• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতৰ্কীতে আক্ৰমণ জনসাধাৰণৰ ওপৰত, বহু কেইজন নিহত, আহত ১৩, ২ আক্ৰমণকাৰীয়ো নিহত

2 years ago
ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

5 hours ago
২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

6 hours ago
এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

7 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ

8 hours ago
জোঁট বান্ধিব চন্দ্ৰ-সূৰ্যই, আৰ্থিক ক্ষতিৰ পৰা প্ৰেমত বাধা, মহাবিপদত এই ৪ৰাশি

আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক

9 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

10 hours ago
SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

আগন্তুক সপ্তাহত পুষ্য নক্ষত্ৰত শুক্ৰ, সন্মুখত বিপদ, সাৱধানে থাকিব এই ৫ৰাশি

11 hours ago
৮জুনৰ পৰাই ভাল সময়, সাফল্য লাভৰ ডাঙৰ সুযোগ আহিছে এইকেইটা ৰাশিৰ সন্মুখত

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতৰ্কীতে আক্ৰমণ জনসাধাৰণৰ ওপৰত, বহু কেইজন নিহত, আহত ১৩, ২ আক্ৰমণকাৰীয়ো নিহত

editor by editor
October 23, 2024
in বিবিধ, বিশ্ব, ৰাজনীতি
0
অতৰ্কীতে আক্ৰমণ জনসাধাৰণৰ ওপৰত, বহু কেইজন নিহত, আহত ১৩, ২ আক্ৰমণকাৰীয়ো নিহত
0
SHARES
244
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতৰ্কীতে আক্ৰমণ জনসাধাৰণৰ ওপৰত, বহু কেইজন নিহত, আহত ১৩, ২ আক্ৰমণকাৰীয়ো নিহত

তুৰস্কত বিমান কোম্পানী তুৰ্কী এৰ’স্পেচ ইণ্ডাষ্ট্ৰীজ (টুছাছ)ৰ ওপৰত আক্ৰমণৰ খবৰ পোহৰলৈ আহিছে। হঠাতে আক্ৰমণকাৰীয়ে এই আক্ৰমণ কৰে সাধাৰণ লোকৰ ওপৰত। যাৰ ফলত বহু কেইজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩ আহত।

তথ্য অনুসৰি আংকাৰাৰ সমীপৰ এটা বিমান কোম্পানীৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। বিষয়াসকলে এই ঘটনাক সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰিছে।

এই আক্ৰমণ সন্দৰ্ভত তুৰ্কীৰ স্বৰাজ মন্ত্ৰী আলী য়েৰলিকায়াৰ বক্তব্য পোহৰলৈ আহিছে। তেওঁ এক্সত পোষ্ট কৰি লিখিছে – “দুৰ্ভাগ্যজনকভাৱে আমাৰ জোৱান শ্বহীদ হয় আৰু অন্য মানুহো নিহত হয়, লগতে বহু মানুহ আহত হয়।”

বৰ্তমানলৈ ঘটনা ক্ষতি সন্দৰ্ভত কোনো সঠিত তথ্য লাভ কৰা নাই। নিহতৰ সংখ্যা জানিব পৰা হোৱা নাই যদিও ১৩ গৰাকী লোক আহত বুলি জানিব পৰা হোৱা নাই। ইয়াৰ উপৰিও ২ আক্ৰমণকাৰী আৰক্ষীৰ হাতত নিহত হোৱা বুলি জানিব পৰা গৈছে।

এই আক্ৰমণৰ কিছু ছবিও পোহৰলৈ আহিছে। য’ত দেখা যায় যে তুৰ্কী এৰ’স্পেচ ইণ্ডাষ্ট্ৰীজৰ (TAI) প্ৰৱেশদ্বাৰৰ সন্মুখত ধোঁৱাৰ আৱৰণ দেখা গৈছে। ৰাজধানীৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই ঘটনাস্থলী। স্থানীয় সংবাদ মাধ্যমৰ মতে বন্দুকৰ গুলীৰ শব্দ শুনা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Died and injuredMany Diedmany injuredterrorist attackTurkeyTurkey Attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!
বিজ্ঞান

June 3, 2026
২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী
জীৱনশৈলী

২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

June 3, 2026
১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?
ক্ৰীড়া

১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

June 3, 2026
এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক
জীৱনশৈলী

এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

June 3, 2026
Next Post
ৰোহিত শৰ্মাৰ বিশ্ব ৰেকৰ্ড ভংগ কৰি নতুন অভিলেখ ৰচিলে এইগৰাকী খেলুৱৈয়ে

মহাৰাষ্ট্ৰত মহাশক্তি! একেলগে কংগ্ৰেছ, উদ্ধৱ থাকৰে আৰু শৰদ পাৱাৰৰ দলে ভগাই লব আসন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন