া হ’ব।

সেই উদ্দেশ্যে মুম্বাইৰ ৰাজপথলৈ ওলাই আহিছে লাখৰ ঘৰত লোক। ৰাজপথত পৰুৱা সদৃশ দেখা গৈছে ক্ৰিকেট অনুৰাগী সকলক। বিশ্বজয়ী ভাৰতীয় দলক স্বাগতম জনাবলৈ এইদৰে ৰাজপথলৈ ওলাই আহিছে মানুহ।

https://x.com/i/status/1808847936316715523

টিম ইণ্ডিয়াৰ বিজয় পেৰেডত মুম্বাইৰ মেৰিনা বিচ্চত সমবেত হৈছে লাখ লাখ লোক। টিম ইণ্ডিয়াৰ প্ৰতি এনে উৎসাহ প্ৰথমবাৰৰ বাবে দেখা গৈছে। ভিৰ নিয়ন্ত্ৰণৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।

কিছুসময়ৰ পিছতে আৰম্ভ হ’ব টিম ইণ্ডিয়াৰ বিজয় পেৰেড। নিৰাপদে মুম্বাইত উপস্থিত হৈছে টিম ইণ্ডিয়া। কিছু সময়ৰ পিছত এই কাৰ্যসূচী আৰম্ভ হ’ব। মুম্বাইৰ বতৰ বেয়া যাৰ বাবে পলম হৈছে পেৰেড।

কেৱল ৰাজপথতে নহয়, বিমানবন্দৰৰ বাহিৰতো সমবেত হৈছে হাজাৰ হাজাৰ অনুৰাগী। বিমানৰ পৰা নমাৰ পাছতে হাৰ্দিক পাণ্ডিয়াক হাতত বিশ্বকাপৰ ট্ৰফী লৈ জোকাৰি থকা দেখা গৈছিল। ইয়াৰ পৰা খেলুৱৈসকলক বাছেৰে নৰিমান পইণ্টলৈ লৈ যোৱা হ’ব, য’ৰ পৰা আৰম্ভ হ’ব টিম ইণ্ডিয়াৰ বিজয় পেৰেড।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: team indiaworld cupWorld Cup Trophy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?
জীৱনশৈলী

June 3, 2026
এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক
জীৱনশৈলী

এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

June 3, 2026
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?
বাণিজ্য

PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

June 3, 2026
‘মই শ্বাহৰুখৰ পুত্ৰৰ ওচৰলৈ গৈছিলো’, কিয় আৰিয়ানৰ কাষ পালে ৰিয়াই?
বিনোদন

Next Post
স্তন কেঞ্চাৰ হোৱাৰ ভয়ত শৰীৰৰ পৰা স্তনেই আঁতৰাই দিছিল বিশ্ব বিখ্যাত অভিনেত্ৰীয়ে

হেমন্ত সোৰেণ পুনৰ মুখ্যমন্ত্ৰী হোৱাত ঝাৰখণ্ডত বিজেপিৰ বাবে ডাঙৰ সংকট কিয়!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন