• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দাঁতৰ স্বাস্থ্য কেনেকৈ ভালে ৰাখিব? বিশেষজ্ঞই কি কয়?

দাঁতৰ স্বাস্থ্য কেনেকৈ ভালে ৰাখিব? বিশেষজ্ঞই কি কয়?

3 years ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

29 minutes ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

1 hour ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

2 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

2 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

3 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

4 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

5 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

6 hours ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

6 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

7 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

7 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দাঁতৰ স্বাস্থ্য কেনেকৈ ভালে ৰাখিব? বিশেষজ্ঞই কি কয়?

editor by editor
July 16, 2023 - Updated on August 28, 2023
in জীৱনশৈলী, স্বাস্থ্য
0
দাঁতৰ স্বাস্থ্য কেনেকৈ ভালে ৰাখিব? বিশেষজ্ঞই কি কয়?
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দাঁত ভালে ৰখাটো বহুতৰে বাবেই ডাঙৰ প্ৰত্যাহ্বান। দাঁতৰ সমস্যা সকলোৰে বাবে ডাঙৰ এক সমস্যা। কেনেকৈ দাঁত ভালে ৰাখিব পাৰি তাৰবাৰে বিশেষ কেইটামান উপায় দিছে চিকিৎসকে। দাঁত ভালে ৰখাত পুষ্টিৰ সম্পৰ্কও আছে। মুখগহ্বৰত বেক্টেৰীয়াৰ আক্ৰমণ হ’লে দাঁত বেয়া হয়। বেক্টেৰীয়াৰ সংস্পৰ্শত আহিলেই দাঁত বেয়া হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

দাঁতৰ আয়ুস খাদ্যৰ সৈতে জড়িত হৈ আছে
ভ্ৰুণ অৱস্থাৰ পৰাই ভাল দাঁতৰ বাবে পুষ্টি পোৱাটো জৰুৰী। এই সময়ত মাতৃগৰাকীয়ে খোৱা খাদ্যৰ ওপৰত বিশেষভাৱে নজৰ দিব লাগে। কাৰণ মাতৃৰ খাদ্যৰ ওপৰতেই দাঁতৰ স্বাস্থ্য নিৰ্ভৰ কৰে। শিশু এটাৰ জন্মৰ পাছতো দাঁতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু খাদ্যভাষৰ ওপৰত গুৰুত্ব দিব লাগে। পৰ্যাপ্ত পুষ্টি ঠিক সময়ত নাপালে দাঁতৰ সমস্যাই দেখা দিয়ে।

চিষ্টেমিক ফেক্টৰ আৰু লোকেল ফেক্টৰ
চিষ্টেমিক ফেক্টৰ সদ্যোজাতৰ পৰা ১২ বছৰ পৰ্যন্ত খাদ্যভাষ লুকাই থাকে। এই বয়সত দাঁত গঠনত ফ্লোৰাইডে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সাধাৰণতে ফ্লোৰাইড টুথপেষ্টৰ ওপৰিও কিছু খাদ্য আছে। যেনে ফাইব্ৰাছ ফ্ৰুটছ, ফাইবাৰ সমৃদ্ধ ফল। এইসমূহ খাদ্য খালে দাঁতৰ গঠন ভাল হয়। দাঁতৰ ক্ষয় ৰোধ হয়, দাঁতেই শৰীৰৰ একমাত্ৰ অংগ যি এবাৰ ক্ষয় গ’লে পুনৰাই আকৌ গঠন নহয়। ফ্লোৰাইড ডেফিচিয়েন্সি দাঁতৰ স্বাস্থ্য বেয়া হোৱাৰ অন্যতম কাৰণ। কিন্তু অতিৰিক্ত ফ্লোৰাইডেও দাঁতৰ ক্ষতি কৰে।ইয়াৰোপৰি কম বয়সতেই কোনো ৰোগৰ কাৰণে হাই ডোজৰ এণ্টিবায়টিক আৰু ষ্টেৰয়েড বহুদিন ধৰি খাই আহিলেও দাঁতৰ ক্ষতি হয়।

লোকেল ফেক্টৰ কি কি?
আমাৰ সাধাৰণ খাদ্যভাষো ইয়াৰ প্ৰধান কাৰণ। অৰ্থাৎ দৈনিক আমাৰ যি খাদ্যভাষ সেই খাদ্যভাষৰ পৰাই দাঁতে পুষ্টি লাভ কৰে। দাঁত ভালে ৰাখিবলৈ ৩০শতাংশই নিৰ্ভৰ কৰে খাদ্যৰ ওপৰত।

খাদ্য গ্ৰহণৰ পাছত কুলকুলি কৰিবলৈ নাপাহৰিব। সাধাৰণতে খাদ্য গ্ৰহণৰ পাছত আমি বহুতেই কুলকুলি কৰিবলৈ পাহৰো। দাঁতৰ ফাঁকত খাদ্য লাগি থাকিলে একধৰণৰ এছিড তৈয়াৰ হয়। যিয়ে দাঁতৰ ক্ষতি কৰে। আনকি চাহ খোৱাৰ পাছতো কুলকুলি কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে। দুগ্ধজাত খাদ্য খোৱাৰ পাছতো দাঁত পৰিষ্কাৰ কৰাটো জৰুৰী।

দাঁত বেয়া হ’লে মাংসৰ হাড় নুচুবাব
যিসকলৰ দাঁত ইতিমধ্যে ক্ষয় হ’বলৈ আৰম্ভ কৰিছে সেইসকল লোকে মাংসৰ হাড় পৰাপক্ষত নুচুবাব। কল্ড ড্ৰিংকছেও দাঁতৰ ক্ষতি কৰে। চিপছ, চকলেট আদি কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্য খোৱাৰ পৰা বিৰত থাকিব।

নিমৰ ঠাৰিৰে দাঁত মজাটো উপকাৰীনে?
পূৰ্বে ব্ৰাছৰ সলনি বহুতেই নিমৰ ঠাৰিৰে দাঁত মাজিছিল। বৈজ্ঞানিক ভিত্তিতো ইয়াৰ উপকাৰীতা প্ৰমাণ হৈছে। নিমৰ ৰসে দাঁত ভালে ৰখাত সহায় কৰে। সেয়ে প্ৰাকৃতিক উপায়েৰে দাঁতৰ যত্ন ল’ব পাৰে।

দাঁত ভালে ৰাখিবলৈ কি কি ত্যাগ কৰাটো প্ৰয়োজনীয়?
ধূমপান, গুটখা, চাধা, চুপাৰী আদিয়ে দাঁতৰ অসুখৰ সৃষ্টি কৰে। দাঁতৰ সৈতে মুখগহ্বৰৰো ক্ষতি কৰে। এইসমূহ অভ্যাস কৰ্কটৰো অন্যতম কাৰণ। দাঁত ভালে ৰাখিবলৈ দাঁত মজাটো অত্যন্ত জৰুৰী। দৈনিক খাদ্যগ্ৰহণৰ পাছত দাঁত মজাৰ অভ্যাস গঢ়ি তুলিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য
জীৱনশৈলী

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

July 21, 2026
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ
জীৱনশৈলী

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

July 21, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

July 21, 2026
Next Post
জুলাই মাহৰ শেষৰ ১৫ দিনতেই ঘূৰিব এইকেইটা ৰাশিৰ ভাগ্য, হাতলৈ আহিব প্ৰচুৰ পৰিমানৰ ধন

জুলাই মাহৰ শেষৰ ১৫ দিনতেই ঘূৰিব এইকেইটা ৰাশিৰ ভাগ্য, হাতলৈ আহিব প্ৰচুৰ পৰিমানৰ ধন

দেশৰ ১২ কোটি কৃষকৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন, কাৰ কাৰ একাউণ্টত সোমাব এই ধন?

দেশৰ ১২ কোটি কৃষকৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন, কাৰ কাৰ একাউণ্টত সোমাব এই ধন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.