• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাৰাষ্ট্ৰত মহাশক্তি! একেলগে কংগ্ৰেছ, উদ্ধৱ থাকৰে আৰু শৰদ পাৱাৰৰ দলে ভগাই লব আসন

মহাৰাষ্ট্ৰত মহাশক্তি! একেলগে কংগ্ৰেছ, উদ্ধৱ থাকৰে আৰু শৰদ পাৱাৰৰ দলে ভগাই লব আসন

2 years ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

26 minutes ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

48 minutes ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

2 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

3 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

4 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

18 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

18 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

18 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

19 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

20 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

20 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মহাৰাষ্ট্ৰত মহাশক্তি! একেলগে কংগ্ৰেছ, উদ্ধৱ থাকৰে আৰু শৰদ পাৱাৰৰ দলে ভগাই লব আসন

editor by editor
October 23, 2024
in বিশ্ব, ভাৰত, ৰাজনীতি
0
মহাৰাষ্ট্ৰত মহাশক্তি! একেলগে কংগ্ৰেছ, উদ্ধৱ থাকৰে আৰু শৰদ পাৱাৰৰ দলে ভগাই লব আসন
0
SHARES
93
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাৰাষ্ট্ৰত মহাশক্তি, একেলগে কংগ্ৰেছ, উদ্ধৱ থাকৰে আৰু শৰদ পাৱাৰৰ দলে ভগাই লব আসন

বিগত কেইবাদিনো ধৰি মহাবিকাশ আঘাদীৰ আসন ভাগ-বতৰা সন্দৰ্ভত আলোচনা সমাপ্ত হৈছে। আজি বুধবাৰে ২৩ অক্টোবৰ ঘোষণা কৰা হয় যে তিনিওটা দলে ৮৫-৮৫খন আসন সমানে ভাগ কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ব। যাৰ ফলত মহাৰাষ্ট্ৰত গঠিত হৈছে মহাশক্তি।

মহাৰাষ্ট্ৰত মুঠ ২৮৮খন বিধানসভাৰ আসন। উদ্ধৱ থাকৰে, শৰদ পাৱাৰ আৰু কংগ্ৰেছৰ মাজত ২৭০খন আসনৰ বাবে এক চুক্তিত উপনীত হৈছে। বাকী ১৮খন আসন অন্য মিত্ৰ দলৰ হাতলৈ যাব। ১৫খন আসনৰ ওপৰত এতিয়াও সিদ্ধান্ত বাকী।

২৭০খন আসনৰ বাবে যি সূত্ৰ ওলাইছে তাত ৮৫×৩ অৰ্থাৎ ২৫৫খন আসনৰ ঘোষণা কৰা হৈছে। অৰ্থাৎ ১৫খন আসনৰ ক্ষেত্ৰত এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। সংবাদমেলৰ সময়ত শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে কয় যে ২৭০খন আসনৰ ক্ষেত্ৰত একমতত উপনীত হৈছে। এমভিএৰ তিনিটা দলৰ মাজত ১৫খন আসনৰ সন্দৰ্ভত এতিয়াও আলোচনা চলি আছে।

ৰাজ্যিক কংগ্ৰেছৰ সভাপতি নানা পাটেলে কয় যে কাইলৈ বৃহস্পতিবাৰ ২৪ অক্টোবৰ তাৰিখে বাকী আসনসমূহৰ ছবিখনো স্পষ্ট হ’ব। আমি মিত্ৰতাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছো আমাৰ সংখ্যাগৰিষ্ঠ চৰকাৰ আহিব।

কংগ্ৰেছ, শাৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰেৰ মাজত এতিয়াও আলোচনা হ’বলগীয়া ১৫খন আসনৰ ভিতৰত কোনটো দলে কিমানখন আসন লাভ কৰিব, সেয়া অনাগত সময়তহে জানিব পৰা যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bidhansabha ElectionCongressmaharastraPower
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
ভাৰত

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

September 20, 2026
হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’
ৰাজনীতি

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

September 19, 2026
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা
অপৰাধ

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

September 19, 2026
Next Post
দৈনিক ৰাশিফল- আজি আহোই অষ্টমীৰ শুভ ক্ষণত শুভ সংবাদ কঢ়িয়াই আনিব কেইবাটাও ৰাশিৰ বাবে

দৈনিক ৰাশিফল- আজি আহোই অষ্টমীৰ শুভ ক্ষণত শুভ সংবাদ কঢ়িয়াই আনিব কেইবাটাও ৰাশিৰ বাবে

আজি আহোই অষ্টমীৰ দিনা কৰক ৫ টা কাম, ভাগ্য জিলিকি উঠিব, হ’ব টকাৰ বৰষুণ

আজি আহোই অষ্টমীৰ দিনা কৰক ৫ টা কাম, ভাগ্য জিলিকি উঠিব, হ'ব টকাৰ বৰষুণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.